আঞ্চলিক সংবাদ

October 21, 2024 12:01 PM October 21, 2024 12:01 PM

views 8

আকাশবাণীৰ যুৱবাণীৰ সংগীত শিল্পীৰ বাবে অফলাইন আবেদন ব্যৱস্থা মুকলি

আকাশবাণী গুৱাহাটী যুৱবাণীৰ সংগীত শিল্পী হিচাপে স্বীকৃতিৰ বাবে অফলাইন আবেদনৰ ব্যৱস্থা মুকলি কৰা হৈছে। অসমীয়া আধুনীক গীত, কামৰূপী আৰু গোৱালপৰীয়া লোকগীত, বৰগীত ভজন, গজল, খেয়াল, ৰবীন্দ্ৰ সংগীত, বাদ্যসংগীত আৰু লোক বাদ্য সংগীত শিতানৰ একক শাখাত আৰু দলীয় শাখাত জিকিৰ-জাৰী, বিহুগীত, টোকাৰী গীত, দিহানামত ই...

October 21, 2024 11:57 AM October 21, 2024 11:57 AM

views 7

আকাশবাণীৰ পাব্লিক স্পীকত আজি ধ্ৰুৱজ্যোতি সেনগুপ্তৰ সৈতে হোৱা আলোচনা সম্প্ৰচাৰ

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত ডিজিটেল জীৱিত থকাৰ প্ৰমাণপত্ৰ সন্দৰ্ভত পেন্সন আৰু পেন্সনাৰৰ কল্যাণ বিভাগৰ যুটীয়া সচিব ধ্ৰুৱজ্যোতি সেনগুপ্তৰ সৈতে হোৱা এলানি বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০...

October 21, 2024 11:24 AM October 21, 2024 11:24 AM

views 5

মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণ মুকলি

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদানৰ বাবে গুৱাহাটীত কালি মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণ মুকলি কৰে। তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ অধীনত ভূমি সম্পৰ্কীয় বিভিন্ন সেৱা ডিজিটাইজ কৰাৰ লগতে মানচিত্ৰ প্ৰকাশ আৰু জনসাধাৰণক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ প্ৰক্ৰিয়াটো সৰলীকৰণ কৰিবল...

October 20, 2024 7:40 PM October 20, 2024 7:40 PM

views 5

কথাশিল্পী ইমৰাণ শ্বাহলৈ চলিত বৰ্ষৰ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, কথাশিল্পী ইমৰাণ শ্বাহলৈ চলিত বৰ্ষৰ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা আগবঢ়োৱা হৈছে। শ্বহীদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতি আৰু সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতিৰ উদ্যোগত আয়োজিত কেন্দ্ৰীয় মাতৃভাষা দিৱস উপলক্ষে এই বঁটাৰ সূচনা ক...

October 20, 2024 7:36 PM October 20, 2024 7:36 PM

views 6

অসমৰ ৰাজ্যপালৰ প্ৰতিভা প্রোৎসাহন যোজনা ২০২৪-২৫ শীৰ্ষক আঁচনিৰ অধীনত ৰাজ্যৰ ৪ খন শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বাছনি পৰীক্ষা অনুষ্ঠিত

অসমৰ ৰাজ্যপালৰ প্ৰতিভা প্রোৎসাহন যোজনা ২০২৪-২৫ শীৰ্ষক আঁচনিৰ অধীনত আজি ৰাজ্যৰ ৪ খন শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বাছনি পৰীক্ষা অনুষ্ঠিত হয়। কটন বিশ্ববিদ্যালয়, বঙাইগাঁও বিশ্ববিদ্যালয়, যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় আৰু শিলচৰৰ গুৰুচৰণ বিশ্ববিদ্যালয়ত এই পৰীক্ষা অনুষ্ঠিত হয়। ৫১১ গৰাকী ছাত্ৰ-ছা...

October 20, 2024 7:14 PM October 20, 2024 7:14 PM

views 12

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণৰ শুভাৰম্ভ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণৰ শুভাৰম্ভ কৰে।ইতিপূৰ্বে মিছন বসুন্ধৰাৰ প্ৰথম সংস্কৰণৰ অধীনত ৯ মাহত ভূমি পট্টা সম্পৰ্কীয় ৮ লাখ আবেদন নিষ্পত্তি কৰাৰ লগতে দ্বিতীয় সংস্কৰণত এবছৰত ২ লাখতকৈও অধিক খিলঞ্জীয়া লোকক ভূমিপট্টা দিয...

October 20, 2024 6:47 PM October 20, 2024 6:47 PM

views 26

ৰাজস্থানৰ খোলপুৰত সংঘটিত পথ দুৰ্ঘটনাত কমেও ১২ জন লোকৰ প্রাণহানি

ৰাজস্থানৰ খোলপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা হোৱা এটা পথ দুৰ্ঘটনাত কমেও ১২ জন লোকে প্রাণ হেৰুৱায়। বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি উভতি অহা অৱস্থাত এখন শিপাৰ বাছ আৰু এখন অটোৰিক্সাৰ মাজত হোৱা সংঘৰ্ষৰ বাবে এই অঘটনটো ঘটে। নিহত সকলৰ ভিতৰত অধিকাংশ শিশু আৰু মহিলা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ ফলত অটোৰিক্সা...

October 20, 2024 6:41 PM October 20, 2024 6:41 PM

views 10

অসম আৰক্ষীৰ আমিনগাঁৱত ৬ কোটি টকাৰ ড্ৰাগছ জব্দ

বিশেষ কার্যবাহিনী এছ টি এফে আজি আমিনগাঁৱত ৬ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে দুজনক কৰায়ত্ত কৰে। মণিপুৰৰ কাংপকপিৰ পৰা নামনি অসমলৈ ট্ৰাকেৰে ড্ৰাগছখিনি সৰবৰাহৰ চেষ্টা কৰোতে এই অভিযান চলোৱা বুলি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে প্ৰকাশ কৰিছে। জব্দ কৰা হেৰোইনখিনিৰ ওজন ৬৩৭ গ্ৰাম আৰু আন্তঃৰাষ্ট্ৰীয় কলাবজাৰত ইয...

October 20, 2024 6:34 PM October 20, 2024 6:34 PM

views 6

গোৱালপাৰাত সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন

গোৱালপাৰা সাহিত্য সভা আৰু আগিয়া শতদল শাষা সাহিত্য সভাৰ সহযোগত অসম সাহিত্য সভাৰ সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। আগিয়াৰ জে এন মেম'ৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত সাহিত্য সভাৰ পতাকা উত্তোলন, স্মৃতি তৰ্প...

October 20, 2024 12:16 PM October 20, 2024 12:16 PM

views 14

যোৰহাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মিছন শক্তি আঁচনিৰ জিলা পৰ্যায়ৰ বৈঠক

যোৰহাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কালি মিছন শক্তি আঁচনিৰ জিলা পৰ্যায়ৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, সহকাৰী আয়ুক্ত আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনত ৰূপায়ণ কৰিবলগীয়া এই আঁচনিৰ জৰিয়তে ছোৱালী আৰু মহিলাসকলৰ সৱলীকৰণৰ ল...