আঞ্চলিক সংবাদ

December 5, 2024 8:05 PM

views 28

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগীতামূলক পৰীক্ষা-২০২৩ৰ ফলাফল ঘোষণা

অসম লোকসেৱা আয়োগে আজি সংযুক্ত প্রতিযোগীতামূলক পৰীক্ষা-২০২৩ৰ ফলাফল ঘোষণা কৰে। আয়োগে অসামৰিক সেৱা, অসম আৰক্ষী সেৱা আৰু সংলগ্ন সেৱাৰ মুঠ ২৩৫ গৰাকী প্ৰাৰ্থী নিযুক্তিত অনুমোদন দিছে। চিৰঞ্জীৱ ফুকনে ৮৭২ নম্বৰেৰে প্ৰথম স্থান লাভ কৰে। এনিশা বুঢ়াগোহাঁইয়ে ৮২৩ নম্বৰ লাভ কৰি মহিলা প্ৰাৰ্থীৰ ভিতৰত প্ৰথম স্থান...

December 5, 2024 8:02 PM

views 132

নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক পৰ্যায়ৰ সাহিত্য প্ৰতিযোগিতা

ৰাজ্যখনৰ অগ্ৰণী প্ৰগতিবাদী সাহিত্য সংগঠন নতুন সাহিত্য পৰিষদৰ অহা ১, ২ আৰু ৩ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’বলগীয়া দ্বি—বাৰ্ষিক ৰাজ্যিক সন্মিলন উপলক্ষে ৰাজ্যিক ভিত্তিক অসমীয়া প্ৰগতিবাদী গল্প, কবিতা আৰু প্ৰবন্ধ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি সন্মিলনৰ আদৰণী সমিতিয়ে এক বিবৃতিযোগে জনাইছে৷ পঞ্চাশ বছৰ অনূৰ্ধ্বৰ সক...

December 5, 2024 7:05 PM

views 16

৪ গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে ৭ ডিচেম্বৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

চাৰিগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে পৰহিলৈ অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। চাৰিগৰাকী বিধায়কে শনিবাৰে দিনৰ ১২ বজাত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যম এক্সযোগে এই কথা প্ৰকাশ কৰিছে। এই নতুন মন্ত্ৰীসকল হ'ব ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকন, লক্ষীপ...

December 5, 2024 1:28 PM

views 23

অসম মুছলিম বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন, ১৯৩৫ বাতিল সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অসম মুছলিম বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন, ১৯৩৫ বাতিল কৰাক লৈ এটা সংগঠনে দাখিল কৰা আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰলৈ জাননী কৰিছে। এই সন্দৰ্ভত সদৌ অসম মুছলিম বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ক তথা কাজী সন্থা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। সংগঠনটোৱে দাখিল কৰা এখন লেখ আবেদনৰ শুন...

December 5, 2024 1:24 PM

views 19

ধুবুৰীত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৩৪৯ সংখ্যক শ্বহীদী দিৱস পালন

ধুবুৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীগুৰু টেগ বাহাদুৰ ছাহিব গুৰুদ্ধাৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৩৪৯ সংখ্যক শ্বহীদী দিৱস পালন কৰা হৈছে। শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰে স্থাপন কৰা ধুবুৰীৰ এই গুৰুদ্ধাৰত আয়োজিত এই দিৱসৰ কাৰ্যসূচীত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশ-বিদেশৰ পৰা বহুলোকে অংশগ্ৰহণ কৰিছে। বিগত বছ...

December 5, 2024 1:21 PM

views 24

অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী অমিত শ্বাহ আৰু দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা

অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মহাৰাষ্ট্ৰত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ সৈতে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে মুখ্যমন্ত্রী শর্মাই কালি নতুন দিল্লীত এখন সংবাদমেলত অহা ৭ ডিচেম্বৰৰ ১২ বজাত অসম মন...

December 5, 2024 1:09 PM

views 11

ৰেস্তোৰাঁ, হোটেল ৰাজহুৱা অনুষ্ঠান, সামাজিক স্থানত গো-মাংস বন্ধৰ ঘোষণা ৰাজ্য চৰকাৰৰ

অসম চৰকাৰে ৰেস্তোৰাঁ, হোটেল ৰাজহুৱা অনুষ্ঠান আৰু আন সামাজিক স্থানত গো মাংসৰ ব্যৱহাৰ সম্পূৰ্ণ ৰূপে বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰি কালি কয়, যে কেবিনেট বৈঠকত বৰ্তমানৰ গো মাংস গ্ৰহণ কৰা আইনৰ সংশোধনত অনুমোদন জনোৱাৰ পিছত এই সিদ্ধান্ত চূড়ান্ত কৰা হয় ৷ মুখ...

December 4, 2024 8:37 PM

views 29

লোকসভাত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে আহ্বান

অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে লোকসভাত আহ্বান জনাইছে। ২০১৯ বৰ্ষৰে পৰা ৰাজ্যৰ মৰাণ, মটক, টাই-আহোম, কোচ ৰাজবংশী, চুতীয়া আৰু চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিৰ মৰ্যাদা দিয়াৰ বাবে দাবী উত্থাপিত হৈ আহিছে যদিও আজিও এই দাবী বাস্তৱত পৰিণত নহ'ল বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয়, য...

December 4, 2024 8:32 PM

views 10

অভিনেত্রী সীমা বিশ্বাসলৈ ২০২৪ বৰ্ষৰ আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক ২০২৪ বৰ্ষৰ আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা প্ৰদান কৰা হ'ব। সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নাম ভূমিকাত অভিনয় কৰা শিল্পী আইদেউ সন্দিকৈৰ অহা ১৭ ডিচেম্বৰত মৃত্যু তিথি উপলক্ষে তেওঁৰ সোঁৱৰণত এই বঁটা প্ৰদান কৰিব । গোলা...

December 4, 2024 8:29 PM

views 16

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যৰ নগাঁও জিলা ভ্ৰমণ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই আজি নগাঁও জিলাত উপস্থিত হৈ বিভিন্ন উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন কৰে। ভৱনৰ প্ৰথম পৰ্যায়ত ৰাজ্যপালগৰাকীয়ে ৰহা ৰাজহ চক্ৰৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনি পৰিদৰ্শন কৰে। ইয়াৰ পাছতে তেওঁ ৰহাৰ বগলাজানত উপস্থিত হৈ ৰহা-কামপুৰ পথৰ কপিলী নৈৰ খহনীয়া পৰিদৰ্শন কৰে । উল্লেখয...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।