আঞ্চলিক সংবাদ

November 22, 2024 8:10 PM

views 16

দৰং জিলাৰ মঙলদৈ মহাবিদ্যালয়লৈ নাক-এ গ্রেড প্ৰদান

ৰাষ্ট্ৰীয় স্বীকৃতি আৰু প্ৰত্যায়ন পৰিষদ চমুকৈ নাক-এ দৰং জিলাৰ মঙলদৈ মহাবিদ্যালয়লৈ এ-গ্রেড প্ৰদান কৰিছে। আজি মহাবিদ্যালয় কর্তৃপক্ষই আনুষ্ঠানিকভাৱে এই ফলাফল লাভ কৰে। এই আশাব্যঞ্জক ফলাফলে মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু প্ৰাক্তন শিক্ষাৰ্থীক আনন্দিত কৰি তুলিছে। উল্লেখযো...

November 22, 2024 8:08 PM

views 16

বৰপেটাত জলজীৱন অভিযানৰ অধীনত গ্ৰাম্য পানীযোগান আঁচনিসমূহৰ ক্ষেত্রভিত্তিক পৰ্যালোচনা অব্যাহত

বৰপেটা জিলা প্ৰশাসনে জলজীৱন অভিযানৰ অধীনত গ্ৰাম্য পানীযোগান আঁচনিসমূহৰ ক্ষেত্রভিত্তিক পৰ্যালোচনা অব্যাহত ৰাখিছে। দায়িত্বপ্রাপ্ত বিষয়াসকলে ক্ষেত্ৰ পৰিদৰ্শন কৰি আঁচনি পৰিচালনাৰে জড়িত জল ব্যৱহাৰকাৰীক সমিতিসমূহৰ কাম-কাজৰ মূল্যায়ন কৰিছে বুলি আজি জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে সদৰি কৰে। জিলা আয়ুক...

November 22, 2024 8:04 PM

views 10

জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ উদ্যোগত এলানি কেৰিয়াৰ কাউন্সেলিং আৰু বৃত্তিমূলক পৰামৰ্শ কাৰ্যসূচী অনুষ্ঠিত

ৰাজ্যৰ যুৱশক্তিৰ দক্ষতা বৃদ্ধি আৰু বিভিন্ন ধৰণৰ দক্ষতা সম্পৰ্কীয় নিযুক্তিৰ সুযোগ সৃষ্টিৰ বাবে জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ উদ্যোগত এলানি কেৰিয়াৰ কাউন্সেলিং আৰু বৃত্তিমূলক পৰামৰ্শ কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই অভিযানৰ অংশ হিচাপে আজি গুৱাহাটীত নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ৰ অধীনত জিলা নিয়ো...

November 22, 2024 8:03 PM

views 34

অহা ২৫ নৱেম্বৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে পুনৰ প’ৰ্টেল মুকলি

অসম ৰাজ্যিক বিদ্যালয় পৰিষদে ২০২৫ চনত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে অহা ২৫ নৱেম্বৰত প'ৰ্টেল পুনৰ মুকলি কৰিব। সেই অনুসৰি প্ৰ-পত্ৰ পূৰণৰ বাকী থকা সকলো কাম ২৬ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ পৰিষদে সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহক আহ্বান জনাইছে। একেদৰে মাচুল আদায়ৰ অন্তি...

November 22, 2024 7:01 PM

views 19

উপ-সঞ্চালকপ্ৰধান ৰূপে পদোন্নতি লাভ আকাশবাণী গুৱাহাটীৰ অভিযান্ত্ৰিক শাখাৰ সঞ্চালক ৰবিন চন্দ্ৰ বড়োৰ

আকাশবাণী গুৱাহাটীৰ অভিযান্ত্ৰিক শাখাৰ সঞ্চালক ৰবিন চন্দ্ৰ বড়োক আজি আকাশবাণীৰ সমূহ বিষয়া-কৰ্মচাৰীয়ে তেওঁ অভিযান্ত্ৰিক শাখাৰ উপ-সঞ্চালকপ্ৰধান ৰূপে পদোন্নতি লাভ কৰাৰ বাবে আনুষ্ঠানিকভাৱে অভিনন্দন জনায়। শ্ৰী বড়োৱে দূৰদৰ্শনৰ উত্তৰ-পূব অতিৰিক্ত সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত অভিযান্ত্ৰিক শাখাৰ উপ-মহা নিৰ্...

