আঞ্চলিক সংবাদ

February 23, 2025 12:04 PM February 23, 2025 12:04 PM

views 10

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত ২৫ ফেব্ৰুৱাৰীৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে মহা শিৱৰাত্ৰি পূজা আৰু মেলা

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত মহা শিৱৰাত্ৰি পূজা আৰু মেলা ২৫ ফেব্ৰুৱাৰীৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। জিলা প্ৰশাসনে এই পূজা আৰু মেলা নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো প্রস্তুতি প্রায় সম্পূর্ণ কৰিছে। অগণন লোকৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত শিৱৰাত্ৰি উদযাপন সমিতিয়ে চি চি টিভি কেমেৰ...

February 23, 2025 11:59 AM February 23, 2025 11:59 AM

views 5

ধুবুৰী জিলাত পৃথক পৃথক দুটা দুর্ঘটনাত এটি শিশুৰ লগতে এজন ছাত্ৰৰ মৃত্যু

ধুবুৰী জিলাত কালি পৃথক পৃথক দুটা দুর্ঘটনাত এটি শিশুৰ লগতে এজন ছাত্ৰৰ মৃত্যু হয়। বিলাসীপাৰাৰ হাতীপোতা দ্বিতীয় খণ্ডত এখন অবৈধ বালি কঢ়িওৱা ট্ৰেক্টৰৰ খুন্দাত এটি শিশুৰ থিতাতে মৃত্যু হয়। ইপিনে বিলাসীপাৰা ১৭ নম্বৰ ৰাষ্ট্ৰীয় সূৰ্যখাটাত ট্রাক আৰু মটৰচাইকেলৰ মাজৰ সংঘৰ্ষত এজন ছাত্ৰই প্ৰাণ হেৰুৱায় ৷ আৰক্...

February 23, 2025 12:29 PM February 23, 2025 12:29 PM

views 9

ইউ এছ টি এমৰ স্বত্বাধিকাৰী মহবুবুল হককে ধৰি ৬ জন লোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ

চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অবৈধ উপায়েৰে সহায়ৰ নামত ধন লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়-ইউ এছ টি এমৰ স্বত্বাধিকাৰী মহবুবুল হককে ধৰি ৬ জন লোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। অসম আৰক্ষীয়ে কৰিমগঞ্জ সদৰ থানাত জেৰাৰ অন্তত কালি বিয়লি অভিযুক্ত হকক ন্যায...

February 23, 2025 11:50 AM February 23, 2025 11:50 AM

views 3

শিক্ষাক যিকোনো সমাজৰ মেৰুদণ্ড বুলি ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্য্যই অভিহিত কৰিছে

ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্য্যই শিক্ষাক যিকোনো সমাজৰ মেৰুদণ্ড বুলি অভিহিত কৰিছে। ৰাজভৱনৰ উদ্যোগত আৰু উচ্চ শিক্ষা বিভাগৰ সহযোগত কালি গুৱাহাটীৰ অসম প্রশাসনিয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এখন সন্মিলনত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে এইদৰে কয়। তেওঁ কয়, যে বিশেষকৈ উচ্চ শিক্ষাই কোনো এখন দেশৰ আধ্যাত্...

February 23, 2025 11:29 AM February 23, 2025 11:29 AM

views 19

মণিপুৰৰ চুৰাচন্দপুৰ জিলাত জমি আৰু কুকী সম্প্রদায়ৰ ১৬ বিধ অস্ত্ৰ-শস্ত্ৰ নিৰাপত্তাৰক্ষীৰ হাতত সমৰ্পণ

মণিপুৰৰ চুৰাচন্দপুৰ জিলাত জমি আৰু কুকী সম্প্রদায়ে ১৬ বিধ অস্ত্ৰ-শস্ত্ৰ নিৰাপত্তাৰক্ষীৰ হাতত স্বেচ্ছায়ে সমৰ্পণ কৰে। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই যোৱা বৃহস্পতিবাৰে ৰাজ্যখনৰ সকলো সম্প্ৰদায়ৰ লোকক আৰক্ষীৰ পৰা কাঢ়ি নিয়া আৰু অবৈধভাৱে নিজৰ লগত ৰখা অস্ত্ৰ-শস্ত্ৰসমূহ সাত দিনৰ ভিতৰত আৰক্ষীক জমা দিব...

