আঞ্চলিক সংবাদ

February 21, 2025 6:49 PM

views 24

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন কৰা হয়। ভাষিক-সাংস্কৃতিক বৈচিত্র্য আৰু বহুভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে এই দিৱস পালন কৰি অহা হৈছে। নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আজি নৱৰূপ জাতীয় বিদ্যাপীঠৰ প্ৰেক্ষাগৃহত আয়োজিত আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসত বিদ...

February 21, 2025 6:48 PM

views 19

আজিৰে পৰা সৰুসজাইত কেন্দ্ৰীয়ভাৱে আখৰা ঝুমইৰ বিনন্দিনীৰ

অসমৰ চাহৰ ২০০ বছৰীয়া চহকী ঐতিহ্য উদযাপনৰ উদ্দেশ্যে অহা ২৪ ফেব্ৰুৱাৰীত আয়োজন কৰা ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ বাবে সৰুসজাইত আজিৰে পৰা কেন্দ্ৰীয়ভাৱে আখৰা অনুষ্ঠিত হৈছে। ৰাজ্যৰ বিভিন্ন জিলাৰ ৯ হাজাৰৰো অধিক চাহ জনগোষ্ঠীৰ শিল্পীয়ে এই অনুষ্ঠানত ভাগ লৈছে। এই অনুষ্ঠানৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র, সাং...

February 21, 2025 6:44 PM

views 33

দুবাৰকৈ স্থগিত অসম বিধানসভাৰ কাৰ্যক্ৰমণিকা

কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনাক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি অসম বিধানসভাৰ কাৰ্যক্ৰমণিকা দুবাৰকৈ স্থগিত ৰাখিবলগীয়া হয়। পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছৰ বিধায়কসকলে এই ঘটনা সন্দৰ্ভত সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে। অধ্যক্ষ বিশ্বজিৎ দৈমা...

February 21, 2025 12:44 PM

views 15

কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুর্বৃত্তৰ আক্রমণৰ ঘটনাক লৈ অসম বিধানসভাত হুলস্থূলীয়া পৰিস্থিতি, দুবাৰকৈ সদন স্থগিত

কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুর্বৃত্তই আক্রমণ কৰাৰ ঘটনাক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি অসম বিধানসভাৰ কাৰ্যক্ৰমণিকা দুবাৰকৈ স্থগিত ৰাখিবলগীয়া হয়। পুৱা সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছৰ বিধায়কসকলে এই ঘটনা সন্দৰ্ভত সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ...

February 21, 2025 12:42 PM

views 11

কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা ব্যক্তিসকলক চিনাক্ত আৰক্ষীৰ

আৰক্ষীয়ে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত কালি হোৱা আক্ৰমণত ঘটনাৰ সৈতে জড়িত ব্যক্তিসকলক চিনাক্ত কৰিছে। আক্ৰমণকাৰীসকলৰ ভিতৰত জামতোলাৰ হাৰুণ, ফাকুলিৰ হৰেশ, তামুলিটুপৰ বচীৰ, কাৱৈমাৰীৰ ৰচিদুল, গুণাবাৰীৰ আয়ুব, ৰে'ল ষ্টেচনৰ লুটকৈৰ, ৰৌমাৰীৰ খালেক, কোচগাঁৱৰ জাহাংগীৰ আছে। আৰক্ষীয়ে আইন অনুযায়ী এই অভিযুক...

February 21, 2025 12:25 PM

views 12

এক্ট ইষ্ট নীতিৰ জৰিয়তে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ লগত সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিবলৈ ভাৰত সমৰ্থ

এক্ট ইষ্ট নীতিৰ জৰিয়তে ভাৰতে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ লগত নিজৰ সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিবলৈ সমৰ্থ হৈছে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কালি তৃতীয় দিনা এই সন্দৰ্ভত উত্থাপিত এটা প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, যে এই দেশসমূহৰ সৈতে সংযোগৰ ক্ষেত্ৰত অৰ্থনৈতিক প...

February 21, 2025 12:23 PM

views 22

এডভাণ্টেজ আছামত ১ লাখ কোটি টকা বিনিয়োগৰ আশা, বৰ্তমানলৈ ১,৫১২খন বুজাবুজি চুক্তিৰ প্ৰস্তাৱঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিনিয়োগ সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ জৰিয়তে কমেও ১ লাখ কোটি টকা বিনিয়োগৰ আশা কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি জনতা ভৱনত এখন সংবাদ মেলত এই কথা সদৰি কৰি কয় যে বৰ্তমানলৈকে প্ৰায় এহেজাৰ ৫১২খন বুজাবুজি চুক্তিৰ প্ৰস্তাৱ আহিছে। তেওঁ কয় যে চৰকাৰে এইবাৰ বাস্তৱসন্মত বুজিবু...

February 21, 2025 12:21 PM

views 27

বাগৰুম্বা নৃত্যৰ অভিলেখ গঢ়াৰ বাবে চৰকাৰে চলিত বছৰতে পদক্ষেপ গ্ৰহণ কৰিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিহু আৰু ঝুমুৰৰ পাছতে বাগৰুম্বা নৃত্যৰ অভিলেখ গঢ়াৰ বাবে ৰাজ্য চৰকাৰে চলিত বছৰতে পদক্ষেপ গ্ৰহণ কৰিব। খানাপাৰা এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতিৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে। অসমৰ নৃত্যক ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰি দিয়াৰ এই পৰিকল্পনা ব্যক...

February 21, 2025 12:20 PM

views 12

নগাঁৱৰ ৰূপহীহাটত কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুৰ্বৃত্তৰ আক্ৰমণ

কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন কালি নগাঁও জিলাৰ ৰূপহীহাটত আক্ৰমণৰ সন্মুখীন হয়। মুখত কাপোৰ বান্ধি অহা একাংশ লোকে সাংসদ হুছেইন আৰু তেওঁৰ পুত্ৰ তানজিল হুছেইনক আক্ৰমণ কৰে। দুৰ্বৃত্তৰ দলটোৱে চামগুৰিৰ ছাইদৰিয়াৰ গুণাবাৰীত অনুষ্ঠিত কংগ্ৰেছৰ এখন কর্মীসভাত অংশগ্ৰহণ কৰিবলৈ গৈ থকা অৱস্থাত ৰূপহীহাটৰ নতুন বজাৰত সা...

February 21, 2025 12:19 PM

views 139

আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস। ইউনেস্কোৱে ১৯৯১ চনৰ ১৭ নৱেম্বৰত দিয়া প্ৰস্তাৱ অনুসৰি ভাষিক-সাংস্কৃতিক বৈচিত্ৰ্য আৰু বহুভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে ২১ ফেব্ৰুৱাৰীৰ দিনটো আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস হিচাপে পালন কৰি অহা হৈছে। এই দিনটোতে পশ্চিম পাকিস্তান চৰকাৰে পূব পাকিস্তান...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।