আঞ্চলিক সংবাদ

November 27, 2024 12:06 PM

views 27

নগৰাঞ্চলৰ লোকৰ বাবে ১০ শতাংশ প্রিমিয়াম দি ভূমিৰ বন্দৱস্তিৰ সুবিধা

মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অধীনত এতিয়াৰেপৰা নগৰাঞ্চলৰ লোকে ১০ শতাংশ প্রিমিয়াম দি ভূমিৰ বন্দৱস্তি ল'ব পাৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত ৰাজ্যিক মন্ত্রীসভাই এই সিদ্ধান্ত গ্রহণ কৰে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে মন্ত্ৰীসভাৰ এই সিদ্ধান্ত সদৰি কৰি কয়, যে গুৱাহাটী আৰু ...

November 26, 2024 8:03 PM

views 12

দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ শীৰ্ষক আন্তৰ্জাতিক আলোচনা চক্ৰ আৰম্ভ

বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে  দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ শীৰ্ষক এক আন্তৰ্জাতিক আলোচনা চক্ৰ৷ মহানগৰীৰৰ চাৰিটা স্থানত একেলগে এই আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ তৃতীয় মেৰু আৰু হিমসাগৰৰ ভৱিষ্যত বিষয় লৈ হোটেল বিভাণ্টাত শুভাৰম্ভ কৰা আলোচনা চক্ৰৰ মুকলি অনুষ্ঠানত উপস্থিত ...

November 26, 2024 7:57 PM

views 57

অৰুণোদয় ৩.০ ৰ কামৰূপ(ম) জিলা পৰ্যায়ৰ নিৰীক্ষণ কমিটিৰ বৈঠক

অৰুণোদয় আঁচনি ৩.০ ৰ ৰূপায়ণ সন্দৰ্ভত  আজি কামৰূপ মহানগৰ জিলা পৰ্যায়ৰ নিৰীক্ষণ কমিটিৰ বৈঠক জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় । বৈঠকত কৃষি ইত্যাদি বিভাগ তথা কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা আৰু গুৱাহাটী সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে ভিডিঅ' কনফাৰেঞ্চযোগে  অংশগ্ৰহণ কৰে । বৈঠকত অ...

November 26, 2024 7:47 PM

views 24

অসম মন্ত্রীসভাত কেইবাটাও সিদ্ধান্তত অনুমোদন

ৰাজ্যৰ ১০৮ মৃত্যুঞ্জয় সেৱা উন্নীতকৰণৰ বাবে ১১৫ কোটি টকা আৱণ্টনত অসম মন্ত্রীসভাই অনুমোদন জনাইছে। আজি বিয়লি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত হোজাই জিলাৰ সদৰ- শংকৰদেৱ নগৰৰ নাম শ্ৰীমন্ত শংকৰদেৱ নগৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ লগতে ৰাজ্যৰ কৃষি বিপণন ক...

November 26, 2024 7:45 PM

views 21

ৰাজ্যত সংবিধান দিৱস উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন

দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো সংবিধান দিৱস উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটীৰ জনতা ভৱনৰ লোকসেৱা ভৱনত সংসদীয় পৰিক্ৰমা বিভাগৰ উদ্যোগত সংবিধান দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও মন্ত্ৰী তথা বিধায়ক উপস্থিত থাকে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে দ...

November 26, 2024 7:36 PM

views 12

অনলাইন ট্রেডিং কেলেংকাৰিত জড়িত ৫ জন অভিযুক্তৰ জামিন মঞ্জুৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি অনলাইন ট্রেডিং কেলেংকাৰি গোচৰত দুজন অভিযুক্তৰ জামিন নাকচ কৰাৰ বিপৰীতে ৫ জন অভিযুক্তৰ জামিন মঞ্জুৰ কৰিছে। ভিন ভিন পক্ষৰ অধিবক্তা, তদন্তকাৰী সংস্থা চি বি আইৰ অধিবক্তাৰ ভাষ্য গ্ৰহণৰ পাছত ন্যায়ালয়ে চন্দন নাথ আৰু শুভমজ্যোতি কুৰ্মীৰ জামিন আবেদন নাকচ কৰে। আনহাতে ন্যায়ালয়ে ...

November 26, 2024 7:29 PM

views 17

আজি ৰাষ্ট্ৰীয় দুগ্ধ দিৱস

আজি ৰাষ্ট্ৰীয় দুগ্ধ দিৱস। ভাৰতৰ শ্বেত বিপ্লৱৰ জনক হিচাপে পৰিচিত ড° ভাগিজ কুৰিয়েনৰ জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰতিবছৰে ২৬ নৱেম্বৰত এই দিৱস পালন কৰা হয়। দুগ্ধ দিৱস উপলক্ষে নতুন দিল্লীত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ভাৰতীয় অর্থনীতি আৰু পুষ্টি সুৰক্ষাৰ ক্ষেত্ৰত দুগ্ধ খণ্ডৰ গুৰুত্বপূৰ্ণ...

November 26, 2024 12:24 PM

views 81

ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা সমাজতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাৰ ঔচিত্য বাহাল উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা সমাজতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাৰ ঔচিত্য বাহাল ৰাখিছে। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ পি ভি সঞ্জয় কুমাৰক লৈ গঠিত এখন খণ্ড বিচাৰপীঠে কালি দিয়া এটা গুৰুত্বপূৰ্ণ ৰায়ত ৪২ সংখ্যক সংবিধান সংশোধনীৰ জৰিয়তে সংবিধানৰ প্ৰস্তাৱনাত অন...

November 26, 2024 12:19 PM

views 18

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা অহা ২৯ নৱেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলা অনুষ্ঠিত হ'ব। কাজিৰঙাৰ লগতে ৰাজ্যখনৰ পৰ্যটনৰ উৎকৰ্ষ সাধনৰ বাবে কেন্দ্ৰীয় পর্যটন মন্ত্ৰালয়ে অসম পৰ্যটনৰ সহযোগত এই মেলাৰ আয়োজন কৰিছে। এই পর্যটন মেলাত বিভিন্ন দেশৰ ২০ গৰাকী প্ৰতিনিধিৰ লগতে কেন্দ...

November 26, 2024 12:17 PM

views 9

অসম মহাবিদ্যালয় প্ৰাদেশীকৃত কৰ্মচাৰী নিয়মাৱলী ২০২৪ৰ খচৰা বাতিলৰ দাবী কটন বিশ্ববিদ্যালয় গৱেষক সংস্থাৰ

কটন বিশ্ববিদ্যালয় গৱেষক সংস্থাই অসম মহাবিদ্যালয় প্ৰাদেশীকৃত কৰ্মচাৰী নিয়মাৱলী ২০২৪ৰ খচৰা বাতিল কৰিবলৈ শিক্ষা বিভাগক দাবী জনাইছে। কটন বিশ্ববিদ্যালয়ত কালি অনুষ্ঠিত এখন সংবাদমেলত সংস্থাৰ নেতৃবৃন্দই কয়, যে বৰ্তমানৰ খচৰাখনে গৱেষকসকলৰ পৰিশ্ৰমক অমান্য কৰিছে। গৱেষকসকলক পুনৰ বিষয় বৰ্হিঃভূত পৰীক্ষাত বহি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।