আঞ্চলিক সংবাদ

November 12, 2024 6:21 PM November 12, 2024 6:21 PM

views 7

ঋতুপৰ্ণ দাসৰ কুৰুক্ষেত্ৰ নামৰ নাটখন আকাশবাণীৰ অখিল ভাৰতীয় নাট্যানুষ্ঠানলৈ নিৰ্বাচিত

বিশিষ্ট নাট্যকাৰ, পৰিচালক ঋতুপৰ্ণ দাসৰ কুৰুক্ষেত্ৰ নামৰ নাটখন আকাশবাণীৰ অখিল ভাৰতীয় নাট্যানুষ্ঠানলৈ নিৰ্বাচিত হৈছে। অহা ১৭ নৱেম্বৰৰ নিশা চাৰে ৯ বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা হিন্দীত আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা অসমীয়াৰ লগতে দেশৰ ৫৯১টা আকাশবাণী কেন্দ্ৰৰ পৰা অন্যান্য ২১টা আঞ্চলিক ভাষাত একে...

November 12, 2024 6:01 PM November 12, 2024 6:01 PM

views 10

শোণিতপুৰত কাৰ্যালয় ব্যৱস্থা, বিত্ত আৰু একাউণ্ট সম্পৰ্কীয় বিষয়ত বিশেষ কাৰ্যসূচী আৰম্ভ

শোণিতপুৰ জিলাৰ তৃতীয় শ্রেণীৰ কৰ্মচাৰীৰ বাবে কাৰ্যালয় ব্যৱস্থা, বিত্ত আৰু একাউণ্ট সম্পৰ্কীয় বিষয়ত বিশেষ কাৰ্যসূচী আজি আৰম্ভ হৈছে। অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয় আৰু জিলা প্ৰশাসনৰ সহযোগত আয়োজিত এই চাৰিদিনীয়া কাৰ্যসূচী জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি উদ্বোধন কৰা হয়। উদ্বোধনী ভাষণত জিলা আয়ুক্ত...

November 12, 2024 6:08 PM November 12, 2024 6:08 PM

views 5

ব্ৰহ্মপুত্র বোর্ডে আয়োজন কৰা পানীৰ উৎসৰ ব্যৱস্থাপনা সম্পৰ্কীয় দুদিনীয়া কৰ্মশালা মুকলি

 কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে আজি গুৱাহাটীত ব্ৰহ্মপুত্র বোর্ডে আয়োজন কৰা পানীৰ উৎসৰ ব্যৱস্থাপনা সম্পৰ্কীয় দুদিনীয়া কৰ্মশালা মুকলি কৰে। কৰ্মশালাখন মুকলি কৰি দিয়া ভাষণত শ্ৰী পাটিলে কয়, যে ভাৰতৰ অৰ্থনীতি জলসম্পদৰ ওপৰত নিৰ্ভৰশীল আৰু জলাশয়সমূহক পুনৰুজ্জীৱিত কৰি তোলা অতি প্রয়োজন। মন্ত্ৰী...

November 12, 2024 5:57 PM November 12, 2024 5:57 PM

views 8

গোৱালপাৰা সৈনিক স্কুলৰ হীৰক জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচীৰ আজি সামৰণি

গোৱালপাৰা সৈনিক স্কুলৰ হীৰক জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচীৰ আজি সামৰণি পৰে। আজিৰ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য মুখ্য অতিথি হিচাপে উপস্থিত থাকি সৈনিক স্কুলৰ স্মৃতি সৌধৰ শুভ উদ্বোধন কৰাৰ লগতে মুকলি সভাত অংশগ্ৰহণ কৰে। মুকলি সভাত তেওঁ কয়, যে সৈনিক স্কুল গোৱালপাৰাই সৈন্য বাহিনীক শক্তিশালী কৰাত যথ...

November 12, 2024 7:16 PM November 12, 2024 7:16 PM

views 15

কাইলৈ ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত ভোটগ্রহণ

কাইলৈ পুৱা সাত বজাৰ পৰা ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ'ব। বিয়লি ৫ বজালৈকে চলিবলগীয়া এই ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ভোটগ্ৰহণকাৰী দলসমূহ ইতিমধ্যে নিজ নিজ ভোটগ্রহেণ কেন্দ্ৰত উপস্থিত হৈছে। নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱা চামগুৰি বিধ...

