আঞ্চলিক সংবাদ

November 19, 2024 8:34 PM

views 19

বিস্তৃত কাৰ্যসূচীৰে চৰাইদেউ মৈদামথলীত বিশ্ব ঐতিহ্য সপ্তাহ-২০২৪ আৰম্ভ

চৰাইদেউ মৈদামথলীত আজি বিস্তৃত কাৰ্যসূচীৰে বিশ্ব ঐতিহ্য সপ্তাহ-২০২৪ আৰম্ভ হৈছে। অসম প্ৰত্নতত্ব সঞ্চালকালয়ৰ দ্বাৰা স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ সমিতিৰ সহযোগত অনুষ্ঠিত কাৰ্যসূচী অনুসৰি আজি পুৱা বালি মৈদামৰ পৰা চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্যক্ষেত্ৰলৈ এটা ঐতিহ্য যাত্ৰা উলিওৱা হয়। স্থানীয় বিদ্যালয়ৰ ছাত্ৰ-ছা...

November 19, 2024 8:33 PM

views 20

বঙাইগাঁওত কাইলৈৰ পৰা কুষ্ঠ ৰোগ চিনাক্ত অভিযান

বঙাইগাঁও জিলা স্বাস্থ্য সমিতিয়ে কাইলৈ জিলাখনত কুষ্ঠ ৰোগ চিনাক্ত অভিযান আৰম্ভ কৰিব। জিলাখনৰ আশাকৰ্মীসকলে কাইলৈৰ পৰা অহা ৩ ডিচেম্বৰলৈ নিজ নিজ এলেকাৰ লোকৰ ঘৰে ঘৰে গৈ কুষ্ঠ ৰোগী চিনাক্ত কৰি তেওঁলোকক উপযুক্ত বিনামূলীয়া চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিব। জিলাখনৰ কুষ্ঠ ৰোগ চিনাক্ত অভিযানৰ ন'ডেল বিষয়া ডাº প্...

November 19, 2024 8:32 PM

views 30

তিনিচুকীয়া জিলাৰ কাকজানত দুদিনীয়া কাৰ্যসূচীৰে ৰাঘৱ মৰাণ দিৱস উদযাপন

বীৰ ৰাঘৱ মৰাণৰ ২৮৯ সংখ্যক জয়ন্তী উপলক্ষে ৰাজ্য চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৃষ্ঠপোষকতাত তিনিচুকীয়া জিলাৰ কাকজানত দুদিনীয়া কাৰ্যসূচীৰে ৰাঘৱ মৰাণ দিৱস উদযাপন কৰা হৈছে। জিলাখনৰ আয়ুক্ত স্বপ্ননীল পালে কাকজানৰ ৰজা বড়োচা সমন্বয় ক্ষেত্র আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মৰাণ বীৰগৰাকীলৈ শ্ৰদ্ধা নিবেদন ক...

November 19, 2024 8:28 PM

views 35

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠানৰ আমাৰ সংবিধান আমাৰ সন্মান কাৰ্যসূচীত অৰ্জুন ৰাম মেঘৱালৰ অংশগ্ৰহণ

সংবিধান প্রদত্ত আমাৰ অধিকাৰ আৰু কৰ্তব্যৰ প্ৰতি সজাগতা সৃষ্টি কৰাই বছৰজোৰা আমাৰ সংবিধান আমাৰ সন্মান কাৰ্যসূচীৰ মূল উদ্দেশ্য বুলি কেন্দ্ৰীয় আইন আৰু ন্যায় ৰাজ্য মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে প্রকাশ কৰিছে । আজি ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান গুৱাহাটীত অনুষ্ঠিত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকী...

