আঞ্চলিক সংবাদ

January 1, 2025 3:48 PM January 1, 2025 3:48 PM

views 14

গুৱাহাটী মহানগৰীত আৰক্ষী আৰু পৰিবহণ বিভাগৰ সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান

পথ দুর্ঘটনা হ্রাস কৰাৰ লক্ষ্যৰে বছৰটোৰ শেষ নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো আৰক্ষী আৰু পৰিবহণ বিভাগে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলায়। অভিযানৰ সময়ত পৰিবহণ মন্ত্রী যোগেন মহন আৰু জিলা পৰিবহণ বিষয়া হিমাংশু দাস উপস্থিত থাকে। মহানগৰীৰ জি এছ ৰোডৰ এ বি চি পইণ্টৰ লগতে আৰ জি বৰুৱা পথ, ...

January 1, 2025 3:18 PM January 1, 2025 3:18 PM

views 25

৯ লাখৰো অধিক লোকে যোৱা বছৰ আধাৰ কাৰ্ড লাভ কৰিছে বুলি মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাৰ প্রকাশ

অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ সময়ত বায়ামেট্রিক বন্ধ হৈ যোৱা ৯ লাখৰো অধিক লোকে যোৱা বছৰ আধাৰ কাৰ্ড লাভ কৰিছে বুলি মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। তেওঁ কয়, যে এই পদক্ষেপে লোকসকলক কোনো অসুবিধা নোহোৱাকৈ সকলো ধৰণৰ চৰকাৰী সেৱাৰ সুবিধা লাভ কৰাত সহায় কৰিব। ইয়াৰ বাবে তেওঁ কেন্দ্ৰ আ...

December 31, 2024 7:05 PM December 31, 2024 7:05 PM

views 2

বিশিষ্ট চিত্রশিল্পী দিলীপ তামুলীলৈ ২০২৪ বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা

বিশিষ্ট চিত্রশিল্পী দিলীপ তামুলীলৈ ২০২৪ বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা আগবঢ়োৱা হৈছে। চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত জীৱনজোৰা সাধনাৰ স্বীকৃতি হিচাপে দিলীপ তামুলীলৈ এই বঁটা আগবঢ়োৱা হৈছে। ২০০২ চনৰ পৰা প্ৰয়াত চিত্রশিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত প্ৰতি বছৰে উত্তৰ পূৰ্বাঞ্চলৰ একোগৰাকী শিল্পীলৈ এই বঁটা প্ৰদ...

December 31, 2024 7:02 PM December 31, 2024 7:02 PM

views 22

অসম গ্রন্থমেলাত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিক অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা প্ৰদান

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত খানাপাৰাত অনুষ্ঠিত অসম গ্রন্থমেলাত আজি বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিক অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা প্ৰদান কৰা হয়। ‘মৌন ওঁঠ মুখৰ হৃদয়' উপন্যাসখনৰ বাবে ২০০৫ চনত সাহিত্য একাডেমী বঁটা লাভ কৰা সাহিত্যিকগৰাকীক ‘ধাৰ আৰু অন্যান্...

December 31, 2024 6:59 PM December 31, 2024 6:59 PM

views 9

কাইলৈ গুৱাহাটী মহানগৰীত পদপথ সেঁতু আৰু অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ আৱক্ষ মূৰ্তি ৰাইজৰ নামত উৎসৰ্গা

ৰাজ্য চৰকাৰে কাইলৈ নতুন বছৰৰ পহিলা দিনটোত গুৱাহাটী মহানগৰীত কেইবাকোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন পদপথ সেঁতু আৰু অবিভক্ত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ আৱক্ষ মূৰ্তি ৰাইজৰ নামত উৎসৰ্গা কৰিব। গুৱাহাটী মহানগৰীৰ পল্টন বজাৰৰ ৰে'ল ষ্টেচনৰ সমীপৰ জি এছ ৰোডৰ ওপৰত প্ৰায় ১৬ কোটি ৬৭ লাখ টকা...

