আঞ্চলিক সংবাদ

October 30, 2024 12:28 PM October 30, 2024 12:28 PM

views 4

মাজুলীৰ কমলাবাৰী-নিমাতী পাৰঘাট সংযোগী ফেৰী সেৱা আজি পুনৰ আৰম্ভ

মাজুলীৰ কমলাবাৰী আৰু নিমাতী পাৰঘাট সংযোগী ফেৰী সেৱা আজি পুনৰ আৰম্ভ হ'ব। টিকট ক্রয় প্রক্রিয়া ইতিমধ্যে আৰম্ভ হৈছে। পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই এই বিষয়ে প্রকাশ কৰি কয় যে ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ লগতে কমলাবাৰী পাৰঘাটৰ দিশত জলপথৰ কিছু অংশত নতুনকৈ পৰা বালিচৰৰ বাবে যোৱা ২০ অক্টোবৰৰ...

October 30, 2024 12:20 PM October 30, 2024 12:20 PM

views 2

কালী পূজা-দীপাৱলীলৈ মাজত মাথোঁ কেইটামান ঘণ্টা, সেউজ দীপাৱলী উদযাপনৰ আহ্বান প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ

কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো কেইটামান ঘণ্টা। দেশজুৰি উৎসাহ-উদ্দীপনাৰে এই উৎসৱ উদযাপন কৰা হ'ব। ইতিমধ্যে দোকান-পোহাৰসমূহ মাটিৰ চাকিৰ লগতে বিভিন্ন বিজুলী বাতি তথা অন্যান্য প্রয়োজনীয় পূজাৰ উপকৰণ আৰু সা-সামগ্ৰীৰে সজাই তোলা হৈছে আৰু গ্ৰাহকেৰে বজাৰসমূহ ঠাহ খাই পৰিছে। সমান্তৰালকৈ কালী পূজা...

October 30, 2024 12:19 PM October 30, 2024 12:19 PM

views 1

অযোধ্যাৰ ৰাম মন্দিৰত প্ৰথম দীপাৱলী উৎসৱৰ আয়োজন, ২৮ লাখ বন্তি প্ৰজ্বলনৰ প্ৰস্তুতি

ৰাম জনমভূমি মন্দিৰত প্ৰথম দীপাৱলী উৎসৱৰ আয়োজন প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। অযোধ্যাত ২৮ লাখ বন্তি প্ৰজ্বলনেৰে নতুন বিশ্ব অভিলেখ গঢ়াৰ প্ৰস্তুতিও সম্পূৰ্ণ হোৱা বুলি জানিব পৰা গৈছে। ৰাম মন্দিৰ চৌহদত এইবাৰ উদযাপন কৰিবলগীয়া দীপাৱলী উৎসৱ বিশেষভাৱে ব্যতিক্রম হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য ক...

October 30, 2024 12:18 PM October 30, 2024 12:18 PM

views 5

২০০৮ চনৰ ৩০ অক্টোবৰত সন্ত্ৰাসবাদীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ আজি ১৬ বছৰ

২০০৮ চনৰ ৩০ অক্টোবৰত সন্ত্ৰাসবাদীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ আজি ১৬ বছৰ সম্পূৰ্ণ হৈছে। গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা ৰোডত সংঘটিত বোমা বিস্ফোৰণত বহু লোকে প্ৰাণ হেৰুৱাইছিল। অসম ছাত্ৰ সন্থাই আজি ৰাজ্যজুৰি বোমা বিস্ফোৰণত নিহতসকললৈ বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনাব। মুখ্যমন্ত্ৰী হিমন্ত ব...

October 30, 2024 12:16 PM October 30, 2024 12:16 PM

views 6

কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত বাংলাদেশী নাগৰিকক আটক

অসম আৰক্ষীয়ে কালি আন্তঃৰাষ্ট্ৰীয় সীমান্তত বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ এটা চেষ্টা ব্যর্থ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। তেওঁ কৈছে যে অনুপ্ৰৱেশৰ বিৰুদ্ধে সদাসতর্ক অসম আৰক্ষীৰ জোৱানে কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত এগৰাকী বাং...

October 30, 2024 12:13 PM October 30, 2024 12:13 PM

views 17

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১ নৱেম্বৰৰ পৰা পৰ্যটকৰ বাবে হাতী ছাফাৰি মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে হাতী ছাফাৰি অহা ১ নৱেম্বৰৰ পৰা মুকলি হ'ব। যোৱা ১ অক্টোবৰৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত বন বিভাগে জীপ ছাফাৰি মুকলি কৰিছিল। ২০২৪-২৫ পৰ্যটন বৰ্ষ আৰম্ভ কৰাৰ পাছতে দেশী-বিদেশী পৰ্যটকক হাতী ছাফাৰি কৰাবলৈ উদ্যান কৰ্তৃপক্ষই প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰি তুলিছে।

October 30, 2024 12:12 PM October 30, 2024 12:12 PM

views 5

ৰাজ্য চৰকাৰৰ ২৮ অক্টোবৰৰ পৰা ‘তদাৰকী সজাগতা সপ্তাহ’ উদযাপন

ৰাজ্য চৰকাৰে সত্যনিষ্ঠাৰ সংস্কৃতিৰ দ্বাৰা দেশৰ সমৃদ্ধি শ্লোগানেৰে ২৮ অক্টোবৰৰ পৰা তদাৰকী সজাগতা সপ্তাহ ২০২৪ উদযাপন কৰিছে। প্ৰশাসন ব্যৱস্থা নিকা কৰা তথা দুর্নীতি পৰায়ন বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লক্ষ্যৰে এই সপ্তাহ পালন কৰি থকা হৈছে। এই পৰিপ্ৰেক্ষিতত এখন বিজ্ঞপ্তিৰ জৰিয়তে চৰকাৰী বিষয়...

October 30, 2024 12:06 PM October 30, 2024 12:06 PM

views 6

যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ পৰিচালনা সন্দৰ্ভত বৈঠক

যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ সফল পৰিচালনা সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই জিলাখনত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট সকলোকে নিজ নিজ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। বৈঠকত যোৰহাটৰ আৰক্ষী অ...

October 29, 2024 7:38 PM October 29, 2024 7:38 PM

views 11

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত

অহা ১৩ নৱেম্বৰত ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। আজি চামগুৰি সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপুৰঞ্জন শৰ্মাৰ হৈ মন্ত্ৰী বিমল বৰাই প্ৰচাৰ চলায়। প্ৰচাৰ সভাত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ কল্যাণ আৰু উন্নয়নৰ স্বাৰ...

October 29, 2024 7:36 PM October 29, 2024 7:36 PM

views 18

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত আয়োজিত ৰোজগাৰ মেলাত সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত আয়োজিত ৰোজগাৰ মেলাত উপস্থিত থাকে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১০ বছৰে যুৱ প্ৰজন্মৰ সৱলীকৰণৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। যুৱ প্ৰজন্মৰ উন্নয়নত প্ৰধানমন...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।