আঞ্চলিক সংবাদ

February 28, 2025 1:36 PM

views 49

২০২৪ আৰু ২০২৫ বৰ্ষৰ ৰাজ্যিক বিজ্ঞান বঁটাৰ বাবে বাছনিপ্রাপ্ত ব্যক্তি, প্রতিষ্ঠানসমূহৰ নাম ঘোষণা

ৰাজ্য চৰকাৰৰ বিজ্ঞান প্রযুক্তি তথা জলবায়ু পৰিৱৰ্তন বিভাগে কালি ২০২৪ আৰু ২০২৫ বৰ্ষৰ ৰাজ্যিক বিজ্ঞান বঁটাৰ বাবে বাছনিপ্রাপ্ত ব্যক্তি, প্রতিষ্ঠানসমূহৰ নাম ঘোষণা কৰে। আই আই টি গুৱাহাটীৰ প্রাক্তন সঞ্চালক প্ৰফেচাৰ এমেৰিটাছ ড০ গৌতম বৰুৱালৈ ২০২৪ চনৰ ৰাজ্যিক বিজ্ঞান বঁটা শিতানত বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱনৰ...

February 28, 2025 1:34 PM

views 19

ইউনটেক ফুণ্টশ্ব’ ড° অগস্তে ভানো কৌয়ামেৰৰ সৈতে ড° হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ভূটানৰ কৃষি আৰু পশুপালন মন্ত্ৰী ইউনটেক ফুণ্টশ্ব’ আৰু বিশ্ব বেংকৰ ভাৰতৰ সঞ্চালক ড° অগস্তে ভানো কৌয়ামেৰৰ সৈতে সুকীয়াকৈ বৈঠকত মিলিত হয়। মুখ্যমন্ত্রী ড° শৰ্মাই ভূটানৰ কৃষি আৰু পশুপালন মন্ত্ৰী ফুন্টশ্বেৰ সৈতে হোৱা বৈঠকত ভাৰত আৰু ভূটানৰ মাজত কৃষি, বাণিজ্য, পর্যট...

February 28, 2025 1:29 PM

views 17

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব জাপান কাৰাভান মহোৎসৱ অনুষ্ঠিত

জাপানী ভাষাৰ শিক্ষা আৰু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব জাপান কাৰাভান মহোৎসৱ অনুষ্ঠিত হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাই কালি এই মহোৎসৱৰ শুভাৰম্ভ কৰে। এই মহোৎসৱত জাপানৰ ভাষা-সাহিত্য, সংস্কৃতি, ঐতিহ্য ...

February 28, 2025 1:48 PM

views 18

নৱম শ্ৰেণীৰ পৰাই কৃত্রিম বুদ্ধিমত্তা সম্পৰ্কীয় পাঠ্যক্রম অন্তৰ্ভুক্ত কৰা হ’ব বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা

ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত নৱম শ্ৰেণীৰ পৰাই কৃত্রিম বুদ্ধিমত্তা সম্পৰ্কীয় পাঠ্যক্রম অন্তৰ্ভুক্ত কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে। উত্তৰ লখিমপুৰত কালি এখন সংবাদমেল সম্বোধন কৰি শিক্ষামন্ত্রী ডাঃ পেগুৱে কয়, যে টাটাৰ সৈতে লগ লাগি ৰাজ্য চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত নতুনত্বৰ সূচনা কৰিব ব...

February 28, 2025 1:25 PM

views 26

দেশৰ সামুদ্রিক আন্তঃগাঁথনি আধুনিকীকৰণৰ লক্ষ্যৰে সৰ্বানন্দ সোণোৱালৰ কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ সামুদ্রিক আন্তঃগাঁথনি আধুনিকীকৰণৰ লক্ষ্যৰে কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভ কৰিছে। মুম্বাইত সামুদ্রিক খণ্ডৰ বাবে কেন্দ্ৰীয় বাজেটত কৰা ঘোষণাসমূহক লৈ সংশ্লিষ্ট পক্ষসমূহৰ সৈতে হোৱা বৈঠকত কালি এই আঁচনিসমূহৰ শুভাৰম্ভ কৰা হয়। দ...

