আঞ্চলিক সংবাদ

December 4, 2024 8:24 PM

views 12

কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীক সাক্ষাৎ কৰি ৰাজ্যৰ হাইড্ৰ'কাৰ্বন উদ্যোগৰ উন্নয়নৰ ক্ষেত্ৰক শক্তিশালী কৰি তোলাৰ বাবে কেন্দ্ৰৰ সহযোগৰ বাবে অনুৰোধ জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰীপুৰীক অহা ফেব্ৰুৱাৰী মাহত ৰাজ্যত হ'বলগীয়া এডভান্ট...

December 4, 2024 12:31 PM

views 16

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত কাইলৈ অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে সাক্ষাৎকাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে কাইলৈ দিনৰ ১০ বজাৰ পৰা বাতৰি বিভাগৰ সঞ্চালকৰ কক্ষত এটা WALK-IN INTERVIEW অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকল কাইলৈ পুৱা চাৰে ৯ বজাৰ ভিতৰত আকাশবাণী গুৱাহাটীৰ বাতৰি কক্ষত উপস্থিত হ'ব লাগিব। ২১ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ স্নাতক প্ৰাৰ্থী...

December 4, 2024 12:26 PM

views 25

অহা ৮ পৰা ১০ ডিচেম্বৰলৈ সমগ্ৰ দেশৰ লগতে অসমতো ৰাষ্ট্ৰীয় প্ৰতিষেধক কার্যসূচী ৰূপায়ণ

অহা ৮ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ সমগ্ৰ দেশৰ লগতে অসমতো ৰাষ্ট্ৰীয় প্ৰতিষেধক কার্যসূচী ৰূপায়ণ কৰা হ'ব। দেশৰ ২৩৪খন জিলাত ৰূপায়ণ হ'বলগীয়া এই ৰাষ্ট্ৰীয় কাৰ্যসূচীত অসমৰ ২৭খন জিলাক সামৰি লোৱা হৈছে। এই তিনিদিনীয়া অভিযান কালত পূৰ্বৰ পাচ পোলিঅ' অভিযান কালত বাদ পৰি যোৱা ৫ বছৰৰ তলৰ সকলো শিশুকে পোলিঅ' প্র...

December 4, 2024 12:24 PM

views 33

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠানত আয়োজিত দশম ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ সামৰণি

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান অর্থাৎ আই আই টিত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত দশম ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ কালি সামৰণি পৰে। সামৰণি অনুষ্ঠানত ৰাজ্য চৰকাৰৰ বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কেশৱ মহন্তই ভাষণ দিয়ে। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে কয়, যে এই মহোৎসৱ...

December 4, 2024 12:22 PM

views 224

অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ বিষয়ববীয়া নিৰ্বাচনৰ ভোটগ্ৰহণৰ আজি অন্তিম দিন

 অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ বিষয়ববীয়া নিৰ্বাচনৰ ভোটগ্ৰহণৰ আজি অন্তিম দিনা বিভিন্ন শাখা সাহিত্য সভাত ব্যস্ততা অব্যাহত আছে। যোৱা ২১ নৱেম্বৰৰ পৰা চলা ভোটদান প্রক্রিয়া শেষ হোৱাৰ পাছত কাইলৈ পুৱা ১০ বজাত বেলট বাকচ বন্ধ কৰা হ'ব। সভাৰ সভাপতি ডº সূর্যকান্ত হাজৰিকাই জানিবলৈ দিয়া অনুসৰি বেলট বাকচসমূহ ব...

December 4, 2024 12:41 PM

views 35

গুৱাহাটী ৰিং ৰোড, কাজিৰঙা কৰিডৰ আৰু গহপুৰ-নুমলীগড়ৰ সংযোগী সুৰগ পথৰ ভূমি অধিগ্ৰহণ শীঘ্ৰে আৰম্ভ হ’ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ৰূপায়ণ কৰিবলৈ লোৱা গুৱাহাটী ৰিং ৰোড, কাজিৰঙা এলিভেটেড কৰিড'ৰ আৰু গহপুৰ-নুমলীগড়ৰ পানীৰ তলৰ সুৰঙ্গ পথ নিৰ্মাণৰ বাবে শীঘ্ৰেই ভূমি অধিগ্ৰহণ আৰু যাৱতীয় কামসমূহ সম্পূৰ্ণ কৰা হ'ব। কালি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে অনুষ...

December 4, 2024 12:18 PM

views 14

ডিব্ৰুগড় টাউন ৰে’ল ষ্টেচনটো উঠাই দিয়াৰ পৰিকল্পনা সন্দৰ্ভত উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষৰ বৈঠক

অসমৰ প্ৰাচীনতম ৰে'ল ষ্টেচন – ডিব্ৰুগড় টাউন ৰে'ল ষ্টেচনটো উঠাই দিয়াৰ পৰিকল্পনা সন্দৰ্ভত কালি উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই ডিব্ৰুগড়ত এখন বৈঠকৰ আয়োজন কৰে। ডিব্ৰুগড় জিলা প্ৰশাসন, ডিব্ৰুগড় পৌৰ নিগম আৰু ডিব্ৰুগড়ৰ কেইবাগৰাকীও নেতৃস্থানীয় লোকে অংশগ্ৰহণ কৰা এই বৈঠকত ৰে'ল কৰ্তৃপক্ষই ডিব্ৰুগড়ৰ বা...

December 4, 2024 12:17 PM

views 19

অশ্বিনী বৈষ্ণৱৰ সৈতে ৰে’ল যোগাযোগ ব্যৱস্থা সম্পৰ্কে আলোচনা মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানৰ সৈতে দ্রুতগামী ৰে'লেৰে সংযোগ দিয়াবলৈ ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক অনুৰোধ জনাইছে। কালি নতুন দিল্লীৰ সংসদ ভৱনত থকা ৰে'ল মন্ত্ৰীৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী ডº শৰ্মাই অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি ৰাজ্যখনৰ ৰে'ল যোগাযোগ ব্যৱস্থা সম্পৰ...

December 3, 2024 4:58 PM

views 25

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ব্রডকাষ্ট এছিছটেণ্ট পদৰ বাবে ৫ ডিচেম্বৰত WALK-IN INTERVIEW

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে অহা ৫ ডিচেম্বৰ বৃহস্পতিবাৰে দিনৰ ১০ বজাৰ পৰা বাতৰি বিভাগৰ সঞ্চালকৰ কক্ষত এটা WALK-IN INTERVIEW অনুষ্ঠিত হ'ব। ২১ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ স্নাতক প্ৰাৰ্থীয়ে এই সাক্ষাৎকাৰত অংশগ্রহণ কৰিব পাৰিব। প্ৰাৰ্থীৰ কম্পিউটাৰ বিষয়ক সম...

December 2, 2024 12:19 PM

views 15

আজি অসম দিৱস

■ আজি অসম দিৱস। বৰ অসমৰ ভেঁটি গঢ়োতা স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ বীৰত্ব, বিচক্ষণতা আৰু অৱদানক সুঁৱৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম দিৱস উপলক্ষে ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদামক্ষেত্ৰত অসম দিৱস দিনজোৰা কাৰ্যসূচীৰে ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।