আঞ্চলিক সংবাদ

November 14, 2024 12:17 PM November 14, 2024 12:17 PM

views 12

জ্যোতি শিক্ষাকেন্দ্ৰসমূহত ১০ বছৰৰ অধিক কাল কর্মৰত শিক্ষা কৰ্মীসকলক পে স্কেল প্রদান সন্দৰ্ভত বিবেচনা কৰিবলৈ সৰ্বশিক্ষা অভিযানক নির্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ জ্যোতি শিক্ষাকেন্দ্ৰসমূহত ১০ বছৰৰ অধিক কাল কর্মৰত শিক্ষা কৰ্মীসকলক পে স্কেল প্রদান সন্দৰ্ভত বিবেচনা কৰিবলৈ সৰ্বশিক্ষা অভিযানক নির্দেশ দিছে। ১০৫ গৰাকী ব্যক্তিয়ে দাখিল কৰা লেখ আবেদনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে শিক্ষা কৰ্মীসকলৰ বিষয়টো বিবেচনা কৰিব...

November 14, 2024 12:09 PM November 14, 2024 12:09 PM

views 16

ৰাজ্যৰ ৫টা সমষ্টিত অনুষ্ঠিত উপ-নির্বাচন সামগ্রিকভাৱে শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ অনুষ্ঠিত

ৰাজ্যৰ ৫টা সমষ্টিত কালি অনুষ্ঠিত উপ-নির্বাচন সামগ্রিকভাৱে শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ অনুষ্ঠিত হয়। কোনো কোনো স্থানত দুই এটা বিক্ষিপ্ত ঘটনা সংঘটিত হয় যদিও এনে ঘটনাই ভোটগ্রহণ প্ৰক্ৰিয়াত কোনো ধৰণৰ প্রভাৱ বিস্তাৰ কৰিব নোৱাৰিলে। নির্বাচন অনুষ্ঠিত বঙাইগাঁও, চামগুৰি, বিহালী, চিদলী আৰু ধলাই সমষ্টিৰ ভোটগ্রহ...

November 14, 2024 11:55 AM November 14, 2024 11:55 AM

views 9

বিদ্যালয় পৰ্যায়ত খালী হৈ থকা ১৫,২৬৫টা শিক্ষক পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ শিক্ষা বিভাগৰ

ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয় পৰ্যায়ত খালী হৈ থকা ১৫ হাজাৰ ২৬৫টা শিক্ষক পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ২০২৩ চনৰ ডিচেম্বৰ মাহত বিজ্ঞাপন প্ৰকাশ হোৱা ৫ হাজাৰ ৫৫০টা প্রাথমিক শিক্ষক পদ পূৰণৰ বাবে প্ৰাৰ্থী বাছনি প্রক্রিয়া সম্পন্ন কৰাৰ পাছত মাধ্যমিক পৰ্যায়ত শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ শিক্ষা বিভাগে ৯ হাজ...

November 14, 2024 11:52 AM November 14, 2024 11:52 AM

views 9

যোৰহাট জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন

যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠকখন কালি অনুষ্ঠিত হয়। সভাত জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজসমূহৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰা হয়। সভাত কৃষি, মীন, জলসম্পদ, লোকনিৰ্মাণ, পৰিবহণ, শক্তি, খাদ্য আৰু অসামৰিক যোগান, জনস্বাস্থ্য কাৰিকৰী, শ্রম, পশুপাল...

November 14, 2024 11:50 AM November 14, 2024 11:50 AM

views 11

তিনিচুকীয়া আৰক্ষী পকচ’ গোচৰৰ ক্ষীপ্ৰ তদন্ত কৰি সফলতা অৰ্জনৰ বাবে মহিলা আৰক্ষী বিষয়া লবিতা দাস আৰু গৌৰী কমল হাজৰিকাক অভিনন্দন

তিনিচুকীয়া আৰক্ষী পকচ’ গোচৰৰ ক্ষীপ্ৰ তদন্ত কৰি সফলতা অৰ্জন কৰাৰ বাবে দুগৰাকী মহিলা আৰক্ষী বিষয়া লবিতা দাস আৰু গৌৰী কমল হাজৰিকাক অভিনন্দন জ্ঞাপন কৰিছে। গোচৰ উপ-পৰিদৰ্শক দুগৰাকীয়ে কৰা তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানা আৰু তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ গোচৰৰ তদন্তৰ ভিত্তিত দোষীয়ে শাস্তি লাভ কৰে। ...

