আঞ্চলিক সংবাদ

December 16, 2024 12:40 PM

views 30

যুক্তিবাদী লেখক ড০ শিৱনাথ বৰ্মনৰ সোঁৱৰণত ৰাজ্যৰ ভিন্ন ঠাইত বৈজ্ঞানিক চেতনা দিৱস উদযাপন

যুক্তিবাদী লেখক ড০ শিৱনাথ বৰ্মনৰ সোঁৱৰণত বিজ্ঞানমনস্ক যাত্ৰাৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন ঠাইত কালি বৈজ্ঞানিক চেতনা দিৱস উদযাপন কৰা হয়। সমাজত বিজ্ঞানমনস্কতাৰ প্ৰচাৰ তথা অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে সচেতনতা সৃষ্টিৰ বাবে যোৰহাট, বিশ্বনাথ চাৰিআলি আদি জিলাত এই দিৱস পালন কৰা হয়। গুৱাহাটীৰ কৃষি নিবাস প্ৰ...

December 16, 2024 12:38 PM

views 13

যোৰহাটত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যালয় ভৱন মুকলি

যোৰহাট জিলাত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যালয় ভৱন কালি মুকলি কৰা হয়। ৰাজ্যৰ কবিসকলক এখন উমৈহতীয়া মঞ্চৰ জৰিয়তে কাব্য চৰ্চাৰ পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যে আৰম্ভ হোৱা সন্মিলনৰ ৩৭ বছৰৰ পিছত এই স্থায়ী ঠিকনা লাভ কৰিবলৈ সক্ষম হৈছে। কালি অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত ড০ কুটুবুদ্দিন আহমেদৰ সোঁৱৰণত ন...

December 16, 2024 12:37 PM

views 8

আকাশবাণীত অহা ২৯ ডিচেম্বৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ডিচেম্বৰত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১১৭ সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ ১৮০০ ১১ ৭৮০০ টোল ফ্রী নম্বৰলৈ প্ৰেৰণ কৰিব পাৰে। নমো এপ...

December 16, 2024 12:36 PM

views 43

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ অহা ২৪ ঘণ্টাত আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব, পুৱা-নিশা ডাঠ কুঁৱলীৰ সম্ভাৱনা

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যত শীতৰ প্ৰকোপ পৰিলক্ষিত হৈছে। কাইলৈৰ পৰা ৰাজ্যত পুহ মাহ আৰম্ভ হ'ব। সেয়েহে গুৱাহাটীত কালি তাপমাত্রা ১২ ডিগ্রী চেলছিয়াছলৈ নিম্নগামী হয়। অহা কেইদিনত এই তাপমান আৰু হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহ...

December 16, 2024 12:34 PM

views 10

শিৱসাগৰৰ জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ফুটবল প্রতিযোগিতাত ডিব্ৰুগড়ৰ মাইজান এফ চি চূড়ান্ত বিজয়ী

শিৱসাগৰ জিলাৰ জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা সদৌ অসম আমন্ত্রণমূলক প্রাইজমাণি ফুটবল প্রতিযোগিতাৰ কালি সামৰণি পৰে। কালি প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত ডিব্ৰুগড়ৰ মাইজান এফ চিয়ে গহপুৰ ফুটবল একাদশক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ীৰ সন্মান লাভ কৰে।

December 16, 2024 12:33 PM

views 31

আকাশবাণী গুৱাহাটী কেন্দ্রত অংশকালীন সংবাদদাতাৰ বাবে আৱেদন আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্রত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে। সবিশেষ জানিবলৈ আৰু আবেদন পত্র ডাউনলোড কৰিবলৈ প্রার্থীয়ে www.newsonair.gov.in ত লগ ইন কৰিব পাৰে। অহা ১০ জানুৱাৰী ২০২৫ৰ ভিত...

December 16, 2024 12:28 PM

views 56

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ পাব্লিক স্পীকত আজি গ্ৰাহকৰ সজাগতা-অধিকাৰ আৰু দায়িত্ব সন্দৰ্ভত আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত গ্ৰাহকৰ সজাগতা- অধিকাৰ আৰু দায়িত্ব এই সন্দৰ্ভত গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব নিধি খাড়েৰ সৈতে হোৱা এটা বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰ...

December 15, 2024 8:22 PM

views 13

কৰ্মকাৰ জনগোষ্ঠীক অন্যান্য পিছপৰা শ্ৰেণীত তালিকা ভুক্ত কৰাৰ দাবীত ধুবুৰী জিলাৰ গোলকগঞ্জত  ৰাজহুৱা সভা

কৰ্মকাৰ জনগোষ্ঠীক অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্তৰ দাবীত আজি ধুবুৰী জিলাৰ গোলকগঞ্জৰ প্ৰধানী খেলপথাৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। অসম অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বোৰ্ডৰ সভাপতি অমৰ গগৈ, ৰাজ্যিক কোষাধ্যক্ষ জিতু ডেকা, অ' বি চি ডেভেলপমেণ্ট বোৰ্ডৰ ধুবুৰী জিলা সভাপতি বিক্ৰম ৰায়ৰ লগতে অ' ব...

December 15, 2024 8:11 PM

views 14

বঙাইগাঁও চহৰৰ কিছু অংশক পথেৰে তিনিচকীয়া বাহনৰ চলাচলত প্রশাসনৰ নিষেদ্ধাজ্ঞা

বঙাইগাঁও জিলা প্রশাসনে বঙাইগাঁও চহৰৰ চাপাগুৰিৰ পৰা মায়াপুৰী চিনেমা চ’কলৈ লোক নিৰ্মাণ বিভাগৰ পথেৰে বিয়লি ৪ বজাৰ পৰা পুৱা ৭ বজালৈ অটো, টেম্পো আৰু ই-ৰিক্সাৰ চলাচল নিষিদ্ধ কৰিছে। একেদৰে চহৰখনৰ বৰপাৰাৰ ছহীদ বেদীৰ পৰা উত্তৰ শালমাৰালৈ যোৱা লোক নিৰ্মাণ বিভাগৰ পথৰ লগতে ১৭, ১১৭ আৰু ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ...

December 15, 2024 8:06 PM

views 19

নামনিমুৱা কাঞ্চনজংঘা এক্সপ্ৰেছ ট্ৰেইনৰ পাৰ্চেল ভানত ৰে’ল আৰক্ষীৰ তালাচীত গাঞ্জা জব্দ

ৰে'ল আৰক্ষীৰ এটা দলে আজি নিউ বঙাইগাঁও ৰে'ল ষ্টেচনত উপস্থিত হোৱা নামনিমুৱা কাঞ্চনজংঘা এক্সপ্ৰেছ ট্ৰেইনৰ পাৰ্চেল ভানত তালাচী চলাই ৭৬৫ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। এই নিচাজাতীয় দ্ৰৱ্য ত্ৰিপুৰাৰ আগৰতলা ষ্টেচনৰ পৰা বিহাৰলৈ লৈ যোৱাৰ কথা আছিল। কিন্তু ৰে'ল আৰক্ষীয়ে তালাচী চলাই গাঞ্জাখিনি জব্দ কৰি বঙ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।