আঞ্চলিক সংবাদ

November 25, 2024 11:51 AM

views 25

ৰাজ্যত অহা ১৩ ফেব্ৰুৱাৰীৰ ভিতৰত পঞ্চায়ত নির্বাচন সম্পন্ন কৰা হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম ৰাজ্যিক নির্বাচন আয়োগে দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ কৰিছে। ইতিমধ্যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই পঞ্চায়ত নিৰ্বাচনৰ সম্ভাব্য তাৰিখো প্ৰকাশ কৰিছে। কালি গুৱাহাটীত এখন সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰীয়ে অহা ১৩ ফেব্ৰুৱাৰীৰ ভিতৰত ৰাজ্যত পঞ্চায়...

November 24, 2024 7:40 PM

views 16

প্ৰাক্তন আৰক্ষী সঞ্চালক প্রধান নিশিনাথ চাংকাকতিৰ ৯০ বছৰ বয়সত মৃত্যু

প্ৰাক্তন আৰক্ষী সঞ্চালক প্রধান নিশিনাথ চাংকাকতিৰ আজি ৯০ বছৰ বয়সত মৃত্যু হয়। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হোৱা চাংকাকতিয়ে ১৯৮৮ চনত অসমৰ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৬ চনত উৎকৃষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ কৰা চাংকাকতিৰ মৃত্যুত আৰক্ষী সঞ্চালক প্রধান জি পি স...

November 24, 2024 7:31 PM

views 26

বীৰ লাচিত বৰফুকনৰ ৪০২ বছৰীয়া জয়ন্তী পালন 

বীৰ লাচিত বৰফুকনৰ ৪০২ বছৰীয়া জয়ন্তী উপলক্ষে আজি বীৰগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ নতুন দিল্লীত থকা চৰকাৰী বাসভৱনত আজি এই দিৱস উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰা হয়। শ্ৰী সোণোৱালে এই কাৰ্যসূচীত অংশ লৈ কয় যে দেশৰ ইতিহাসৰ এগৰাকী প্ৰবাদ প্রতীম মহাবীৰ লাচিত বৰফুক...

November 24, 2024 7:01 PM

views 57

ঐতিহ্যমণ্ডিত কানাই বৰশী বোৱা শিলালিপিৰ উপযুক্ত সংৰক্ষণৰ বাবে কামৰূপ জিলা প্ৰশাসনৰ  ব্যৱস্থা

উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত কানাই বৰশী বোৱা শিলালিপিৰ উপযুক্ত সংৰক্ষণৰ বাবে কামৰূপ জিলা প্ৰশাসন তৎপৰ হৈ পৰিছে। ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ বিভাগে কানাই বৰশী বোৱা শিলালিপি প্ৰাংগণক পর্যটন কেন্দ্ৰ হিচাপে গঢ় দিয়াৰ সংকল্প গ্ৰহণ কৰিছে। কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই বিশ্ব ঐতিহ্য দিৱসৰ অনুষ্ঠানত...

November 24, 2024 6:59 PM

views 17

ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত অসমী সৰস মেলা ২০২৪ আৰম্ভ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত কালিৰ পৰা অসমী সৰস মেলা ২০২৪ আৰম্ভ হৈছে। দহদিনীয়াকৈ হ'বলগীয়া এই মেলাৰ শুভাৰম্ভ অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, দুলিয়াজানৰ বিধায়ক তেৰছ গোৱালা, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, জিলা আয়...

November 24, 2024 6:56 PM

views 9

গুৱাহাটীৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্রেক্ষাগৃহত ২ ডিচেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ নটসূৰ্যৰ অষ্টবিংশতিতম নাট সমাৰোহ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্রেক্ষাগৃহত অহা ২ ডিচেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ নটসূৰ্যৰ অষ্টবিংশতিতম নাট সমাৰোহৰ আয়োজন কৰা হৈছে। নাট সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত সাহিত্য একাডেমী বঁটাপ্রাপক, নৃত্যাচার্য পদ্মশ্ৰী সন্মানেৰে সন্মানিত যতীন গোস্বামীয়ে মুখ্য অতিথি হিচাপে অংশ ল'ব। উদ...

November 24, 2024 6:53 PM

views 19

১৩ ফেব্ৰুৱাৰীৰ পূৰ্বে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

অহা বছৰৰ ১৩ ফেব্ৰুৱাৰীৰ পূৰ্বে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দিছপুৰত আজি অনুষ্ঠিত সংবাদ মেলত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে জানুৱাৰীত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব। দুটা পৰ্যায়ত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ'ব বুলি তেওঁ জানিবলৈ দি...

November 24, 2024 6:49 PM

views 16

গুৱাহাটীত ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

গুৱাহাটীত অহা বছৰৰ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হ’ব। দিছপুৰত আজি অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰি লগতে কয় যে দুদিনীয়া বিনিয়োগ সন্মিলনখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব। বিনিয়োগ আৰু আন্তঃগাঁথনিত গুৰুত্ব আৰোপ কৰ...

November 24, 2024 11:28 AM

views 38

‘ওড়িশা পার্বা ২০২৪’ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ‘ওড়িশা পার্বা ২০২৪’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু এই উপলক্ষে ভাষণ প্ৰদান কৰিব। ওড়িশা পাৰ্বা হৈছে নতুন দিল্লীৰ ওডিয়া সমাজ নামৰ এটা ন্যাসৰ দ্বাৰা পৰিচালিত এটা ধ্বজাবাহী অনুষ্ঠান । যাৰ জৰিয়তে ওডিয়া ঐতিহ্য সংৰক্ষণ আৰু প্ৰসাৰৰ চেষ্টা ...

November 24, 2024 11:16 AM

views 32

ঝাৰখণ্ডত আই এন ডি আই মিত্ৰজোঁটৰ নৱনিৰ্বাচিত বিধায়কসকলৰ গুৰুত্বপূৰ্ণ বৈঠক

ঝাৰখণ্ডত আই এন ডি আই মিত্ৰ জোঁটৰ বিধায়িনী দলৰ নেতা বাছনি কৰাৰ উদ্দেশ্যে আজি ৰাঁচীত মিত্ৰজোঁটটোৰ নৱনিৰ্বাচিত বিধায়কসকলৰ এখন বৈঠক অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ বাসগৃহত হ'বলগীয়া এই বৈঠকত ঝাৰখণ্ড মুক্তি মৰ্চা, কংগ্ৰেছ, আৰ জে ডি, চি পি আই এম এলৰ নৱনিৰ্বাচিত বিধায়কসকলে ভাগ ল'ব। সূত্ৰৰ পৰা জ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।