February 23, 2025 11:14 AM February 23, 2025 11:14 AM

views 10

সমাগত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ভাগ লোৱাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ নেতৃত্বত  গুৱাহাটীত উপস্থিত হব বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তৰ প্রতিনিধি দল

সমাগত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ভাগ লোৱাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ নেতৃত্বত বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তৰ এটা প্রতিনিধি দল আজি গুৱাহাটীত উপস্থিত হোৱাৰ কথা। জাপান, দক্ষিণ কোৰিয়া, থাইলেণ্ড ছিংগাপুৰ, অস্ট্রেলিয়া, জার্মানী, ইটালী, ভূটানকে ধৰি ৰাষ্ট্ৰসমূহৰ প্ৰ...

February 22, 2025 9:32 PM February 22, 2025 9:32 PM

views 12

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰৰ কটকটীয়া সুৰক্ষা ব্যৱস্থা, প্ৰস্তুতি প্রায় সম্পূৰ্ণ

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ মাজত দুটা দিন বাকী থকা অৱস্থাত ৰাজ্য চৰকাৰে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাকে ধৰি সকলো প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। এই সন্মিলনত ভাগ লোৱাৰ বাবে পৰহিলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যখনত উপস্থিত হ'ব। তদুপৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়...

February 22, 2025 9:30 PM February 22, 2025 9:30 PM

views 4

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতিৰ বুজ ল’বলৈ কৃষিমন্ত্রী অতুল বৰা বৈঠক

দেশী-বিদেশী বিনিয়োগকাৰীৰ অংশগ্রহণেৰে হ'বলগীয়া এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ অন্তিম পৰ্যায়ৰ প্ৰস্তুতিৰ বুজ ল'বলৈ আজি কৃষিমন্ত্রী অতুল বৰাই জনতা ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই সন্মিলনত ৰাজ্যৰ কৃষিবিভাগৰ উদ্যোগত চাহ, বাঁহ উদ্যোগ, অগৰ প্ৰসংস্কৰণ আৰু মূল্য সংযোজনকে ধৰি কেইবাটাও বিষয়ত অ...

February 22, 2025 9:29 PM February 22, 2025 9:29 PM

views 5

ৰাজ্যৰ ভিন্ন প্ৰান্তত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ কেইবাগৰাকী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলোৱা অভিযানত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য উদ্ধাৰ কৰাৰ লগতে কেইবাগৰাকী মাদক দ্রব্য সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। গোৱালপাৰা জিলাৰ বগুৱান আৰক্ষী থানাৰ অধীনৰ বিভিন্ন স্থানত দুষ্টচক্ৰই অব্যাহত ৰখা মাদক দ্ৰব্যৰ অবৈধ ব্যৱসায়ৰ ঘাটিত আৰক্ষীয়ে সময়ে সময়ে অভিযান চলাই আহি...

February 22, 2025 9:28 PM February 22, 2025 9:28 PM

views 8

কামৰূপ মহানগৰ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ৫ দিনীয়াকৈ সীমান্ত এলেকা যুৱ আদান-প্রদান কাৰ্যসূচী

কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অনুমোদন সাপেক্ষে কামৰূপ মহানগৰ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত কালিৰে পৰা ২৫ ফেব্ৰুৱাৰীলৈ ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সীমান্ত এলেকা যুৱ আদান-প্রদান কাৰ্যসূচীৰ আজি দ্বিতীয় দিন। পল্টন বজাৰৰ নেহৰু যুৱ কেন্দ্ৰৰ আৱাসত উত্তৰ-পূৰ্বাঞ্চলৰ ৭ খন ৰাজ্য...