আঞ্চলিক সংবাদ

March 1, 2025 8:07 PM

views 19

কৃষি খণ্ডৰ উন্নয়ন আৰু গ্ৰাম্য সমৃদ্ধিৰ দ্বৈত লক্ষ্যত উপনীত হোৱাৰ দিশত অগ্ৰসৰ হৈছে : প্ৰধানমন্ত্ৰী

কেন্দ্ৰীয় চৰকাৰে কৃষি খণ্ডৰ উন্নয়ন আৰু গ্ৰাম্য সমৃদ্ধিৰ দ্বৈত লক্ষ্যত উপনীত হোৱাৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কৃষি আৰু গ্ৰাম্য সমৃদ্ধি বিষয়ক এখন বাজেট পৰৱৰ্তী ৱেবিনাৰত দিয়া ভাষণত শ্রীমোদীয়ে কয়, যে এখন উন্নত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত দেশৰ দৃষ্টিভং...

March 1, 2025 8:04 PM

views 22

২০৩০ চনৰ ভিতৰত ১০ লাখ কোটি টকাৰ অৰ্থনীতি ৰাজ্য হিচাপে উপনীত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ

ৰাজ্য চৰকাৰে ২০৩০ চনৰ ভিতৰত ১০ লাখ কোটি টকাৰ অৰ্থনীতি ৰাজ্য হিচাপে উপনীত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সন্দৰ্ভত সামাজিক মাধ্যমত এটা বার্তাযোগে কয়, যে অসমে এই বছৰ ৬ লাখ কোটি টকাৰ জি এছ ডি পি প্রাপ্ত কৰাৰ দিশত আন্তৰিকতাৰে কাম কৰি থকাৰ লগতে অর্থনীতিক আগুৱাই নিয়াৰ...

March 1, 2025 7:58 PM

views 12

মণিপুৰৰ নিৰাপত্তা সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উচ্চস্তৰীয় বৈঠক

মণিপুৰৰ নিৰাপত্তা ব্যৱস্থাক লৈ নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত শ্ৰীশ্বাহে অহা ৮ মাৰ্চৰ ভিতৰত ৰাজ্যখনৰ সকলো পথত জনসাধাৰণৰ বাধাহীনভাৱে আহ-যাহ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰি মুক্ত আহ-যাহত বাধাৰ সৃষ্টি কৰা সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্...

March 1, 2025 1:35 PM

views 13

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা মন্ত্ৰী-বিষয়াসকলৰ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ ফলত এডভাণ্টেজ আছামত বহুকেইখন বিদেশী ৰাষ্ট্ৰৰ অংশগ্ৰহণ

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা মন্ত্ৰী-বিষয়াসকলৰ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ ফলত সদ্যসমাপ্ত দ্বিতীয় এডভাণ্টেজ আছামত বহুকেইখন বিদেশী ৰাষ্ট্ৰই অংশগ্ৰহণ কৰা বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি এখন সংবাদমেলত জানিবলৈ দিছে। তেওঁ কয়, যে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ প্ৰচেষ্টাৰ ...

March 1, 2025 1:34 PM

views 16

অসম ষ্টার্টআপ আৰু উদ্ভাৱন নীতিক ৰাজ্যিক মন্ত্রীসভাৰ অনুমোদন

ৰাজ্য চৰকাৰে নতুনকৈ গ্ৰহণ কৰা অসম ষ্টার্টআপ আৰু উদ্ভাৱন নীতি, ২০২৫ অনুসৰি কৃষি প্রযুক্তি, তথ্য প্রযুক্তি, তথ্য প্রযুক্তি নিৰ্ভৰ সেৱা আৰু কৃত্রিম বুদ্ধিমত্তা, ভ্রমণ প্রযুক্তি, খাদ্য প্ৰযুক্তি আৰু সেউজ প্ৰযুক্তি খণ্ডক অগ্ৰাধিকাৰ খণ্ড হিচাপে ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে ২০১৭ চনৰ অসম ষ্টার্টআপ নীতিক ব...

March 1, 2025 1:32 PM

views 22

কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ৰমজান মাহ আৰম্ভ

কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ৰমজান মাহ আৰম্ভ হ'ব। কেন্দ্ৰীয় হিলাল সমিতি অসমেও কাইলৈ ৰমজানৰ প্ৰথম ৰোজা আৰম্ভ হ'ব বুলি জানিবলৈ দিছে। সমিতিৰ সভাপতি আৰু সম্পাদকে আমাৰ সংবাদদাতাক জনোৱা মতে, কালি সন্ধিয়া অসম তথা দেশৰ অন্য প্ৰান্তত, আকাশত ৰমজান মাহৰ জোন দেখা নোযোৱাৰ পৰিপ্ৰেক্ষিতত কাইলৈ ৰমজান মা...

March 1, 2025 1:30 PM

views 26

আকাশবাণী গুৱাহাটীত আজিৰ দৃষ্টিপাত অনুষ্ঠানত সাংবাদিক নিতুমণি শইকীয়াৰে আলাপ

ৰাজ্যখনৰ সংবাদ জগতত এটা পৰিচিত নাম - নিতুমনি শ‍ইকীয়া। উত্তৰ অসমৰ এখন সৰু চহৰৰ পৰা অহা এজন তীক্ষ্ণধী যুৱক এদিন আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ আহি প্ৰচাৰ মাধ্যমৰ সৈতে কিদৰে জড়িত হৈছিল আৰু পৰৱৰ্ত্তী কালত কিদৰে ৰাজ্যৰ টেলিভিছন সংবাদ মাধ্যমত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সমৰ্থ হৈছিল সেই বিষয়ে তেওঁৰ নিজৰ মুখেৰে...

March 1, 2025 1:28 PM

views 26

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত দিনৰ ভাগত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৯ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৬ ডিগ্রী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। তদুপৰি অহা ২৪ ঘণ্ট...

March 1, 2025 2:23 AM

views 28

৫ হাজাৰ আসনবিশিষ্ট সন্মিলনকেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ খানাপাৰাত নির্মীয়মান ৫ হাজাৰ আসনবিশিষ্ট সন্মিলনকেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। সন্মিলন কেন্দ্ৰটোত বাগিছা, প্রেক্ষাগৃহ, প্রদর্শনী স্থান, ৰেষ্টুৰেণ্ট, কাৰ্যালয় কক্ষ, জিৰণি কক্ষ, অতিথিশালা, অভ্যার্থনা কক্ষ, ব্যায়ামাগাৰ, ব্যৱসায়ীক কেন্দ্ৰ, ব...

February 28, 2025 1:37 PM

views 27

শিৱসাগৰ জিলাক ধ্যান আৰু যোগৰ কেন্দ্ৰৰূপে গঢ়ি তোলা উচিত বুলি শিক্ষামন্ত্রীৰ মন্তব্য

শিৱসাগৰ জিলাক ধ্যান আৰু যোগৰ কেন্দ্ৰৰূপে গঢ়ি তোলা উচিত বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে মন্তব্য কৰিছে। শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ উদ্যোগত আয়োজিত শিৱৰাত্ৰি উৎসৱৰ সামৰণি অনুষ্ঠানত অংশ লৈ কালি তেওঁ এই বিষয়ে প্রকাশ কৰে। অহা বছৰৰ পৰা এই শিৱৰাত্ৰি উৎসৱক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰাৰ বাবে পৰি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।