November 14, 2024 6:40 PM November 14, 2024 6:40 PM
6
অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী তালিকাৰ পৰা অনুৰাধা শৰ্মা পূজাৰীৰ নাম প্ৰত্যাহাৰ
বিশিষ্ট সাহিত্যিক, ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীয়ে অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী তালিকাৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে। আজি এই সন্দৰ্ভত সাহিত্যিকগৰাকীয়ে অসম সাহিত্য সভাৰ প্রধান সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মালৈ প্ৰেৰণ কৰা এখন পত্ৰত কয়, যে সভাপতি পদৰ বাবে প্ৰস্তাৱিত আন চাৰিওগৰাকী প্ৰাৰ্থীৰ যি...