আঞ্চলিক সংবাদ

November 11, 2024 6:36 PM November 11, 2024 6:36 PM

views 4

গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত ৰাজহুৱা সেৱা সম্প্ৰচাৰ দিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচী

কাইলৈ ৰাজহুৱা সেৱা সম্প্ৰচাৰ দিৱস উপলক্ষে আজি গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ চৌহদত থকা উত্তৰ-পূৰ্বাঞ্চলৰ আকাশবাণী আৰু দূৰদৰ্শনৰ অতিৰিক্ত সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতে উত্তৰ-পূৰ্বাঞ্চলৰ আকাশবাণী কেন্দ্ৰসমূহে প্ৰচাৰ কৰা অনুষ্ঠানসমূহৰ প্ৰদৰ্শনৰ ওপৰত ভ...

November 11, 2024 12:32 PM November 11, 2024 12:32 PM

views 14

মঙলদৈত আজি কেৰিয়াৰ পৰামৰ্শ ২০২৪ শীর্ষক এটা জিলা পৰ্যায়ৰ অনুষ্ঠানৰ আয়োজন

দৰং জিলাৰ মঙলদৈৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি কেৰিয়াৰ পৰামৰ্শ ২০২৪ শীর্ষক এটা জিলা পৰ্যায়ৰ কেৰিয়াৰ পৰামৰ্শদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জিলাখনৰ শিক্ষিত যুৱক-যুৱতীসকলক কর্মসংস্থাপনৰ উপযুক্ত পথৰ সন্ধান দিয়াৰ লক্ষ্যৰে জিলা নিয়োগ বিনিময় কেন্দ্ৰই এই কাৰ্যসূচী হাতত লৈছে। এই পৰামৰ্শ দান কাৰ্যসূচী...

November 11, 2024 12:12 PM November 11, 2024 12:12 PM

views 4

উত্তৰ-পূব স্কোৱাচৰ পুৰুষ আৰু মহিলাৰ দলীয় শাখাত অসমৰ চেম্পিয়নৰ খিতাপ অৰ্জন

অসম স্কোৱাচ ৰেকেট এছোছিয়েছনৰ উদ্যোগত উদ্বোধনী বৰ্ষৰ সদৌ অসম আন্তঃস্কুল আৰু তৃতীয় উত্তৰ-পূব স্কোৱাচ প্রতিযোগিতাৰ কালি সামৰণি পৰে। প্ৰতিযোগিতাখনৰ উত্তৰ-পূব স্কোৱাচৰ পুৰুষ আৰু মহিলাৰ দলীয় শাখাত অসমে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। পুৰুষৰ শাখাত ছাৰ্ভিছেছ আৰু মহিলাৰ শাখাত মণিপুৰ দ্বিতীয় স্থান আছে। পুৰুষৰ...

November 11, 2024 12:09 PM November 11, 2024 12:09 PM

views 11

কাকজানত অহা ১৯ আৰু ২০ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে বীৰ ৰাঘব মৰাণ দিৱস পালন

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ কাকজানত অহা ১৯ আৰু ২০ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে বীৰ ৰাঘব মৰাণ দিৱস পালন কৰা হ'ব। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু অসম মৰাণ সভাৰ যৌথ উদ্যোগত আৰু মৰাণ জনজাতিৰ আটাইকেইটা সংগঠনৰ সহযোগত এই দিৱস পালন কৰা হ'ব। মৰাণ বীৰগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনোৱা আৰু তেওঁৰ বীৰত্বৰ কথ...

November 11, 2024 12:07 PM November 11, 2024 12:07 PM

views 13

মৰাণ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলনে আজি আহ্বান দিয়া তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা বন্ধৰ মিশ্রিত প্রভাৱ

অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ মন্তব্যৰ প্ৰতিবাদত মৰাণ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলনে আজি পুৱা ৫ বজাৰ পৰা আহ্বান দিয়া তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা বন্ধৰ মিশ্রিত প্রভাৱ জিলা দুখনত পৰিলক্ষিত হৈছে। আমাৰ তিনিচুকীয়াৰ সংবাদদাতাই জনো...

November 11, 2024 12:04 PM November 11, 2024 12:04 PM

views 10

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি অব্যাহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অহা ১৫ নৱেম্বৰৰ পৰা শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি অব্যাহত আছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ৰাস সমিতিসমূহৰ উদ্যোগত ৰাসৰ আখৰাকে ধৰি অন্যান্য প্রস্তুতি চলাই থকা হৈছে। মহানগৰীৰ ওদালবাক্ৰাত জনজাতীয় যুৱ কল্যাণ পৰিষদৰ উদ্যোগত আয়োজন কৰা ৰাস মহোৎসৱত ১৫০টা মৃণ্ম...

November 11, 2024 12:03 PM November 11, 2024 12:03 PM

views 64

আজি ৰাষ্ট্ৰীয় শিক্ষা দিৱস

আজি ৰাষ্ট্ৰীয় শিক্ষা দিৱস। দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰ শিক্ষানুষ্ঠানসমূহতো বিভিন্ন কাৰ্যসূচী ৰূপয়ণ কৰা হ'ব। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষা মন্ত্ৰী তথা বিশিষ্ট শিক্ষাবিদ মৌলানা আবুল কালাম আজাদৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ১১ নৱেম্বৰত ৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰা হয়। আজিৰ দিনটোত দেশৰ ভৱিষ্যৎ...

November 11, 2024 12:00 PM November 11, 2024 12:00 PM

views 13

অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি

অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ পৰহিলৈ হ'বলগীয়া উপ-নির্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি ৫ বজাত সামৰণি পৰিব। মাজত মাত্ৰ ৮ ঘণ্টা বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। আন সমষ্টিকেইটাৰ দৰে চামগুৰি সমষ্টিতো উপ-নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছ...

November 10, 2024 7:25 PM November 10, 2024 7:25 PM

views 14

যোৰহাটৰ বাল্য ভৱন বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভ

ৰাজ্যত মাতৃভাষা মাধ্যমৰ শিক্ষাৰ ক্ষেত্ৰত বাটকটীয়া যোৰহাটৰ বাল্য ভৱন বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ আজি শুভাৰম্ভ হয়। ১৯৫০ চনৰ ১০ নৱেম্বৰত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনত দহজন ছাত্ৰৰে অসমীয়া মাধ্যমত মণ্টেচ্ছৰী শিক্ষাৰ আৰম্ভণি কৰা বিদ্যালয়খনে চলিত বৰ্ষত ৭৫ বছৰত ভবি দিয়...

November 10, 2024 7:22 PM November 10, 2024 7:22 PM

views 20

লেখক, সাংবাদিক গুৰমাইল সিঙৰ গৱেষণা গ্রন্থ ‘অদম্য শিখ’ৰ উন্মোচন

বিশিষ্ট লেখক, সাংবাদিক গুৰমাইল সিঙৰ গৱেষণা গ্রন্থ অদম্য শিখ আজি নগাঁৱত উন্মোচন কৰা হয়৷ গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট ইতিহাসবিদ ড০ ৰাজেন শ‍ইকীয়া কয় যে, ভূগোল আৰু ইতিহাসে মানুহৰ মনস্তত্বৰ দিক নিদর্শন কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই দুটা উপাদানৰ ভিত্তিত অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ দৰে গুৰুন...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।