আঞ্চলিক সংবাদ

November 15, 2024 7:42 PM

views 16

গুৱাহাটী মহানগৰীত সামুদ্রিক বিমানৰ প্ৰদৰ্শনী উৰণ

অসমৰ পৰ্যটন ক্ষেত্ৰলৈ নতুন আশাৰ ৰেঙণি কঢ়িয়াই অসামৰিক বিমান পৰিবহন মন্ত্ৰ্যালয়ৰ উদ্যোগত আজি সামুদ্রিক বিমানৰ এটা প্ৰদৰ্শনী উৰণ গুৱাহাটী মহানগৰীত অনুষ্ঠিত হয়। কানাডাৰ মেছাৰ্ছ ডি হেভিলেণ্ডৰ সহযোগত আয়োজন কৰা সামুদ্রিক বিমানৰ এই উৰণটোত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্রহণ কৰে। মন্ত্ৰীগৰাকীয়ে লোকপ্ৰিয...

November 15, 2024 7:38 PM

views 20

২০২৫ বৰ্ষত হ’বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ভুৱা সময়সূচী সন্দৰ্ভত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোর্ডৰ স্থিতি স্পষ্ট

২০২৫ বৰ্ষত হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ এখন ভুৱা সময়সূচী সামাজিক একাংশ মাধ্যমযোগে প্ৰচাৰ হৈ থকাটো দৃষ্টিগোচৰ হোৱাৰ পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বর্ডে এইক্ষেত্ৰত স্থিতি স্পষ্ট কৰিছে। ব'ৰ্ডৰ বিষয়ববীয়াই কয়, যে অহা বছৰত হ'বলগীয়া হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূ...

November 15, 2024 8:18 PM

views 10

শ্বিলঙত দ্বিতীয় উত্তৰ-পূব অসামৰিক বিমান পৰিবহন সন্মিলন

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ৰ উদ্যোগত আজি শ্বিলঙত দ্বিতীয় উত্তৰ-পূব অসামৰিক বিমান পৰিবহণ সন্মিলন অনুষ্ঠিত হয়। বিভাগীয় কেন্দ্রীয় মন্ত্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডুৰ অধ্যক্ষতাত এই সন্মিলনৰ অংশ হিচাপে আয়োজিত ৰাজ্যসমূহৰ দৃষ্টিভংগী শীৰ্ষক বৈঠকত অসমৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ ...

November 15, 2024 11:59 AM

views 8

নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উদ্ৱোধন কৰিব বড়োলেণ্ড মহোৎসৱ

নতুন দিল্লীৰ কে ডি যাদৱ ৰেষ্টলিং ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে আজিৰে পৰা দুদিনীয়াকৈ বড়োলেণ্ড মহোৎসৱ অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ধিয়া ৬.৩০ বজাত বড়োলেণ্ড মহোৎসৱৰ প্ৰথম সংস্কৰণ উদ্বোধন কৰিব। নিখিল বড়ো ছাত্র সন্থা, বড়ো সাহিত্য সভা, গান্ধী হিন্দুস্তান সাহিত্য সভা আৰু বড়ো সাংস্কৃতি...

November 15, 2024 11:55 AM

views 11

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দশম-দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ ১৫ শতাংশ পাঠ্যক্ৰম হ্ৰাস

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ ওপৰত শৈক্ষিক বোজা হ্ৰাস কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। চি বি এছ ইয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাৰ পাঠ্যক্ৰমৰ পৰা ১৫ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। ব'ৰ্ডৰ পৰীক্ষাৰ মূল্যায়নৰ ক্ষেত্ৰতো আমূল পৰিৱৰ্তন সাধন ...

November 15, 2024 11:49 AM

views 30

আজি ৰাস পূর্ণিমা; ৰাজ্যৰ বিভিন্ন স্থানত ৰাস মহোৎসৱ আৰম্ভ

আজি ৰাস পূর্ণিমা। শৰৎকালৰ এই মনোৰম পূর্ণিমাত পালন কৰা ৰাস মহোৎসৱক কেন্দ্ৰ কৰি ৰাজ্যৰ প্ৰান্তে প্রান্তে উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। মাজুলীৰ সত্ৰসমূহত কালিৰে পৰা ৰাস মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ হৈছে। কালি জিলাখনৰ নতুন বজাৰ, জেংৰাইমুখ, মুদৈবিল, ভকতীদুৱাৰ আদি অঞ্চলত শ্ৰীশ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা অনুষ্ঠি...

November 15, 2024 11:47 AM

views 31

স্বাধীনতা সংগ্রামী বীৰছা মুণ্ডাৰ জয়ন্তী; আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত ‘জনজাতীয় গৌৰৱ দিৱস’ৰ আয়োজন

ভাৰতৰ স্বাধীনতা সংগ্রামী বীৰছা মুণ্ডাৰ আজি জয়ন্তী। বীছা মুণ্ডাৰ জয়ন্তীৰ লগত সংগতি ৰাখি ভাৰতৰ স্বাধীনতা সংগ্ৰামত অগ্ৰণী ভূমিকা লোৱা জনজাতীয় মুক্তি যুজাৰুসকলৰ স্মৃতিত আজিৰ দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰা হয়। ৰাজ্য চৰকাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্রামত জনজাতীয় গৌৰৱ দিৱসৰ আয়োজন কৰি...

November 15, 2024 11:46 AM

views 17

দেশত আজি ধৰ্মীয় ৰীতি-নীতি, উৎসাহ-উদ্দীপনাৰে গুৰু নানক জয়ন্তী পালন

সমগ্ৰ দেশত আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে গুৰু নানক জয়ন্তী বা গুৰুপৰব পালন কৰা হৈছে। শিখ ধৰ্মৰ ভেঁটি স্থাপন কৰা প্ৰথম শিখগুৰু গুৰু নানক দেৱজীৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰা হয়। এই বছৰ গুৰু নানক দেৱৰ ৫৫৫ সংখ্যক জয়ন্তী পালন কৰা হৈছে। এই দিনটোত বিশ্বৰ বিভিন্ন প্ৰান্তত বাস...

November 15, 2024 11:44 AM

views 9

বিজনী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজিৰে পৰা পঞ্চম আন্তঃজিলা যোগাসন প্রতিযোগিতা

চিৰাং জিলাৰ বিজনী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পঞ্চম আন্তঃজিলা যোগাসন প্রতিযোগিতা। যোগাসন ক্রীড়া সন্থা অসমৰ উদ্যোগত আৰু চিৰাং জিলা যোগাসন ক্রীড়া সন্থাৰ সহযোগত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে।

November 15, 2024 11:42 AM

views 29

কাজিৰঙাত অহা ২৬ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ট্যুৰিজিম মাৰ্ট

পর্যটন বিভাগৰ উদ্যোগত অহা ২৬ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ কাজিৰঙাত আন্তঃৰাষ্ট্ৰীয় ট্যুৰিজিম মাৰ্ট অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৭ নৱেম্বৰত ট্যুৰিজিম মাৰ্ট মুকলি কৰিব। উদ্বোধনী অনুষ্ঠানত ভাৰতৰ লগতে কেইবাখনো দেশৰ পৰ্যটন ক্ষেত্ৰৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। উত্তৰ-পূৰ্বাঞ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।