November 22, 2024 6:58 PM

views 29

অহা ২ ডিচেম্বৰৰ পৰা চৰাইদেউ জিলাত কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান

চৰাইদেউ জিলাত অহা ২ ডিচেম্বৰৰ পৰা কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় কুষ্ঠ নির্মূল কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনৰ ১ লাখৰো অধিক লোকৰ ঘৰে ঘৰে এই অভিযান চলিব। স্বাস্থ্য বিভাগৰ বিশেষ দলে কুষ্ঠৰোগ চিনাক্তকৰণ অভিযানত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচী সুকলমে সম্পন্ন কৰাৰ বাবে চৰাইদেউৰ জিলা আয়ুক্...

November 22, 2024 6:56 PM

views 15

যোৰহাট জিলা পুথিভঁৰালত আজি জিলাখনৰ দিব্যাংগসকলক বিনামূলীয়া সামগ্ৰী বিতৰণ

যোৰহাট জিলা পুথিভঁৰালৰ পীতাম্বৰ দেৱগোস্বামী প্ৰেক্ষাগৃহত আজি জিলাখনৰ দিব্যাংগসকলক বিনামূলীয়া সামগ্ৰী বিতৰণ কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ বিশেষভাৱে সক্ষম ব্যক্তি সৱলীকৰণ বিভাগৰ তত্বাৱধানত কাম কৰা ৰাজহুৱা খণ্ডৰ উদ্যোগ আলিমক’ৰ পৃষ্ঠপোষকতাত ১০১জন দিব্যাংগক উন্নত মা...

November 22, 2024 6:54 PM

views 30

কাইলৈ ৰাজ্যৰ ৫টা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা

ৰাজ্যৰ ৫টা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা কাইলৈ পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ'ব। ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিৰ মুঠ ৬৮ খন ভোটগণনা মেজত ভোটগণনা অনুষ্ঠিত হ'ব। ইয়াৰ উপৰিও ডাকযোগে অহা বেলট কাকতসমূহ গণনাৰ বাবেও এই ৫টা সমষ্টিত মুঠ ৯ খন মেজত ভোটগণনা কৰা হ'ব। নিৰ্বাচন বিভাগৰ সূত্ৰই জনোৱা অনুস...

November 22, 2024 6:52 PM

views 11

বিশিষ্ট চিত্রশিল্পী মনেশ্বৰ ব্ৰহ্মৰ দেহাৱসান

ৰাজ্যখনৰ এগৰাকী বিশিষ্ট চিত্রশিল্পী মনেশ্বৰ ব্ৰহ্মৰ আজি পুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৭ বছৰ। শান্তি নিকেতনত চিত্ৰকলাৰ শিক্ষা লাভ কৰা ব্ৰহ্মই ললিত কলা একাডেমী বঁটা, কৰ্ণাটকম চিত্রকলা পৰিষদ বঁটাকে ধৰি ভালেমান ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাৰে বিভূষিত হৈছিল। আজি প্ৰাতঃভ্ৰমণ কৰি ...

November 22, 2024 6:50 PM

views 20

হাউলীৰ কৃষি বিজ্ঞান কেন্দ্ৰত আজি কৰ্মশালাৰ আয়োজন

বৰপেটা জিলাৰ ষ্ট্ৰ’ব্ৰেৰীৰ খেতিয়কসকলৰ উৎপাদিত ফচল যাতে বজাৰৰ অভাৱত নষ্ট নহয়, তাৰ বাবে জিলাখনৰ কৃষি বিজ্ঞান কেন্দ্ৰই বিশেষ পদক্ষেপ গ্রহণ কৰিছে। ইয়াৰ অংশ হিচাপে হাউলীৰ কৃষি বিজ্ঞান কেন্দ্ৰত আজি কৰ্মশালাৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত সমীৰ চৌধুৰী নামৰ উদ্যোগী এজন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।