আঞ্চলিক সংবাদ

December 9, 2024 1:29 PM

views 25

আজি সৰুপথাৰ সম-জিলাত ১৯ কোটি টকা ব্যয়সাপেক্ষে বহুকেইটা প্রকল্প উদ্বোধন মুখ্যমন্ত্রীৰ

সৰুপথাৰ সম-জিলাত আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ১৯ কোটি টকা ব্যয়সাপেক্ষে বহুকেইটা প্রকল্প উদ্বোধন কৰিব। সেই অনুসৰি প্ৰায় ১৫ কোটি টকা ব্যয়সাপেক্ষে সৰুপথাৰ সম-জিলা অসামৰিক চিকিৎসালয় উদ্বোধন কৰা হয়। https://x.com/himantabiswa/status/1866016393457520783 এই চিকিৎসালয়খনত ৯ টা বহিঃ বিভাগীয় কক্ষ...

December 9, 2024 1:22 PM

views 25

অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু আনন্দৰাম বৰুৱা বঁটাৰ অগ্ৰগতি সন্দৰ্ভত জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰী বৈঠক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু আনন্দৰাম বৰুৱা বঁটাৰ অগ্ৰগতি সন্দৰ্ভত বুজ লোৱাৰ বাবে জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে এই আঁচনিসমূহ সুচাৰুৰূপে পালন কৰাৰ বাবে জিলা আয়ুক...

December 9, 2024 1:16 PM

views 23

যোৰহাটৰ টিয়কৰ চিন্তামনি গড় জেলেঙিটুপত পথ দুৰ্ঘটনাত দুজন ব্যক্তিৰ মৃত্যু

যোৰহাট জিলাৰ টিয়কৰ চিন্তামনি গড় জেলেঙিটুপত যোৱা নিশা সংঘটিত পথ দুৰ্ঘটনাত দুজন ব্যক্তিৰ মৃত্যু হয়। মটৰ চাইকেলেৰে আহি থকা লোক দুজনে এজোপা গছত খুন্দা মৰাৰ ফলত অভিজিৎ ৰাজখোৱা নামৰ লোকজনৰ থিতাতে মৃত্যু হোৱাৰ উপৰি গুৰুতৰভাৱে আহত বিদ্যুৎ বৰা নামৰ আনজন লোকৰ চিকিৎ‍সালয়লৈ নিয়াৰ পথত মৃত্যু হয়।একেদৰে শিলচ...

December 9, 2024 1:11 PM

views 31

জাগীৰোডৰ ইতিহাস প্রসিদ্ধ জোনবিলৰ পাৰত অহা ১৬ৰ পৰা ১৮ জানুৱাৰীলৈ ঐতিহাসিক জোনবিল মেলা

মৰিগাঁও জিলাৰ জাগীৰোডৰ ইতিহাস প্রসিদ্ধ জোনবিলৰ পাৰত অহা ১৬ৰ পৰা ১৮ জানুৱাৰীলৈ ঐতিহাসিক জোনবিল মেলা অনুষ্ঠিত হ'ব। গোভা দেওৰজাৰ ৰাজপৰিষদ, জোনবিল মেলা উন্নয়ন সমিতি আৰু তিৱা ৰাজদ্ৰবাৰে অলপতে গোভা দেওৰজাৰ নখোলা ৰাজভৱনত অনুষ্ঠিত দৰবাৰত এই সিদ্ধান্ত গ্ৰহণ কৰে। তিৱা সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ তথা পাহাৰ-ভৈয়াম...

December 9, 2024 11:50 AM

views 17

অসম মন্ত্রীসভাত নতুনকৈ অন্তৰ্ভুক্ত ৪গৰাকী মন্ত্ৰীক আজি দপ্তৰ বিতৰণ কৰা হ’ব

অসম মন্ত্রীসভাত নতুনকৈ অন্তৰ্ভুক্ত চাৰিগৰাকী মন্ত্ৰীক আজি দপ্তৰ বিতৰণ কৰা হ'ব। নতুন মন্ত্ৰীক দপ্তৰ বিতৰণ কৰাৰ লগতে মন্ত্ৰীসভাৰ পুৰণি কেইবাগৰাকীও মন্ত্ৰীৰ দপ্তৰ সাল-সলনি কৰাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী শৰ্মাই আজি দিনৰ ১২ বজাৰ ভিতৰত দপ্তৰ বিতৰণ কৰা হ'ব বুলি জানিবলৈ দিছে। আজি দপ্তৰ বিতৰণ কৰিবলগীয়া নতু...