November 12, 2024 2:29 PM November 12, 2024 2:29 PM

views 10

গুৱাহাটীত পানীৰ উৎসৰ ব্যৱস্থাপনা সম্পৰ্কীয় দুদিনীয়া কৰ্মশালা মুকলি কেন্দ্রীয় মন্ত্রী চি আৰ পাৰ্টিলৰ

কেন্দ্রীয় জলশক্তি মন্ত্রী চি আৰ পাৰ্টিলে আজি গুৱাহাটীত ব্ৰহ্মপুত্র বোর্ডে আয়োজন কৰা পানীৰ উৎসৰ ব্যৱস্থাপনা সম্পৰ্কীয় দুদিনীয়া কৰ্মশালা মুকলি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বান নিয়ন্ত্ৰণ আৰু নদী ব্যৱস্থাপনা সম্পৰ্কত নীতি আৰু কৌশলসমূহ উন্নত কৰি তোলা বিষয়ক লৈ আলোচনা...

November 12, 2024 2:14 PM November 12, 2024 2:14 PM

views 22

১১ খন ৰাজ্যৰ ৩৩ টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ

কেৰালাৰ ৱায়নাড সংসদীয় সমষ্টিৰ লগতে ১১ খন ৰাজ্যৰ ৩৩ টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। উপ-নির্বাচন হ'বলগীয়া বিধানসভা সমষ্টিকেইটাৰ ভিতৰত অসমৰ ৫টা, ৰাজস্থানৰ ৭, পশ্চিমবংগৰ ৬, বিহাৰৰ ৪, কৰ্ণাটকৰ ৩ টা, মধ্য প্ৰদেশ আৰু ছিকিমৰ দুটাকৈ তথা কেৰ...

November 12, 2024 1:35 PM November 12, 2024 1:35 PM

views 10

অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিগৰাকীৰ নাম চূড়ান্তৰ বাবে আজি উচ্চ পর্যায়ৰ বৈঠকৰ আহ্বান

অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিগৰাকীৰ নাম চূড়ান্ত কৰাৰ বাবে আজি সভাৰ এখন উচ্চ পর্যায়ৰ বৈঠক আহ্বান কৰা হৈছে। আনহাতে উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে হ'বলগীয়া নিৰ্বাচনত তিনিগৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে। কালি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ অন্তত দুয়োটা পদৰ বাবে দুজনকৈ...

November 12, 2024 1:25 PM November 12, 2024 1:25 PM

views 12

গোৱালাপাৰা জিলাত ভাৰত চৰকাৰে ধাৰ্য কৰি দিয়া ন্যূনতম সমর্থন মূল্যত ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ

গোৱালাপাৰা জিলাত বিগত বৰ্ষৰ দৰে এইবাৰো ভাৰত চৰকাৰে ধাৰ্য কৰি দিয়া ন্যূনতম সমর্থন মূল্যত ধান ক্ৰয় কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। অসম চৰকাৰৰ কৃষি বিভাগৰ তত্বাৱধানত যোৱা ১ নৱেম্বৰৰ পৰা কৃষি বিভাগৰ তৰফৰ পৰা কৃষকসকলৰ মাজত ধান বিক্ৰীৰ বাবে প্ৰমাণপত্ৰ বিতৰণ কৰি থকা হৈছে। কৃষকসকলৰ পৰা ধান ক্ৰয় কৰা প্ৰক্ৰিয়...

November 12, 2024 1:13 PM November 12, 2024 1:13 PM

views 10

বিশিষ্ট নাট্যকাৰ, পৰিচালক ঋতুপর্ণ দাসৰ কুৰুক্ষেত্ৰ শীৰ্ষক নাটখন ভাৰতৰ ২২ টা আঞ্চলিক ভাষালৈ অনুদিত

বিশিষ্ট নাট্যকাৰ, পৰিচালক ঋতুপর্ণ দাসৰ কুৰুক্ষেত্ৰ শীৰ্ষক নাটখন ভাৰতৰ ২২ টা আঞ্চলিক ভাষালৈ অনুদিত হৈছে। নাটখন আকাশবাণীৰ অখিল ভাৰতীয় নাট্যানুষ্ঠানত অহা ১৭ নৱেম্বৰৰ নিশা ৯.৩০ বজাত নতুন দিল্লীৰ পৰা হিন্দীত আৰু দেশৰ ৫৯১ টা আকাশবাণী কেন্দ্ৰৰ পৰা অন্যান্য ২১ টা আঞ্চলিক ভাষাত একে সময়তে সম্প্ৰচাৰ হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।