October 25, 2024 7:36 PM October 25, 2024 7:36 PM
14
ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ মুঠ ৫,০২৩ টা খালী পদৰ বাবে পৰহিলৈ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা
ৰাজ্যৰ ২৮ খন জিলাত ৪২ টা বিভাগৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ মুঠ পাঁচ হাজাৰ ২৩ টা খালী পদৰ বাবে এই পৰীক্ষা পৰহিলৈ অনুষ্ঠিত হ'ব। পুৱা ৯ বজাৰ পৰা দশম শ্রেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে আৰু ডেৰ বজাৰ পৰা অষ্টম শ্রেণী উত্তীর্ণ প্রার্থীৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে দুয়োবেলাৰ পৰীক্ষাত ১৩ লাখ ৭৯ হাজ...