আঞ্চলিক সংবাদ

October 29, 2024 7:19 PM October 29, 2024 7:19 PM

views 3

চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মবার্ষিকীৰ সৈতে সংগতি ৰাখি ৰাজ্যত ‘একতাৰ দৌৰ’ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মবার্ষিকীৰ সৈতে সংগতি ৰাখি দেশজুৰি আজি একতাৰ দৌৰ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে নতুন দিল্লীৰ মেজৰ ধ্যানচান্দ নেচনেল ষ্টেডিয়ামৰ পৰা পতাকা জোকাৰি একতাৰ দৌৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। চৰ্দাৰ বল্লভ ভাই পেটেলৰ অৱদানৰ কথা স্মৰণ কৰি কেন্দ্ৰীয় ...

October 29, 2024 12:23 PM October 29, 2024 12:23 PM

views 4

যোৰহাট আৱৰ্ত ভৱনত জিলা আয়ুক্তৰ অধ্যক্ষতাত ধান ক্রয় সন্দৰ্ভত বৈঠক

যোৰহাট আৱৰ্ত ভৱনত জিলা আয়ুক্তৰ অধ্যক্ষতাত তিতাবৰ সমজিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তৰ উপস্থিতিত খাদ্য আৰু অসামৰিক যোগান বিভাগ, কৃষি বিভাগ, মিলাৰ্ছ আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে ধান ক্রয় সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে ২০২৪- ২৫ বৰ্ষত খাৰিফ মার্কেটিং চিজন...

October 29, 2024 12:22 PM October 29, 2024 12:22 PM

views 5

দীপাৱলীৰ বাবে বৰপেটা শিল্পীৰ নানা তৰহৰ আতচবাজি প্ৰস্তুত

পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰাকক্ষণত ৰাজ্যৰ আতচবাজি প্ৰস্তুতকাৰী শিল্পীসকলৰ মাজত কৰ্মব্যস্ততা বৃদ্ধি হোৱা দেখা পোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ আন প্ৰান্তৰ লগতে বৰপেটাৰ শিল্পীসকলে থলুৱাভাৱে প্ৰস্তুত কৰা নানা তৰহৰ আতচবাজি ৰাইজৰ হাতত তুলি দিবলৈ সাজু কৰি তুলিছে। বহিঃৰাজ্যৰ আতচবাজিৰ প্ৰতিযোগিতামূলক বজাৰৰ মাজতো বৰপ...

October 29, 2024 12:20 PM October 29, 2024 12:20 PM

views 3

বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেণ সিংহলৈ ২০২৪ বৰ্ষৰ সাৰস্বত সন্মান

বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেণ সিংহলৈ ২০২৪ বৰ্ষৰ সাৰস্বত সন্মান আগবঢ়োৱাৰ কথা অধ্যাপক নগেন শ‍ইকীয়া সাৰস্বত ন্যাস পৰিষদে জানিবলৈ দিছে। শিল্পীগৰাকীয়ে ভাস্কৰ্য তথা চিত্রশিল্পলৈ আগবঢ়োৱা অনৱদ্য অৱদানৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰীসিংহক এই বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যৰ বিশিষ্ট সাহিত্যিক ড০ নগেন ...

October 29, 2024 12:19 PM October 29, 2024 12:19 PM

views 5

হোজাইত পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে জিলা প্রশাসনৰ নীতি-নিৰ্দেশনা জাৰি

পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে হোজাই জিলা প্রশাসনে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। জিলাখনত ফটকা বিক্ৰী কৰা বিপণীসমূহে প্ৰশাসনৰ লগতে পৌৰসভা অথবা পঞ্চায়তৰ পৰা অনুমতি ল'ব লাগিব। জনসাধাৰণে উচ্চ শব্দৰ ফটকা ব্যৱহাৰ কৰিব নোৱাৰিব। জিলাখনৰ প্ৰশাসনে সৰ্বসাধাৰণ ৰাইজক সেউজ দীপাৱলী উদযাপন কৰিবলৈ আহ্বান জনাইছে। আন...

