আঞ্চলিক সংবাদ

December 1, 2024 7:53 PM

views 12

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে ৫ ডিচেম্বৰত WALK-IN INTERVIEW

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে অহা ৫ ডিচেম্বৰ বৃহস্পতিবাৰে বাতৰি বিভাগৰ সঞ্চালকৰ কক্ষত এটা WALK-IN INTERVIEW অনুষ্ঠিত হ'ব। ২১ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ স্নাতক প্ৰাৰ্থীয়ে এই সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰাৰ্থীৰ কম্পিউটাৰ বিষয়ক সম্যক জ্ঞান, আকাশবা...

December 1, 2024 7:17 PM

views 16

গোলাঘাট জিলাৰ বোকাখাটত পঞ্চম জিলা ভিত্তিক বার্ষিক ভাৰোত্তলন প্রতিযোগিতা অনুষ্ঠিত

গোলাঘাট জিলাৰ বোকাখাট সমজিলা ভাৰোত্তলন সংস্থাৰ উদ্যোগত আজি পঞ্চম জিলা ভিত্তিক বার্ষিক ভাৰোত্তলন প্রতিযোগিতা অনুষ্ঠিত হয়। মন্ত্রী অতুল বৰাই উদ্বোধন কৰা এই প্ৰতিযোগিতাৰ আৰম্ভণিতে কেইবাগৰাকীও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ক্রীড়াবিদক সম্বৰ্ধনা জনোৱা হয়।

December 1, 2024 7:14 PM

views 11

উজনি অসম মুছলীম কল্যাণ পৰিষদৰ অসম বিধানসভাত ৩ খন আৰু ৰাজ্যসভাৰ এখন আসন মুছলমানৰ বাবে সংৰক্ষণৰ দাবী উত্থাপন

উজনি অসমৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ সামগ্রিক কল্যাণৰ বাবে উজনি অসম মুছলীম কল্যাণ পৰিষদে অসম বিধানসভাত ৩ খন আৰু ৰাজ্যসভাৰ এখন আসন মুছলমানৰ বাবে সংৰক্ষণৰ দাবী উত্থাপন কৰিছে। আজি শিৱসাগৰত পৰিষদৰ কেন্দ্ৰীয় সভাপতি মনিৰুল ইচলাম বৰাই এখন সংবাদমেলযোগে এই দাবী উত্থাপন কৰে। তেওঁ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত মুছল...

December 1, 2024 7:08 PM

views 13

বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলক সুৰক্ষা প্ৰদান কৰাটো বাংলাদেশ চৰকাৰৰ দায়িত্ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলক সুৰক্ষা প্ৰদান কৰাটো বাংলাদেশ চৰকাৰৰ দায়িত্ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কূটনৈতিক ব্যৱস্থাৰ জৰিয়তে বাংলাদেশ চৰকাৰে যাতে সংখ্যালঘু হিন্দুসকলক সুৰক্ষা প্ৰদান কৰে তাৰ প্রচেষ্টা গ্রহ...

December 1, 2024 6:26 PM

views 12

কাছাৰ জিলাত লক্ষীপুৰ মহকুমা ন্যায়িক দণ্ডাধীশ আদালত ভৱনৰ উদ্বোধন

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি কাছাৰ জিলাত লক্ষীপুৰ মহকুমা ন্যায়িক দণ্ডাধীশ আদালত ভৱনৰ উদ্বোধন কৰে। এই ভৱনটো প্ৰায় ৩ কোটি ৭৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে। ন্যায়িক ভৱনটোৱে লক্ষীপুৰৰ লগতে কাছাৰ জিলা তথা সামগ্ৰিকভাৱে বৰাক উপত্যকাৰ ন্যায়িক ব্যৱস্থাটোক অধিক গতিশীল কৰি তুলিব বু...

December 1, 2024 6:11 PM

views 21

নাগালেণ্ডৰ কিচামা গাঁৱত হৰ্ণবিল মহোৎসৱ আৰম্ভ

নাগালেণ্ডৰ কহিমাৰ সমীপৰ কিচামা গাঁৱত বহু প্রতিক্ষিত হৰ্ণবিল মহোৎসৱ আজি আৰম্ভ হৈছে। ৰূপালী জয়ন্তী বৰ্ষত প্ৰৱেশ কৰা এই মহোৎসৱৰ সৈতে সংগতি ৰাখি আয়োজন কৰা বিভিন্ন নাগা ফৈদৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য বহন কৰা নৃত্য-গীতেৰে উৎসৱস্থলী মুখৰ হৈ পৰিছে। এইবাৰৰ এই হৰ্ণবিল উৎসৱত নাগালেণ্ড চৰকাৰৰ লগতে ৱেলছ, জাপান,...

December 1, 2024 6:02 PM

views 20

নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়, যে ঐতিহ্য, উদ্ভিদ তথা প্ৰাণীৰে চহকী নাগালেণ্ড এখন সাহসী ৰাজ্য। বিভি...

December 1, 2024 12:54 PM

views 26

অসমৰ বান সমস্যা আৰু মিছন ফ্লাড ফ্ৰী গুৱাহাটী সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক

অসমৰ বান সমস্যা আৰু মিছন ফ্লাড ফ্ৰী গুৱাহাটীৰ উদ্দেশ্যেৰে কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে গুৱাহাটীত গুৰুত্বপূৰ্ণ বৈঠকত ভাগ লয়। মুখ্যমন্ত্রী ড০ শৰ্মাই আই আই টি গুৱাহাটীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱত অংশগ্ৰহণ কৰি অনুষ্ঠানত ভাগ লোৱা বিজ...

November 30, 2024 8:18 PM

views 17

জম্মু-কাশ্মীৰত অনুষ্ঠিত ৩৬ সংখ্যক চাব জুনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত ল’ৰাৰ একক শাখাত অনিকেশ দত্তৰ চেম্পিয়নৰ সন্মান অৰ্জন

অসমৰ অনিকেশ দত্তই জম্মু-কাশ্মীৰত অনুষ্ঠিত ৩৬ সংখ্যক চাব জুনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত ল'ৰাৰ একক শাখাত চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে। আজি অনুষ্ঠিত ফাইনেলত অনিকেশে ৰাজস্থানৰ সাতৱিক আগৰৱালাক ২১- ১৭, ২১–৭ত পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে। আনহাতে ১৩ বছৰ অনুৰ্ধৰ ছোৱালীৰ একক শাখাত অসমৰ বেদাগ্নি গ...

November 30, 2024 8:16 PM

views 29

হাৰিয়ানাত ১৬ ডিচেম্বৰৰ পৰা ৫১ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষ বৈজ্ঞানিক প্রদর্শনী প্রতিযোগিতা

চৰাইদেউ জিলাৰ দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ শুভ্রনীল সন্দিকৈ আৰু ছাত্ৰ শিৱানী গগৈসহ শিক্ষক আব্দুল মালিকৰ দলটোৱে হাৰিয়ানাত ১৬ ডিচেম্বৰৰ পৰা হ'বলগীয়া ৫১ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষ বৈজ্ঞানিক প্রদর্শনী প্রতিযোগিতাত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিব। চৰাইদেউ জিলা প্ৰশাসনৰ তৰফৰ পৰা আজি ৰাষ্ট্ৰীয় পৰ্য...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।