November 19, 2024 6:39 PM

views 13

হাতীৰ জাকৰ দলপতিৰ গাত বাক্সাৰ বন সংমণ্ডল বিষয়াৰ ৰেডিঅ’ কলাৰ স্থাপন

বাক্সা আৰু তামুলপুৰ জিলাৰ সীমান্তৱৰ্তী জাৰতালুক অঞ্চলত এটা হাতীৰ জাকৰ দলপতি মখনাৰ গাত বাক্সাৰ বন সংমণ্ডল বিষয়াই ৰেডিঅ' কলাৰ স্থাপন কৰে। ইয়াৰ ফলত জিলা প্ৰশাসন আৰু বন বিভাগে হাতীৰ জাকটোৰ গতি-বিধি উপগ্ৰহৰ জৰিয়তে নিৰীক্ষণ কৰিব পাৰিব। এতিয়াৰেপৰা জনাঞ্চলত হাতীৰ উপস্থিতিৰ বিষয়েও আগতীয়াকৈ জানিব পৰা হ'...

November 19, 2024 12:44 PM

views 22

মণিপুৰৰ পৰিস্থিতি বর্তমান নিয়ন্ত্ৰণ

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ পৰিস্থিতি বর্তমান নিয়ন্ত্ৰণত আছে। যোৱা নিশাৰ পৰা ৰাজ্যখনৰ কোনো অঞ্চলৰ পৰা কোনো ধৰণৰ হিংসাত্মক ঘটনাৰ বাতৰি পোৱা হোৱা নাই। অশান্ত ৰাজ্যখনৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে অতিৰিক্তভাৱে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৫০টা কোম্পানী প্ৰেৰণ কৰিব। কেন্দ্ৰীয়...

November 18, 2024 8:40 PM

views 13

‘মোলাই কাঠনিৰ মানুহজন’ গ্ৰন্থৰ ইংৰাজী অনুবাদ ‘The Man of the Forest Molai’ গ্ৰন্থ উন্মোচন

অৰণ্য মানৱ, পদ্মশ্ৰী যাদৱ পায়েঙৰ জীৱন আৰু কৃতিক লৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ঔষধি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডাঃ নৰোত্তম সোণোৱালে ৰচনা কৰা ‘মোলাই কাঠনিৰ মানুহজন’ গ্ৰন্থৰ ইংৰাজী অনুবাদ ‘The Man of the Forest Molai’ গ্ৰন্থখন কালি যোৰহাট প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ড° প্ৰশান্ত প...

November 18, 2024 8:36 PM

views 13

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰৰ অসম ভ্ৰমণ

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰে আজি ডিফু আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ আৰু ডিমাপুৰ পথত থকা ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ কাৰ্যালয় পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে হোজাই জিলাৰ ডবকাৰ পৰা ডিফুৰ লাহৰীজানলৈ নিৰ্মাণ কৰি থকা ফৰলেন ৰাষ্ট...

November 18, 2024 8:23 PM

views 23

সান্ধ্য আইনৰ কৱলত থকা মণিপুৰৰ পৰিস্থিতি বর্তমান নিয়ন্ত্ৰণ

সান্ধ্য আইনৰ কৱলত থকা মণিপুৰৰ পৰিস্থিতি বর্তমান নিয়ন্ত্ৰণত আছে যদিও ভিতৰি ভিতৰি উত্তেজনা অব্যাহত আছে। যোৱা সপ্তাহত উগ্ৰপন্থীয়ে অপহৰণ কৰা ছজন লোকৰ পাঁচজনৰ মৃতদেহ উদ্ধাৰৰ পাছত জিৰিবামত কালি ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰাত এজন প্ৰতিবাদকাৰী আহ...

November 18, 2024 12:28 PM

views 16

বাক্সা জিলা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশনৰ আদৰণী সমিতি গঠন

অসম সাহিত্য সভাৰ সক্রিয় জিলা সমিতি বাক্সা জিলা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশন জলাগাঁও আঞ্চলিক শাখা সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত কৰাৰ বাবে এখন আদৰণী সমিতি গঠন কৰা হয়। জলাগাঁৱৰ বাপুজী আদর্শ প্রাথমিক বিদ্যালয়ত কালি জলাগাঁও আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতিগৰাকীৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত আদৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।