আঞ্চলিক সংবাদ

November 22, 2024 6:48 PM

views 28

অসম ঔদ্যোগিক উন্নয়ন নিগমলৈ ৰাষ্ট্ৰীয় বঁটা

ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমার্চ এণ্ড ইণ্ডাষ্ট্রীয়ে অসম ঔদ্যোগিক উন্নয়ন নিগমক সন্মানিত কৰিছে। স্বচ্ছতাৰ প্ৰতি দায়বদ্ধতা আৰু পৰিৱেশৰ বহনক্ষমতা, আৱৰ্জনা ব্যৱস্থাপনা আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰাৰ বাবে অসম ঔদ্যোগিক উন্নয়ন নিগমে এই বঁটা লাভ কৰে। ৰাজ্যখনৰ ঔদ্যোগিক খণ্ডলৈ গৌ...

November 22, 2024 6:47 PM

views 29

অসমৰ ৮১ গৰাকী নৱনিযুক্ত সহকাৰী অভিযন্তাৰ অন্তৰ্ভুক্তি প্ৰশিক্ষণ অনুষ্ঠান আৰম্ভ

গুৱাহাটীৰ বেতকুচিত জলজীৱন মিছন, অসমৰ ৮১ গৰাকী নৱনিযুক্ত সহকাৰী অভিযন্তাৰ অন্তৰ্ভুক্তি প্ৰশিক্ষণ অনুষ্ঠান আৰম্ভ হৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত নতুনকৈ নিযুক্তি লাভ কৰা এইসকল যুৱক-যুৱতীক নিষ্ঠা আৰু সততাৰে বিভাগৰ...

November 22, 2024 6:00 PM

views 16

বিশ্ব ব’ল্‌ছ চেম্পিয়ন্‌ছ অব্ চেম্পিয়নছ প্রতিযোগিতাত ভাৰতক প্রতিনিধিত্ব নয়ণমণি শ‍ইকীয়া আৰু পুতুল সোণোৱালৰ

অসমৰ দুগৰাকী খেলুৱৈ নয়ণমণি শ‍ইকীয়া আৰু পুতুল সোণোৱালে অহা ২৫ নৱেম্বৰৰ পৰা নিউজিলেণ্ডৰ অকলেণ্ডত হ'বলগীয়া বিশ্ব ব’ল্‌ছ চেম্পিয়ন্‌ছ অব্ চেম্পিয়নছ প্রতিযোগিতাত ভাৰতক প্রতিনিধিত্ব কৰিব। খেলুৱৈ দুগৰাকীয়ে ইতিমধ্যে অকলেণ্ডলৈ বুলি ৰাওনা হৈছে। বিশ্ব ব’ল্‌ছ লিমিটেড শীৰ্ষ চেম্পিয়নশ্বিপত কেৱল ৰাষ্ট্ৰীয় চ...

November 22, 2024 12:22 PM

views 16

চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলক প্ৰাপ্য সাহায্য ক্ষিপ্ৰতাৰে আদায় দিবলৈ সকলো জিলাৰ আয়ুক্তক মুখ্যমন্ত্ৰীৰ নির্দেশ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলক তেওঁলোকৰ প্ৰাপ্য সাহায্য ক্ষিপ্ৰতাৰে আদায় দিবলৈ ৰাজ্যৰ সকলো জিলাৰ আয়ুক্তসকলক নির্দেশ দিছে। মহিলা উদ্যমশীলতা অভিযান সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে কালি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে অনুষ্ঠিত এখন বৈঠকত অংশগ্ৰহণ কৰি তেওঁ ৰাজ্যৰ বিভিন্ন প্ৰ...

November 22, 2024 12:21 PM

views 15

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ কাইলৈ ভোটগণনা

ৰাজ্যৰ বঙাইগাঁও, চিদলী, চামগুৰি, বিহালী আৰু ধলাই বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনাৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। সংশ্লিষ্ট জিলা প্ৰশাসনসমূহে কাইলৈৰ ভোটগণনাৰ বাবে ভোটগণনা কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। এই সমষ্টিকেইটাৰ উপ-নিৰ্বাচনৰ বাবে মুঠ ৩৪ গৰাকী প্রার্থীয়ে প্রতিদ...

