October 30, 2024 8:27 PM October 30, 2024 8:27 PM
6
ৰাজ্যৰ খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বাবে ৪৯ লাখতকৈও অধিক খেলুৱৈৰ নাম পঞ্জীয়ন
ৰাজ্যত অহা ১৩ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বাবে এতিয়ালৈকে ৪৯ লাখতকৈও অধিক পঞ্জীয়ন সম্পন্ন হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খেলৰ প্ৰতি থকা এনেধৰণৰ অভূতপূৰ্ব সঁহাৰিয়ে অসমৰ ক্ৰীড়া সংস্কৃতিক উৎসাহ যোগোৱাৰ লগতে ৰাজ্যৰ ক্ৰীড়াৰ ক্ষেত্ৰৰ বিকাশক প্ৰতিফলিত কৰিছে বুলি সা...