November 14, 2024 9:52 AM November 14, 2024 9:52 AM

views 15

চামগুৰি সমষ্টিত সৰ্বাধিক আৰু বঙাইগাঁও সমষ্টিত সর্বনিম্ন ভোটগ্রহণ

ৰাজ্যৰ ৫টা সমষ্টিত কালি অনুষ্ঠিত উপ-নির্বাচন সামগ্ৰিকভাৱে শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ অনুষ্ঠিত হয়। কোনো কোনো স্থানত দুই এটা বিক্ষিপ্ত ঘটনা সংঘটিত হয় যদিও এনে ঘটনাই ভোটগ্রহণ প্রক্রিয়াত কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে। নির্বাচন অনুষ্ঠিত বঙাইগাঁও, চামগুৰি, বিহালী, চিদলী আৰু ধলাই সমষ্টিৰ ভোটগ্রহ...

November 13, 2024 8:14 PM November 13, 2024 8:14 PM

views 14

কৰিমগঞ্জৰ জিলা আয়ুক্ত কাৰ্যালয়ত খালী হৈ থকা প্ৰশাসনিক বিষয়াৰ পদৰ আবেদন আহ্বান

কৰিমগঞ্জৰ জিলা আয়ুক্ত কাৰ্যালয়ত খালী হৈ থকা প্ৰশাসনিক বিষয়াৰ পদ পূৰণৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে। এই পদত আবেদন কৰিবলৈ প্ৰাৰ্থীসকলৰ ৰাজ্যৰ যিকোনো জিলা প্ৰশাসনৰ কাৰ্যালয়ত ন্যূনতম ১৫ বছৰ কাম কৰা অভিজ্ঞতা থকাৰ লগতে যিকোনো অনুমোদিত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব। ...

November 13, 2024 8:11 PM November 13, 2024 8:11 PM

views 7

তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত পথ সুৰক্ষা সম্পৰ্কীয় কাৰ্যসূচী অনুষ্ঠিত

জনসাধাৰণৰ মাজত পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে আজি তামুলপুৰ জিলাৰ মটঙা চ’কত জিলা পথ সুৰক্ষা সমিতি আৰু তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত এটা পথ সুৰক্ষা সম্পৰ্কীয় কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ দ্বাৰা দুচকীয়া বাহনৰ চালকসকলক হেলমেট পৰিধানৰ গুৰুত্বৰ বিষয়ে সজাগ কৰোৱা হয়। হেলমেট পৰিধান কৰা চালকসকল...

November 13, 2024 8:10 PM November 13, 2024 8:10 PM

views 2

শিৱসাগৰ বিশ্ববিদ্যালয় ইউ জি চি এক্ট, ১৯৫৬ৰ 2-F ৰ অধীনত দেশৰ এখন বিশ্ববিদ্যালয় হিচাপে তালিকাভুক্ত

অসম চৰকাৰে ৰাজ্যিক বিশ্ববিদ্যালয় হিচাপে বিগত বছৰত ঘোষণা কৰা শিৱসাগৰ বিশ্ববিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগে ইউ জি চি এক্ট, ১৯৫৬ৰ 2-F ৰ অধীনত দেশৰ এখন বিশ্ববিদ্যালয় হিচাপে তালিকাভুক্ত কৰিছে। আজি বিশ্ববিদ্যালয়খনত অনুষ্ঠিত এটা অনুষ্ঠানত ভাৰপ্ৰাপ্ত উপাচার্য ডº জিতেন হাজৰিকাই এই স্বীকৃতি সন্দৰ্ভত...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।