আঞ্চলিক সংবাদ

October 26, 2024 1:29 PM October 26, 2024 1:29 PM

views 5

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অষ্টম চলচিত্ৰম ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ-২০২৪

অষ্টম চলচিত্ৰম ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ-২০২৪ আজি দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত আৰম্ভ হৈছে। প্ৰবাল খাউণ্ড পৰিচালিত আৰু গোপাল জালানৰ লগতে ধ্ৰুৱজ্যোতি কাকতি প্রযোজিত দ্যা লাষ্ট জেনেৰেচন ছবিৰে মহোৎসৱৰ উদ্বোধন কৰা হ'ব। এই মহোৎসৱত ৫০ খন তথ্যচিত্ৰ আৰু চুটি ছবিৰ প্ৰদৰ্শন কৰা হ'ব। প্ৰতিযোগ...

October 26, 2024 1:28 PM October 26, 2024 1:28 PM

views 6

গুৱাহাটী মহানগৰীত ডেংগুৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিশেষ ব্যৱস্থা গ্ৰহণ

গুৱাহাটী মহানগৰীত ডেংগুৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। কামৰূপ মহানগৰ জিলাৰ ৮টা স্থানত ডেংগু পৰীক্ষা কেন্দ্ৰ তথা ফ'গিঙৰ সুবিধাৰ বাবে কেইবাটাও যোগাযোগ নম্বৰ মুকলি কৰা হৈছে। মহানগৰীৰ ভাস্কৰনগৰ, ৰংমিলি পথ, মিলিজুলি পথ, গীতানগৰ, কলনি বজা...

October 26, 2024 1:24 PM October 26, 2024 1:24 PM

views 4

দেৱালী, ষষ্ঠপূজাৰ লগতে বিভিন্ন উৎসৱৰ সময়ত অতিৰিক্ত ১৯৫খন বিশেষ ৰে’লৰ চলাচলৰ সিদ্ধান্ত

দেৱালী, ষষ্ঠপূজাৰ লগতে বিভিন্ন উৎসৱৰ সময়ত যাত্ৰীসকলৰ সুবিধাৰ বাবে উত্তৰ ৰে’লৱেই আজিৰে পৰা অহা মাহৰ ৭ তাৰিখলৈ অতিৰিক্ত ১৯৫ খন বিশেষ ৰে'লৰ চলাচল কৰোৱাৰ সিদ্ধান্ত লৈছে। এই ৰে'লসমূহ প্ৰধানতঃ নতুন দিল্লী আৰু আনন্দ বিহাৰ ৰে'লৱে ষ্টেচনৰ পৰা দেশৰ পূব অংশৰ বিভিন্ন ঠাইলৈ চলাচল কৰিব। আকাশবাণী বাতৰি বিভাগৰ সৈত...

October 25, 2024 7:54 PM October 25, 2024 7:54 PM

views 10

আকাশবাণীত কাইলৈ দৃষ্টিপাত অনুষ্ঠানত মানসিক স্বাস্থ্যৰ যতন সন্দৰ্ভত আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত মানসিক স্বাস্থ্যৰ যতন সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰিব। অনুষ্ঠানত মানসিক ৰোগৰ চিকিৎসক ডাº জয়ন্ত দাস সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। আগ্রহী শ্রোতাই অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১- ২৬৬১৮৭৬ অথবা ২৬৬২৩২৫ নম্বৰ...

October 25, 2024 7:50 PM October 25, 2024 7:50 PM

views 3

২৩ অক্টোবৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে গ্লোবেল ফাণ্ডৰ এখন উচ্চ পৰ্যায়ৰ আঞ্চলিক পর্যালোচনা সভা অনুষ্ঠিত

ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত মেলেৰীয়া নিৰ্মল প্ৰকল্পৰ বাবে এইডছ, যক্ষ্মা আৰু মেলেৰীয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মহা প্ৰৱন্ধক অধ্যাপক অতুল গোৱেলৰ সভাপতিত্বত যোৱা ২৩ অক্টোবৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে গ্লোবেল ফাণ্ডৰ এখ...

October 25, 2024 7:46 PM October 25, 2024 7:46 PM

views 10

মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আজি ৪০ খন গ্ৰন্থ উন্মোচন

মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আজি ৪০ খন গ্ৰন্থ উন্মোচন কৰা হয়। গড়মুৰৰ জিলা লেখিকা সমাৰোহ সমিতিৰ কাৰ্যালয়ত নৱম সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানত গ্রন্থকেইখন উন্মোচন কৰা হয়।

October 25, 2024 7:45 PM October 25, 2024 7:45 PM

views 16

বাক্সাত বিটিচিৰ অধীনত এলানি আলোচনাচক্ৰ আৰু প্রদর্শনী অনুষ্ঠিত

বাক্সা জিলাৰ মুছলপুৰৰ বাথৌফুৰি খেলপথাৰত আজি বিটিচিৰ অধীনত এলানি আলোচনাচক্ৰ আৰু প্রদর্শনী অনুষ্ঠিত হয়। কৃষি বৈচিত্ৰতা বৃদ্ধি আৰু কৃষক সমাজৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে বিটিআৰৰ সমবায় সমিতিসমূহক একত্ৰিত কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৱে আলোচনাচক্ৰ আৰু প্ৰদৰ্শন...

October 25, 2024 7:44 PM October 25, 2024 7:44 PM

views 8

অহা ২ নৱেম্বৰত দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান

হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ শুভাৰম্ভণি অনুষ্ঠান অহা ২ নৱেম্বৰত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰে পুৱা পতাকা উত্তোলন কৰিব। বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত বংকিম চন্দ্ৰ শৰ্মাৰ প্ৰতিমূৰ...

October 25, 2024 7:42 PM October 25, 2024 7:42 PM

views 17

ডিব্ৰুগড়ত সৰ্বভাৰতীয় পৰ্যায়ৰ ছাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন প্রতিযোগিতাত সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

ডিব্ৰুগড়ত সৰ্বভাৰতীয় পৰ্যায়ৰ ছাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন প্রতিযোগিতা অনুষ্ঠিত হৈছে। আজি এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। উদ্বোধনী ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে, ডিব্ৰুগড় চহৰত এনে এখন সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাটো সমগ্র অসম...

October 25, 2024 7:39 PM October 25, 2024 7:39 PM

views 9

অহা মে’ৰ মাহৰ ভিতৰত কৃষি বিভাগত ১৮০০ গৰাকী গ্ৰামসেৱকক নিযুক্তি

নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী তথা কৃষি মন্ত্ৰী অতুল বৰাই আজি নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে, অহা মে'ৰ মাহৰ ভিতৰত কৃষি বিভাগত এহেজাৰ ৮০০ গৰাকী গ্ৰামসেৱকক নিযুক্তি দিয়া হ'ব। ইতিমধ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।