আঞ্চলিক সংবাদ

November 24, 2024 11:07 AM

views 34

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ নির্বাচনত বিজেপি মিত্রজোঁটৰ জয়লাভ

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ নির্বাচনত বিজেপি মিত্রজোঁটে পাঁচোটা সমষ্টিতে জয়লাভ কৰিবলৈ সক্ষম হৈছে। ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। বঙাইগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ অগপ প্রার্থী দিপ্তীময়ী চৌধুৰীয়ে ৩৫ হাজাৰতকৈ অধিক ভোটত জয়লাভ কৰে। এ...

November 24, 2024 11:03 AM

views 23

ডিব্ৰুগড়ত ৪০২ সংখ্যক বীৰ লাচিত দিৱসৰ আয়োজন

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু আহোম জাতীয় গণমঞ্চৰ উদ্যোগত ডিব্ৰুগড়ত ৪০২ সংখ্যক বীৰ লাচিত দিৱসৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলা প্ৰশাসন আৰু পথালিবাম অঞ্চলৰ ৰাইজৰ সহযোগত মৰাণৰ পানীতোলা গ্রাণ্ট মজলীয়া বিদ্যালয় খেলপথাৰত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দিনৰ ১ বজাৰ পৰা আৰম্ভ হ'বলগীয়া ৪০২ সংখ্...

November 23, 2024 9:00 PM

views 16

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয়

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টি ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰিৰ উপ-নির্বাচনত বিজেপি সমর্থিত প্রার্থীয়ে জয়লাভ কৰিছে। নগাঁও জিলাৰ চামগুৰি সমষ্টিত বিজেপি প্রার্থী দিপ্লুৰঞ্জন শৰ্মাই ২২ হাজাৰতকৈ অধিক ভোটত জয়লাভ কৰে। বঙাইগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ অগপ প্রার্থী দীপ্তিময়ী চৌধুৰীয়ে ৩৫ হাজাৰতক...

November 23, 2024 8:55 PM

views 15

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ২-৬ ডিচেম্বৰলৈ ‘নটসূৰ্য’ৰ অষ্টবিংশতিতম নাট সমাৰোহ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অহা ২ ডিচেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ নটসূৰ্যৰ অষ্টবিংশতিতম নাট সমাৰোহৰ আয়োজন কৰা হৈছে। নাট সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত সাহিত্য একাডেমী বঁটাপ্রাপক, নৃত্যাচাৰ্য পদ্মশ্ৰী সন্মানেৰে সন্মানিত যতীন গোস্বামীয়ে মুখ্য অতিথি হিচাপে অংশ ল'ব। উদ...

November 23, 2024 8:53 PM

views 7

কামৰূপ মহানগৰ জিলাত জলজীৱন অভিযানৰ আঁচনিসমূহৰ কাম-কাজ পৰ্যৱেক্ষণ আয়ুক্ত সুমিত চাট্টাৱানৰ

কামৰূপ মহানগৰ জিলাত জলজীৱন অভিযানৰ দ্বাৰা ৰূপায়ন হোৱা আঁচনিসমূহৰ কাম-কাজৰ অগ্ৰগতি আজি জিলাখনৰ আয়ুক্ত সুমিত চাট্টাৱানে পৰ্যৱেক্ষণ কৰে। তেওঁ গুৱাহাটী মহানগৰীৰ গৰীয়াঘুলিৰ পানী যোগান আঁচনিৰ পৰ্যৱেক্ষণ কৰি জনসাধাৰণে নিয়মীয়াকৈ পানী লাভ কৰি আছে নে নাই সেই বিষয়ে বুজ লয়। উল্লেখযোগ্য যে জলজীৱন অভিযানৰ ...

November 23, 2024 8:52 PM

views 13

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট কথাশিল্পী, পদ্মশ্ৰী ইমৰাণ শ্বাহৰ আজি ৯২সংখ্যক ওপজা দিন

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট কথা শিল্পী, পদ্মশ্ৰী সন্মানেৰে সন্মানিত ইমৰাণ শ্বাহৰ আজি ৯২সংখ্যক ওপজা দিন উপলক্ষে শিৱসাগৰৰ ধাইআলিত থকা তেওঁৰ বাসভৱনত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই কাৰ্যসূচীত গুণমুগ্ধসকলে তেওঁক কিতাপৰ টোপোলা, গামোচা, ফুলৰ থোপা আদিৰে শুভেচ্ছা জ্ঞাপন কৰে। এই অনুষ্ঠানত সাহ...

November 23, 2024 8:50 PM

views 25

শিৱসাগৰৰ যুৱদলত শ্রমিক কল্যাণ দিৱস উদযাপন

শিৱসাগৰ শ্ৰম আয়ুক্ত আৰু চৰাইদেউ জিলা শ্রম বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আজি শিৱসাগৰ নগৰৰ যুৱদলত শ্রমিক কল্যাণ দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰ নিৰ্মাণৰ সৈনিক, সৱল সুৰক্ষিত শ্রমিক শীৰ্ষক বিষয়েৰে ৰাজ্যখনৰ শ্ৰমজীৱীসকলৰ পুৰোধা সদৃশ সন্তোষ তপ্নৰ জন্মদিন উপলক্ষে আজি এই দিৱস উদযাপন কৰা হয়। দিৱসৰ সৈতে সংগতি ৰাখ...

November 23, 2024 6:45 PM

views 7

বোকাখাত মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত তথা কাৰ্যালয়ৰ অত্যাধুনিক ভৱন উদ্বোধন

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি গোলাঘাট জিলাৰ অন্তৰ্গত বোকাখাত মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত তথা কাৰ্যালয়ৰ অত্যাধুনিক সা-সুবিধাৰে নিৰ্মিত ভৱনৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ প্ৰসংগত ৰাজ্য চৰকাৰে ন্যায়িক ব্যৱস্থাৰ আন্তঃগাঁথনি সবল কৰাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰি আহ...

November 23, 2024 6:43 PM

views 10

যোৰহাটত জলজীৱন আঁচনিৰ জলমিত্ৰ আৰু ক্ষেত্ৰ সহায়কসকলক প্রশিক্ষণ

যোৰহাটত জিলা খোৱাপানী আৰু অনাময় সমিতিৰ সৌজন্যত জলজীৱন আঁচনিৰ জলমিত্ৰ আৰু ক্ষেত্ৰ সহায়কসকলৰ এটি প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। টীয়কৰ কহাৰ কমাৰগাঁৱত অনুষ্ঠিত এই কাৰ্যসূচীত ৯০গৰাকী প্ৰশিক্ষাৰ্থীক প্রশিক্ষণ দিয়া হয়। উল্লেখযোগ্য যে জিলাখনৰ ৯০খন জলজীৱন আঁচনিৰ ভিতৰত ৮৫খন আঁচনিতে মাহেকীয়া বৰঙণি হিত...

November 23, 2024 6:41 PM

views 15

গোৱাত অনুষ্ঠিত ভাৰত আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত ববী শৰ্মা বৰুৱাৰ ছবি ‘ৰ’দৰ পাখি’ প্ৰদৰ্শন

গোৱাত অনুষ্ঠিত ৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত আজি ড০ ববী শৰ্মা বৰুৱাই পৰিচালনা কৰা ‘ৰ'দৰ পাখি' ছবিখন প্ৰদৰ্শন কৰা হয়। বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ প্ৰতি সংবেদনশীলতাৰে নিৰ্মাণ কৰা এই ছবিখনে ভাৰতীয় পেন’ৰামাত প্ৰদৰ্শন কৰা হৈছে। আজি আন এটা প্ৰদৰ্শনীত ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।