December 8, 2024 8:29 PM

views 33

আন্তঃগাঁথনিত বিনিয়োগ, ডিজিটেল অন্তর্ভুক্তি তথা উন্নীত যোগাযোগ ব্যৱস্থাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলত হোৱা উল্লেখনীয় প্ৰগতিৰ প্ৰশংসা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃগাঁথনিত বিনিয়োগ, ডিজিটেল অন্তর্ভুক্তি তথা উন্নীত যোগাযোগ ব্যৱস্থাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলত হোৱা উল্লেখনীয় প্ৰগতিৰ প্ৰশংসা কৰে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমৰ এক্সত কেন্দ্ৰীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্দিয়াই লিখা বিকশিত ভাৰত দৃষ্টিভংগীৰ জৰিয়তে কৰ্ণধাৰ হিচাপে উত্...

December 8, 2024 7:39 PM

views 19

মঙলদৈৰ গান্ধী ময়দানত মঙলদৈ গ্ৰন্থমেলা আৰম্ভ

আজিৰে পৰা মঙলদৈৰ গান্ধী ময়দানত মঙলদৈ গ্ৰন্থমেলা আৰম্ভ হৈছে। আজি বিয়লি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰে। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈ আৰু দৰং-ওদালগুৰি সমষ্টিৰ সাংসদ দিলিপ শ‍ইকীয়াই মুখ্য অতিথি হিচাপে উপস্থিত থকা এই গ্ৰন্থমে...

December 8, 2024 7:33 PM

views 123

মৰিগাঁও জিলাৰ পবিতৰাত আনভাইন্স ৰাণ ফৰ দ্যা ৰাইনো, পবিতৰা আলটা ৰাণৰ আয়োজন

মৰিগাও জিলাৰ পবিতৰাত আজি পুৱা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ দীৰ্ঘ দূৰত্বৰ দৌৰ প্রতিযোগিতা – আনভাইন্স ৰাণ ফৰ দ্যা ৰাইনো, পবিতৰা আলটা ৰাণৰ আয়োজন কৰা হয়। অসমত তৃতীয়বাৰৰ বাবে অনুষ্ঠিত এই প্রতিযোগিতাৰ পূৰ্বে কাজিৰঙাত দুবাৰকৈ ৫২ কিলোমিটাৰ দূৰত্বৰ এই প্রতিযোগিতা অনুষ্ঠিত হৈছিল। পবিতৰাত ৬২ কিলোমিটাৰলৈ ...

December 8, 2024 7:19 PM

views 16

গুৱাহাটীৰ  অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অসম আৰক্ষীৰ বৰ্তমান আৰু প্ৰাক্তন শীৰ্ষ বিষয়াসকলৰ পুনৰমিলন সন্মিলন অনুষ্ঠিত

গুৱাহাটীৰ উলুবাৰীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অসম আৰক্ষীৰ বৰ্তমানৰ আৰু প্ৰাক্তন শীৰ্ষ বিষয়াসকলৰ পুনৰমিলন সন্মিলন অনুষ্ঠিত হয়। কালিৰে পৰা হোৱা সন্মিলনখনৰ আজি বিয়লি সামৰণি পৰে। সামৰণি অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য উপস্থিত থাকে। অসম আৰক্ষীৰ বৰ্তমানৰ আৰু প্ৰাক্ত...

December 8, 2024 6:52 PM

views 43

ৰাজ্যৰ ২৭ খন জিলাত উপ-ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক অভিযান ৰূপায়ণ

ৰাজ্যৰ ২৭ খন জিলাত আজিৰে পৰা উপ ৰাষ্ট্ৰীয় পলিঅ' প্রতিষেধক অভিযান ৰূপায়ণ কৰা হৈছে। গোৱালপাৰা জিলাত আজিৰে পৰা ৩ দিনীয়াকৈ পলিঅ' প্রতিষেধক অভিযান অনুষ্ঠিত হৈছে। জিলাখনৰ আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে আজি গোৱালপাৰা চহৰত থকা প্ৰস্তুতি আৰু শিশু স্বাস্থ্য কেন্দ্ৰত এই অভিযানৰ শুভাৰম্ভ কৰে। জিলা প্ৰতিষেধক বিষয...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।