December 31, 2024 1:42 PM December 31, 2024 1:42 PM

views 23

অসম গ্রন্থমেলাত আজি য়েছে দৰজে ঠংচিক অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা প্ৰদান

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত খানাপাৰাত অনুষ্ঠিত অসম গ্রন্থমেলাত আজি বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিক অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা প্ৰদান কৰা হ'ব । ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰিব। ধাৰ আৰু অন্যান্য গল্প পুথিখনৰ বা...

December 31, 2024 1:41 PM December 31, 2024 1:41 PM

views 12

ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰীসকলৰ কল্যাণৰ হকে ৰাজ্য চৰকাৰৰ বিশেষ ব্যৱস্থা

ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰীসকলৰ কল্যাণৰ হকে ৰাজ্য চৰকাৰে কাইলৈৰ পৰা বিশেষ ব্যৱস্থাৰ সূচনা কৰিছে। সেই অনুসৰি কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি পাৰস্পৰিক বদলিকৰণৰ পোৰ্টেল স্বাগত সতীর্থ মুকলি কৰা হ'ব। কৰ্মচাৰীসকলে চাকৰি কালত দুবাৰকৈ এই সুবিধা গ্ৰহণ কৰিব পাৰিব।

December 31, 2024 1:33 PM December 31, 2024 1:33 PM

views 4

সদৌ অসম ভাওনা প্ৰতিযোগিতাত যোৰহাট পুলিবৰৰ শ্ৰীমন্ত শংকৰ মাধৱ নাট্য গোষ্ঠীক শ্ৰেষ্ঠ দলৰ সন্মান

দুলীয়াজানৰ ত্ৰিদীৱ নাট্যগোষ্ঠীৰ উদ্যোগত আৰু মধুপুৰ তিনিআলিৰ পার্শ্ববর্তী অঞ্চলৰ ৰাইজৰ সহযোগত অনুষ্ঠিত সদৌ অসম ভাওনা প্ৰতিযোগিতাত যোৰহাট পুলিবৰৰ শ্ৰীমন্ত শংকৰ মাধৱ নাট্য গোষ্ঠীক শ্ৰেষ্ঠ দলৰ সন্মান প্ৰদান কৰা হয়। ফুলপানীছিগাৰ অৰুণোদয় সাংস্কৃতিক গোষ্ঠী আৰু লাহদৈগড় গোপালদেৱ সমন্বয় শিল্পী সমাজে যুটী...

December 31, 2024 1:28 PM December 31, 2024 1:28 PM

views 5

নৱবৰ্ষৰ সময়ত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহবলৈ জিলা প্ৰশাসনসমূহৰ প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ

নৱবৰ্ষৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰবাবে জিলা প্ৰশাসনসমূহে প্রয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। নৱবৰ্ষৰ লগতে বৰ্তমানৰ বনভোজৰ বতৰত সঘনে হোৱা পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যৰ বিভিন্ন প্ৰান্তত DRINK & DRIVE অভিযান চলাই থকা হৈ...

December 31, 2024 1:27 PM December 31, 2024 1:27 PM

views 6

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ উদ্যোগত উভতি চাওঁ-২০২৪ শীর্ষক এটা বিশেষ অনুষ্ঠান

চাওঁতে চাওঁতে ইংৰাজী ২০২৪ বৰ্ষই বিদায় ল'বলৈ ওলাইছে। আৰু কেইটামান ঘণ্টাৰ পাছতে ২০২৪-এ বিদায় ল'ব আৰু এটা নতুন বৰ্ষ আৰম্ভ হ'ব। ৰাজনীতি, সমাজনীতি, সাহিত্য-সংস্কৃতি, চলচ্চিত্র, ক্রীড়া আৰু বিজ্ঞান-প্ৰযুক্তি জগতৰ বহু ঘটনা-পৰিঘটনাৰ সাক্ষী হৈ ৰ'ল ২০২৪ বছৰটো। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ উদ্যোগত...