আঞ্চলিক সংবাদ

December 6, 2024 9:10 PM

views 15

ৰাজ্যৰ দুখন গাঁও পঞ্চায়তৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ দুটা শিতানত শ্ৰেষ্ঠত্বৰ বঁটা লাভ

ৰাজ্যৰ দুখন গাঁও পঞ্চায়তে অলপতে ঘোষণা কৰা ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ দুটা শিতানত শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰিছে। দীনদয়াল উপাধ্যায় পঞ্চায়ত সতত বিকাশ পুৰস্কাৰৰ ৯টা মূল বিষয়বস্তুৰে সমৃদ্ধ শিশু অনুকূল পঞ্চায়ত শিতানত মাজুলী জিলাৰ উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জেংৰাই পঞ্চায়তে প্রথম স্থান লাভ কৰিবলৈ...

December 6, 2024 9:08 PM

views 18

গুৱাহাটীৰ কৰ ভৱনত ছেমি কণ্ডাক্টৰ সন্মিলন

গুৱাহাটীৰ কৰ ভৱনত আজি ছেমি কণ্ডাক্টৰ সন্মিলন অনুষ্ঠিত হয়। এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে অনুষ্ঠিত এই সন্মিলনত দেশ-বিদেশৰ ছেমি কণ্ডাক্টৰ নিৰ্মাণকাৰী সংস্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই সন্মিলনত ৰাজ্যৰ ছেমি কণ্ডাক্টৰৰ ক্ষেত্ৰত কৰিব লগা বিভিন্ন ক্ষেত্ৰৰ কামৰ বিষয়ে পর্যালোচনা কৰা হয়। ...

December 6, 2024 9:07 PM

views 5

উপ-ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক দিৱস সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষত জিলা টাস্ক ফ’ৰ্চৰ বৈঠক

পৰহিলৈ হ’বলগীয়া উপ-ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিৱস সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষত জিলা টাস্ক ফ’ৰ্চৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত সভাপতিত্ব কৰি জিলা আয়ুক্ত সুমিত ছাত্তাৱানে সকলোকে নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰিবলৈ নিৰ্দেশ দিয়ে। পলিঅ' প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত ৫ বছৰৰ অনূৰ্...

December 6, 2024 9:06 PM

views 10

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অহা ১৩ ডিচেম্বৰৰ পৰা প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ

শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ উদ্যোগত অহা ১৩ ডিচেম্বৰৰ পৰা তিনি দিনীয়াকৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ আয়োজন কৰা হৈছে। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত আজি ন্যাসৰ সভাপতি ৰাণা প্রতাপ কলিতাই এই কথা প্রকাশ কৰে। এই সাহিত্য উৎসৱত আলোচনা চক্ৰ, লেখক-সা...

December 6, 2024 9:04 PM

views 17

ৰাজ্যৰ ভিন্ন স্থানত সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ ৬২ সংখ্যক দিৱস উদযাপন

ৰাজ্যৰ বিভিন্ন স্থানত সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ ৬২ সংখ্যক দিৱস আজি উদযাপন কৰা হয়। গুৱাহাটীৰ নিকটৱৰ্তী পানীখাইতীৰ কেন্দ্ৰীয় গৃহৰক্ষী বাহিনীৰ প্ৰশিক্ষণ কেন্দ্ৰত আয়োজিত গৃহৰক্ষী বাহিনী দিৱসত ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্য্য আৰু অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে অংশগ্ৰহণ কৰে...

December 6, 2024 9:02 PM

views 10

শিখ গুৰু টেগবাহাদুৰৰ ৩৬৮সংখ্যক ছহিদী উপলক্ষে ধুবুৰীত নগৰ সংকীৰ্তন

শিখ গুৰু টেগবাহাদুৰৰ ৩৬৮সংখ্যক ছহিদী উপলক্ষে ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰু টেগ বাহাদুৰ চাহিবজী গুৰুদ্বাৰৰ পৰা আজি ধুবুৰী নগৰৰ মাজেৰে এটা নগৰ সংকীর্তন উলিওৱা হয়। সম্পূর্ণ ধর্মীয় পৰম্পৰাৰে এখন পুষ্পসজ্জিত বাহনেৰে শিখসকলৰ পৱিত্ৰ ধৰ্মগ্রন্থ গুৰুগ্ৰন্থ চাহিব লৈ উলিওৱা এই শোভাযাত্রা দেশৰ বিভিন্ন প্ৰান্তৰ পৰ...

December 6, 2024 9:00 PM

views 10

দ্বিতীয় ক্রিকেট টেষ্টৰ প্ৰথম ইনিংছত ভাৰতৰ ১৮০ ৰানৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াৰ ৮৬ ৰান সংগ্ৰহ

এডেলেইডত অনুষ্ঠিত দ্বিতীয় ক্রিকেট টেষ্টৰ আজি প্ৰথম দিনা ভাৰতৰ প্ৰথম ইনিংছৰ ১৮০ ৰানৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই দিনান্তত এক উইকেটৰ বিনিময়ত ৮৬ ৰান সংগ্ৰহ কৰিছে। আজি ভাৰতৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাই টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লয় যদিও মিছেল ষ্টাৰ্কৰ বিধ্বংসী বলিঙৰ সমুখত দ্রুত গতিত উইকেট ...

December 6, 2024 8:59 PM

views 13

তিনিচুকীয়া-ডিব্ৰুগড়ত জলসম্পদ বিভাগৰ অধীনৰ কাম-কাজৰ বুজ লয় মন্ত্ৰী পীযুষ হাজৰিকাই

জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই আজি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত জলসম্পদ বিভাগৰ অধীনত ৰূপায়ণ কৰা বহুকেইটা কাৰ্যসূচী পৰিদৰ্শন কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধী কাম-কাজৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া জিলাৰ ফেলাই গাঁৱত ব্ৰহ্মপুত্ৰৰ সোঁতে ছিঙি নিয়া মথাউৰিৰ পুনৰ নিৰ্মিত প্রায় দুই কিলোম...

December 6, 2024 8:58 PM

views 13

বিদ্যুৎ খণ্ডক ব্যক্তিগতকৰণৰ প্ৰস্তাৱৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিক্ষোভ

বিদ্যুৎ খণ্ডক ব্যক্তিগতকৰণৰ প্ৰস্তাৱৰ বিৰুদ্ধে আজি দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত গুৱাহাটীৰ বিজুলী ভৱনত কৰ্মচাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সমন্বয়ৰক্ষী স...

December 6, 2024 8:56 PM

views 10

ৰাজ্যৰ চাহ বাগিচা অঞ্চলৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সালসলনিৰ নিৰ্দেশনা জাৰি বিদ্যালয় শিক্ষা বিভাগৰ

ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে চাহ বাগিচা অঞ্চলৰ বিদ্যালয়ৰ সময়সূচী কিছু সালসলনি কৰিছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি চাহ বাগিচা অঞ্চলৰ নিম্ন প্রাথমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা চাৰে সাত বজাৰ পৰিৱৰ্তে চাৰে ৮ বজাত আৰম্ভ হ'ব। একেদৰে ছুটীৰ সময় ১২ বাজি ১৫ মি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।