November 22, 2024 12:20 PM

views 9

বিশ্ব ঐতিহ্য সপ্তাহৰ অংশ হিচাপে চৰাইদেউ মৈদামৰ বিভিন্ন দিশ সম্পর্কে বুজ লয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল কালি বিশ্ব ঐতিহ্য সপ্তাহ উদযাপনৰ অংশ হিচাপে চৰাইদেউ মৈদামত উপস্থিত হৈ প্ৰত্নতত্ত্ব বিভাগৰ বিষয়াসকলৰ পৰা মৈদামৰ বিভিন্ন দিশ সম্পর্কে বুজ লয়। মৈদামক্ষেত্ৰত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মৈদামথলীৰ চৌহদত থকা স্থায়ী চাও-চি ৰেন গৃহত বন্তি প্ৰজ্বলন কৰাৰ লগতে ...

November 22, 2024 12:18 PM

views 28

অসমৰ মীন পালন খণ্ডৰ ব্যৱসায়িক মাছ পালনৰ ক্ষেত্ৰত পঞ্চম স্থান দখল

অসমৰ মীন পালন খণ্ডই বিগত ১০ বছৰত যথেষ্ট প্ৰগতি লাভ কৰিছে আৰু ব্যৱসায়িক মাছ পালনৰ ক্ষেত্ৰত পঞ্চম স্থান দখল কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাই কালি দিছপুৰৰ লোকনির্মাণ বিভাগৰ সন্মিলন প্রেক্ষাগৃহ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ চৌহদত আয়োজিত বিশ্ব মীন পালন দিৱসত অংশগ্ৰহণ কৰি এইদৰে প্ৰকাশ কৰে। তেও...

November 22, 2024 12:17 PM

views 19

কাজিৰঙাত অহা ২৭ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা

কাজিৰঙাত অহা ২৭ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা অনুষ্ঠিত হ'ব। পৰ্যটন মেলাৰ লগত সংগতি ৰাখি কেইবাখনো আলোচনাসত্ৰ আৰু বৈঠক অনুষ্ঠিত হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, কেন্দ্রীয় পর্যটন মন্ত্রী গজেন্দ্র সিং শেখাৱ...

November 22, 2024 12:14 PM

views 30

গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অহা ২৭ ডিচেম্বৰৰ পৰা ১২ দিনীয়াকৈ অসম গ্রন্থমেলা

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ যৌথ উদ্যোগত অহা ২৭ ডিচেম্বৰৰ পৰা ১২ দিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম গ্রন্থমেলা অনুষ্ঠিত হ'ব। নুনমাটিৰ পৰা আমবাৰীলৈকে উৰণ সেতুৰ নিৰ্মাণৰ কাম চলি থকাৰ বাবে চানমাৰিত হৈ থকা যান-জঁটৰ পৰিপ্ৰেক্ষি...

November 22, 2024 12:08 PM

views 11

নগাঁৱৰ কলিয়াবৰত শিলগুটি দলিয়াই এটা বাঘ আহত কৰা ঘটনাত জড়িত ৯জন লোকক আটক

নগাঁও জিলাৰ কলিয়াবৰৰ সোণাৰি-কামাখ্যা গাঁৱৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা কালি পিঞ্জৰাবদ্ধ কৰা বাঘটোক কলং নৈৰ পাৰত আশ্ৰয় লৈ থকা অৱস্থাত শিলগুটি দলিয়াই আহত কৰাৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে যোৱানিশা ৯ জন লোকক আটক কৰে। ঘটনাটোৰ ভিডিঅ' ফুটেজৰ আধাৰত চিনাক্ত কৰা এনে একাংশ লোকৰ বাসগৃহত কালি আৰক্ষীয়ে অভিযান চলায়।...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।