February 28, 2025 1:22 PM

views 14

শোণিতপুৰৰ জিলা আয়ুক্তৰ উদ্যোগত অনুষ্ঠিত বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত ৭৩ টা উদ্যোগৰ বিনিয়োগকাৰীৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

উদ্যোগীকৰণ আৰু ঔদ্যোগিক বিকাশৰ লক্ষ্যৰে শোণিতপুৰৰ জিলা আয়ুক্তৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ কালি সামৰণি পৰে। এই অনুষ্ঠানত মুঠ ৭৩ টা উদ্যোগৰ বিনিয়োগকাৰীৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই বিনিয়োগৰ ফলত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে এহেজাৰ নিবনুৱা যুৱক...

February 28, 2025 1:20 PM

views 31

উদ্যোগ আৰু বাণিজ্য বিভাগৰ চুক্তিসমূহৰ ৰূপায়ণৰ নিৰীক্ষণৰ বাবে শীঘ্ৰেই এটা পোৰ্টেল মুকলি

বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সময়ত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিসমূহৰ ৰূপায়ণৰ বিষয়টো সংশ্লিষ্ট বিভাগসমূহে সুক্ষ্মভাৱে নিৰীক্ষণ কৰিব। উদ্যোগ আৰু বাণিজ্য বিভাগে এই চুক্তিসমূহৰ ৰূপায়ণৰ নিৰীক্ষণৰ বাবে শীঘ্ৰেই এটা পোৰ্টেল মুকলি কৰিব। ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰ...

February 28, 2025 1:17 PM

views 34

অহা ২-৩ মাহলৈ ৰাজ্যলৈ নতুন নতুন বিনিয়োগৰ প্ৰস্তাৱ আহিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সামৰণিৰ অন্তত অহা ২-৩ মাহলৈ ৰাজ্যলৈ নতুন নতুন বিনিয়োগৰ প্ৰস্তাৱ আহিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেল পথাৰত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সৈতে সংগতি ৰাখি আয়োজিত প্ৰদৰ্শনীৰ বীথিকাসম...

February 27, 2025 8:06 PM

views 16

অইল ইণ্ডিয়া লিমিটেড আৰু গোৱালপাৰা জিলা আয়ুক্তৰে বুজাবুজি চুক্তিত স্বাক্ষৰ

২০০ খন বিছনাযুক্ত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত বিশুদ্ধ খোৱাপানী যোগানৰ বাবে আজি অইল ইণ্ডিয়া লিমিটেডৰ গোৱালপাৰা জিলা আয়ুক্তৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই উপলক্ষে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী, অতিৰিক্ত জিলা আয়ুক্ত নৱজিৎ‍ পাঠক, স্বাস্থ্য বিভাগৰ যুটীয...

February 27, 2025 8:02 PM

views 11

ধেমাজিত কৃষি সামগ্ৰী বিতৰণ কাৰ্যসূচীত মন্ত্রী ডাঃ ৰণোজ পেগুৰ অংশ

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিত সংহত জনজাতি উন্নয়ন প্ৰকল্পৰ দ্বাৰা আয়োজিত কৃষি সামগ্ৰীৰ বিতৰণ কাৰ্যসূচীত অংশ লৈ আত্মসহায়ক গোটসমূহক ১৫ খন ট্ৰেক্টৰ, ১৮ খন পাৱাৰ টিলাৰ, পাৱাৰ উইদাৰ আৰু মৰণা মৰা যন্ত্ৰ বিতৰণ কৰে। কৃষি যান্ত্ৰিকীকৰণ উপ আঁচনি তথা ধৰত্ৰি আবা জনজাতীয় গ্রাম্য উৎকর্ষ আঁচনিৰ অধীন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।