October 29, 2024 12:17 PM October 29, 2024 12:17 PM

views 6

যোৰহাটত অনুষ্ঠিত বি ডিভিজন ফুটবল লীগত অসম ৰেঞ্জাৰ এফ চিৰ খিতাপ অৰ্জন

যোৰহাটত অনুষ্ঠিত বি ডিভিজন ফুটবল লীগৰ কালি অনুষ্ঠিত চূড়ান্ত খেলত অসম ৰেঞ্জাৰ এফ চিয়ে অনিৰুদ্ধ স্পৰ্টছ ক্লাবক ২-০ৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। অসম ৰেঞ্জাৰ এফ চিৰ হৈ অনমিত্ৰ বৰা আৰু ঋতুপল্লব চলিহাই ক্ৰমে খেলৰ তৃতীয় মিনিট আৰু ৭৯ মিনিটত গ'ল কৰি দলটোৰ বিজয় নিশ্চিত কৰে। বিজয় সূত্ৰে বাপুৰাম ক...

October 29, 2024 12:13 PM October 29, 2024 12:13 PM

views 5

গোলাঘাটৰ মেৰাপানীত ১৭ বস্তা চুপাৰসহ এখন ট্রাক জব্দ

গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষীয়ে নিশা ১৭ বস্তা চুপাৰিসহ এখন ট্রাক জব্দ কৰে। গোপন সূত্ৰৰ পম খেদি মেৰাপানীৰ তৰাণি অঞ্চলত অভিযান চলাই আৰক্ষীয়ে নাগালেণ্ডৰ পৰা যোৰহাটৰ দিশে অবৈধভাৱে চুপাৰি কঢ়িয়াই অনা এ এছ ০১-এম চি ৭০৯৬ পঞ্জীয়ন নম্বৰৰ ট্রাকখন জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে আৰক্ষীৰ অভিযানৰ উমান পাই ট্রা...

October 28, 2024 8:07 PM October 28, 2024 8:07 PM

views 11

গুৱাহাটীৰ ৰূপনগৰৰ মীন সমবায় সমিতিৰ সমূহীয়া কেন্দ্ৰ উদ্বোধন মন্ত্ৰী কেশৱ মহন্তৰ

মীন মন্ত্ৰী কেশৱ মহন্তই আজি অসম কৃষি, বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্পৰ অধীনত গুৱাহাটী ৰূপনগৰত থকা ফিছফেডৰ সদৰ কাৰ্যালয় প্ৰাংগণত নতুনকৈ নিৰ্মাণ কৰা মীন সমবায় সমিতিসমূহৰ সমূহীয়া কেন্দ্ৰটো উদ্বোধন কৰে। এই সমূহীয়া সেৱা কেন্দ্ৰটোত মীন সমবায়সমূহৰ সদস্য, মীন বিভাগৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰী আৰু ম...

October 28, 2024 8:02 PM October 28, 2024 8:02 PM

views 16

মুগা, এড়ি আৰু ৰেচমপলু বীজ সংস্থা পৰিদৰ্শন কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ

কেন্দ্ৰীয় বস্ত্ৰশিল্প আৰু বহিঃপৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই আজি কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ অধীনৰ গুৱাহাটীত থকা মুগা, এড়ি আৰু ৰেচমপলু বীজ সংস্থা পৰিদৰ্শন কৰে। এই সংস্থাটোৰ অধীনত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আৰু তামিলনাড়ুত থকা ১৩টা ক্ষেত্রগোটে মানসম্পন্ন মুগা আৰু এড়ি ৰেচমপলু বীজ উৎপাদনত সমর্থন আ...

October 28, 2024 11:55 AM October 28, 2024 11:55 AM

views 5

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্রী পেড্রো ছানচেজৰ চি-২৯৫ সামৰিক বিমানৰ টাটা এয়াৰক্ৰাফ্‌ট কমপ্লেক্স মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্রী পেড্রো ছানচেজে আজি যুটীয়াভাৱে বদোদৰাত চি-২৯৫ সামৰিক বিমানৰ বাবে টাটা এয়াৰক্ৰাফ্‌ট কমপ্লেক্স মুকলি কৰে। এয়া ভাৰতৰ সামৰিক বিমানৰ বাবে প্ৰথমটো ব্যক্তিগত খণ্ডৰ ফাইনেল এছেম্বলি লাইন। এই কাৰ্যসূচীত টাটাৰ উপৰি ভাৰত ইলেকট্ৰনিকছ লিমিটেড আৰু ভাৰত ডায়নে...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।