January 7, 2025 8:38 PM January 7, 2025 8:38 PM
14
চিৰাং জিলাৰ কাজলগাঁওস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সভাকক্ষত প্ৰাথমিক পৰ্যায়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত প্রদর্শনী তথা প্রতিযোগিতা অনুষ্ঠিত
চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সভাকক্ষত আজি জিলাখনৰ প্ৰাথমিক পৰ্যায়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত বুনিয়াদী স্তৰৰ সাক্ষৰতা শিক্ষণ-শিকন সামগ্ৰীৰ জিলা পৰ্যায়ৰ প্রদর্শনী তথা প্রতিযোগিতা অনুষ্ঠিত হয়। বুনিয়াদী স্তৰৰ পাঠদান সৃষ্টিশীল, আনন্দদায়ক আৰু ফলপ্ৰসূ কৰাৰ উদ...