আঞ্চলিক সংবাদ

January 4, 2025 12:11 PM January 4, 2025 12:11 PM

views 4

ৰাজ্যৰ আটাইকেইখন বিশ্ববিদ্যালয়তে এখনেই শৈক্ষিক দিনপঞ্জী প্ৰস্তুতৰ বাবে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰস্তাৱ

অসমত সুস্থ শৈক্ষিক পৰিৱেশ স্থাপনৰ উদ্দেশ্যে আটাইকেইখন বিশ্ববিদ্যালয়তে এখনেই শৈক্ষিক দিনপঞ্জী প্ৰস্তুত কৰাৰ বাবে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম শাখাই প্ৰস্তাৱ দিছে। এই উদ্দেশ্যে কালি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসমৰ এটা প্ৰতিনিধি দলে ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্য্যক সাক্ষাৎ কৰে। অসমৰ ৰাজ্যিক ...

January 4, 2025 12:10 PM January 4, 2025 12:10 PM

views 8

অসম, অৰুণাচল, মেঘালয়, নাগালেণ্ড, আৰু মণিপুৰৰ বতৰ আজি ফৰকাল হৈ থাকিব

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, আৰু মণিপুৰৰ বতৰ ঘাইকৈ ফৰকাল হৈ থাকিব বুলি প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি আজি আৰু কাইলৈ অসম, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰিব। আজি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা...

January 4, 2025 12:09 PM January 4, 2025 12:09 PM

views 5

প্ৰতিবছৰে ১৩ মে’ত অন্ধবিশ্বাসবিৰোধী দিৱস পালনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে প্ৰতিবছৰে ১৩ মে'ত অন্ধবিশ্বাসবিৰোধী দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডাইনী হত্যাৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে যুঁজ দিয়া পদ্মশ্ৰী সন্মানেৰে বিভূষিত বীৰুবালা ৰাভাৰ মৃত্যুৰ দিনটো এনেদৰে পালন কৰিবলৈ ৰাজ্যপালৰ অনুমোদন সাপেক্ষে মহিলা আৰু শিশু বিকাশ বিভাগে অধিসূচনা জাৰি কৰিছে। অধিসূচনাখ...

January 4, 2025 12:03 PM January 4, 2025 12:03 PM

views 2

জোনাইৰ পবা অভায়ৰণ্যৰ লালী নৈৰ বালিচাপৰিত ১০-১২ জানুৱাৰীলৈ দ্বিতীয় পবা মহোৎসৱ

জোনাইৰ পবা অভায়ৰণ্যৰ লালী নৈৰ বালিচাপৰিত তিনি দিনীয়া কাৰ্যসূচীৰে দ্বিতীয় পবা মহোৎসৱৰ আয়োজন কৰা হৈছে। মিচিং স্বায়ত্বশাসিত পৰিষদ আৰু জোনাইবাসী ৰাইজৰ সহযোগত ১০ৰ পৰা ১২ জানুৱাৰীলৈ বিভিন্ন কাৰ্যসূচীৰে এই মহোৎসৱ আয়োজিত হ'ব। উল্লেখযোগ্য যে, কিছু দিন পূর্বে পবা অভায়ৰণ্যই বন্যপ্রাণী অভায়ৰণ্যৰ স্বীকৃত...

January 4, 2025 12:02 PM January 4, 2025 12:02 PM

views 7

সোণাৰিত তিনিদিনীয়া কাৰ্যসূচীৰে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় অধিৱেশন আৰম্ভ

চৰাইদেউ জিলা সদৰ সোণাৰি নগৰৰ কাষৰীয়া চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত বিজয় ৰাজকোঁৱৰে বৰ অসমৰ প্ৰণেতা স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ নীতি আৰু আদৰ্শৰে পৰিচালিত হোৱা টাই আহোম যুৱ পৰ...

January 4, 2025 11:50 AM January 4, 2025 11:50 AM

views 4

গুৱাহাটীত অনুষ্ঠিত আই এছ এল ফুটবল প্ৰতিযোগিতাৰ মোহামেদান স্পৰ্টিং ক্লাব আৰু নৰ্থ-ইষ্ট ইউনাইটেডৰ খেল গ’লশূন্যভাৱে ড্ৰ’

গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক্‌ছ ষ্টেডিয়ামত কালি মোহামেদান স্পর্টিং ক্লাব আৰু নৰ্থ-ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত আই এছ এল ফুটবল প্রতিযোগিতাৰ খেলখন গ’লশূন্যভাৱে সমাপ্ত হয়। নৰ্থ-ইষ্ট ইউনাইটেডে সুন্দৰ খেল প্ৰদৰ্শন কৰে যদিও গ'ল দিবলৈ সক্ষম নহ'ল। ভুৱনেশ্বৰত আজি হ'বলগীয়া এখন খেলত ওড়িশা ফ...

January 3, 2025 10:17 PM January 3, 2025 10:17 PM

views 18

গুৱাহাটীত কেইবাখনো নতুন ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ কেন্দ্ৰীয় ৰে’ল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

  কেন্দ্ৰীয় ৰে'ল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে অসমৰ গুৱাহাটীত কেইবাখনো নতুন ৰে'লৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গুৱাহাটী-উত্তৰ লখিমপুৰ জননচৱ. দণ পখটফটান্ট শ...

January 3, 2025 9:53 PM January 3, 2025 9:53 PM

views 9

 ছাত্ৰ-ছাত্ৰীৰ মাজত বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৰ চাইকেল বিতৰণ

বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৱে আজি বাক্সা জিলাৰ শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শালবাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চাইকেল বিতৰণ কৰে। ৰাজ্য চৰকাৰে বিটিআৰ প্ৰশাসনৰ সহযোগত বিতৰণ কৰা চাইকেলৰ ফলত ছাত্ৰ-ছাত্ৰীসকল উপকৃত হৈছে বুলি তেওঁ অৱগত কৰে। বিটিআৰৰ মুখ্য কাৰ্যবাহী...

January 3, 2025 8:20 PM January 3, 2025 8:20 PM

views 8

১৩ মে’ত অন্ধ বিশ্বাস বিৰোধী দিৱস পালন

ৰাজ্য চৰকাৰে প্ৰতিবছৰে ১৩ মে'ত অন্ধ বিশ্বাস বিৰোধী দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডাইনী হত্যাৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে যুঁজ দিয়া পদ্মশ্ৰী সন্মানেৰে বিভূষিত বীৰুবালা ৰাভাৰ মৃত্যুৰ দিনটো এনেদৰে পালন কৰিবলৈ ৰাজ্যপালৰ অনুমোদন সাপেক্ষে মহিলা আৰু শিশু বিকাশ বিভাগে অধিসূচনা জাৰি কৰিছে। অধিসূচন...

January 3, 2025 9:32 PM January 3, 2025 9:32 PM

views 10

কলাক্ষেত্ৰত ৰামধেনু উৎসৱৰ দ্বিতীয়টো দিনত পুতলা নাচ আৰু সত্ৰীয়া বৈভৱ শীৰ্ষক বর্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চলি থকা কলাক্ষেত্ৰ ৰামধেনু উৎসৱৰ আজি দ্বিতীয় দিনা পুতলা নাচ আৰু সত্ৰীয়া বৈভৱ শীৰ্ষক বর্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ শিল্পী পেন্সন লাভ কৰা বিশিষ্ট পুতলা নাট শিল্পী অবনী শৰ্মাই পৰিচালনা কৰা অভিশপ্ত অজগৰ নাটখনে দর্শকক আপ্লুট কৰে। একেদৰে মাজুলীৰ উত্...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।