আঞ্চলিক সংবাদ

November 1, 2024 12:51 PM November 1, 2024 12:51 PM

views 7

আজিৰে পৰা পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা পৰ্যটকৰ বাবে হাতী ছাফাৰী মুকলি কৰা হৈছে। কৃষিমন্ত্ৰী অতুল বৰাই কঁহৰা বনাঞ্চলৰ মিহিমুখত ফিটা কাটি আনুষ্ঠানিকভাৱে হাতী ছাফাৰী মুকলি কৰে। পৰম্পৰাগত হস্তি পূজাৰে পুৱা ২০২৪-২৫ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী মুকলি কৰা হয়। বাগৰি বনাঞ্চলতো আজিৰে পৰা ব্যক্তিগত হাতী ছাফাৰী আৰম্...

November 1, 2024 12:44 PM November 1, 2024 12:44 PM

views 13

ৰাজ্যৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় একতা দিৱস পালন

দেশৰ অন্যান্য প্ৰান্তৰ লগতে কালি ৰাজ্যৰ বিভিন্ন স্থানতো ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে ডিব্ৰুগড়ত আয়োজিত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১০ বছৰে চৰ্দাৰ বল্...

November 1, 2024 12:42 PM November 1, 2024 12:42 PM

views 7

সমগ্ৰ দেশৰ লগতে অসমতো পোহৰৰ উৎসৱ দীপাৱলী পালন

সমগ্ৰ দেশৰ লগতে অসমতো পোহৰৰ উৎসৱ দীপাৱলী পালন কৰা হৈছে। এই উৎসৱ অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়ৰ প্ৰতীক। এই উপলক্ষে জনসাধাৰণে ধন, ঐশ্বৰ্য্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ পূজা-অৰ্চনা কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দীপাৱলী উপলক্ষে আজি তিনিচুকীয়া জিলা ভ্ৰমণ কৰে। মন্ত্ৰীগৰ...

October 31, 2024 7:21 PM October 31, 2024 7:21 PM

views 11

উৎসৱ উপলক্ষে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অতিৰিক্ত ৮ খন বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা

উত্তৰ-পূব সীমান্ত ৰে'লৱেই উৎসৱ উপলক্ষে জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত ৮ খন বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে। উৎসৱৰ সময়ছোৱাত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত ৮ খন ৰে'লৰ ব্যৱস্থা কৰা হৈছে বুলি মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়ে। নিউ জলপাইগুৰিৰ পৰা গ...

October 31, 2024 7:17 PM October 31, 2024 7:17 PM

views 8

অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্চৰ তিনিজন শীৰ্ষ আৰক্ষী বিষয়া আৰু এজন কনিষ্টবলক কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক সন্মানৰ বাবে নিৰ্বাচিত

অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্চৰ তিনিজন শীৰ্ষ আৰক্ষী বিষয়া আৰু এজন কনিষ্টবলক কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক সন্মানৰ বাবে নিৰ্বাচিত হৈছে। ৰাজ্যখনত বিগত বৰ্ষৰ ২১ মাৰ্চৰ পৰা চলিত বৰ্ষৰ ২০ মাৰ্চলৈ কেইবাটাও অভিযানত সফলতা লাভ কৰাৰ স্বীকৃতিস্বৰূপে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে অসম আৰক্ষীৰ স্পেচিয়েল টা...

October 31, 2024 7:13 PM October 31, 2024 7:13 PM

views 7

ৰাজ্যৰ বিভিন্ন জিলাতো কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উৎসাহ-উদ্দীপনাৰে উদযাপন

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উৎসাহ- উদ্দীপনাৰে উদযাপন কৰা হৈছে। দীপাৱলীৰ লগতে কালী পূজা উপলক্ষে গোৱালপাৰাত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। গোৱালপাৰা নগৰৰ শান্তিনগৰ সাৰ্বজনীন শ্যামাকালী মন্দিৰত কালী পূজা উলহ- মালহেৰে পালন কৰা হৈছে। সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি...

October 31, 2024 6:44 PM October 31, 2024 6:44 PM

views 2

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বৃহৎ পৰিমাণৰ মাদক দ্রব্যসহ এজন যুৱক আটক

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বৃহৎ পৰিমাণৰ মাদক দ্রব্যসহ এজন যুৱকক আটক কৰা হয়। মাৰ্ঘেৰিটাৰ আৰক্ষীয়ে ১ নম্বৰ মাকুম পথাৰত চলোৱা অভিযানত প্ৰায় ৩৭ গ্রাম মাদক দ্রব্য জব্দ কৰে। আটকাধীন যুৱকজনক অধিক তথ্যৰ বাবে আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।

October 31, 2024 6:40 PM October 31, 2024 6:40 PM

views 12

বিদ্যুৎ পৰিবহন উন্নত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ ১২০০ কোটি টকাৰ প্ৰকল্প

গ্রাম্য অঞ্চলসমূহত বিশেষ গুৰুত্ব আৰোপ কৰি বিদ্যুৎ পৰিবহন উন্নত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ১২০০ কোটি টকাৰ প্ৰকল্প হাতত লৈছে। সামাজিক মাধ্যমৰ এটা বার্তা যোগে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে এই বছৰৰ অক্টোবৰলৈকে ১২ হাজাৰ কিলোমিটাৰতকৈ অধিক এল টি লাইন সলনি কৰা হৈছে আৰু ২৫০ কিলোমিটাৰ নতুন ১১ কি...

October 31, 2024 6:36 PM October 31, 2024 6:36 PM

views 5

ডিব্ৰুগড়ত আয়োজিত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত আয়োজিত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১০ বছৰে চৰ্দাৰ বল্লভ ভাই পেটেলৰ নীতি আৰু প্ৰমূল্যৰে সমগ্ৰ ৰাষ্ট্ৰক একতাৰ ডোলেৰে বান্ধিবলৈ নিৰন্তৰ প্ৰচেষ্টা...

October 31, 2024 11:55 AM October 31, 2024 11:55 AM

views 5

মৰিগাঁও জিলাত ৪৪৮খন বিদ্যালয়ত ৰাণী লক্ষ্মীবাঈ আত্মৰক্ষা প্ৰশিক্ষণ কাৰ্যসূচী

মৰিগাঁও জিলাত সমগ্ৰ শিক্ষাৰ অধীনত ৪৪৮খন বিদ্যালয়ত ৰাণী লক্ষ্মীবাঈ আত্মৰক্ষা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। ছাত্ৰীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে তেওঁলোকক আত্মবিশ্বাসী কৰি তুলিবলৈ এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।