আঞ্চলিক সংবাদ

April 3, 2025 1:16 PM

views 14

ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ কালি অনুষ্ঠিত ভোটগ্ৰহণৰ কাইলৈ ফলাফল ঘোষণা

ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ ৩৩টা সমষ্টিৰ বাবে কালি অনুষ্ঠিত ভোটগ্ৰহণৰ কাইলৈ ফলাফল ঘোষণা কৰা হ'ব। গোৱালপাৰা আৰু আমিনগাঁৱত কাইলৈ ভোটগণনা কৰা হ'ব আৰু আবেলিৰ ভাগত ফলাফল ঘোষণা কৰা হ'ব। ভোটগ্রহণ হোৱা বেলট বাকচসমূহ বর্তমান জিলা আয়ুক্ত কাৰ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰূমত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছ...

April 3, 2025 1:12 PM

views 36

পৰম্পৰাগত অসমীয়া গহণাৰ জি আই টেগৰ স্বীকৃতি লাভ

পৰম্পৰাগত অসমীয়া গহণাই ভৌগোলিক সূচ্যাংক অর্থাৎ‍ জি আই টেগৰ স্বীকৃতি লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ ভৌগোলিক সূচক পঞ্জীয়কে কালি ৰত্ন আৰু গহণা উন্নয়ন পৰিষদ, অসমলৈ এই ভৌগোলিক সূচক স্বত্ত্ব প্ৰদান কৰে। ৰাজ্যৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগৰ অন্তৰ্গত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ তত্বাৱধান...

April 3, 2025 1:06 PM

views 20

ৰাণা প্রতাপ কলিতালৈ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান

২০২৪ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহ প্রদান ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই আজি বিয়লি ৩ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত ২০২৪ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহ প্রদান কৰিব। অৱসৰপ্ৰাপ্ত সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল ৰাণা প্রতাপ কলিতালৈ অসম বৈভৱ সন্মান...

April 3, 2025 1:02 PM

views 32

দুটা পৰ্যায়ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ

অসমত অহা ২ আৰু ৭ মে'ত দুটা পৰ্যায়ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। ১১ এপ্ৰিললৈ মনোনয়ন পত্র দাখিল কৰিব পৰা যাব। ১২ এপ্রিলত মনোনয়ন পত্রসমূহ পৰীক্ষা কৰা হ'ব আৰু ১৭ এপ্রিল মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ধার্য কৰা হৈছে। সেইদিনাই নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰি...

April 3, 2025 12:43 PM

views 15

লোকসভাত মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ সম্পর্কীয় সাংবিধানিক প্রস্তাৱ গ্ৰহণ

লোকসভাই মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ সম্পর্কীয় সাংবিধানিক প্রস্তাৱ গ্ৰহণ কৰিছে। কংগ্ৰেছৰ শশী থাৰুৰ, এছ পিৰ লালজী বাৰ্মা, শিৱসেনাৰ অৰবিন্দ চাবন্ত, টি এম চিৰ চায়নী ঘোষ আৰু আন আনসকলে এই প্রস্তার সন্দৰ্ভত সদনত ভাষণ দি ৰাজ্যত হিংসাত্মক পৰিস্থিতি আৰু স্থানীয় জনসাধাৰণে সম্মুখীন হোৱা দুৰ্গতিৰ বিষয়টো উত্থাপ...

April 2, 2025 1:33 PM

views 15

উদ্যম পঞ্জীয়ন প’ৰ্টেলত ৪ লাখ ৬০ হাজাৰৰো অধিক ঔদ্যোগীক গোটৰ পঞ্জীয়ন

উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডক আগবঢ়াই নিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ উদ্যম পঞ্জীয়ন প'ৰ্টেলত ৪ লাখ ৬০ হাজাৰৰো অধিক ঔদ্যোগীক গোটক পঞ্জীয়ন কৰা হৈছে। ২০২০ চনত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা এই প'ৰ্টেলৰ সহায়ত এনে উদ্যোগসমূহক এখন মঞ্চলৈ অনাৰ প্ৰয়াস কৰা হৈছিল। ২০২৩ চনৰ ১১ ফেব্ৰুৱা...

April 2, 2025 1:31 PM

views 20

অহা ১ জুলাইৰ পৰা ৰাজ্যৰ ক্ষুদ্ৰ কৃষক আৰু দুগ্ধ বিক্ৰেতাই কোনো ধৰণৰ খাজনা দিব নালাগে বুলি ৰণজিৎ কুমাৰ দাসৰ প্ৰকাশ

অহা ১ জুলাইৰ পৰা ৰাজ্যৰ ক্ষুদ্ৰ কৃষক আৰু দুগ্ধ বিক্ৰেতাই কোনো ধৰণৰ খাজনা দিব নালাগে বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কালি তেজপুৰত প্ৰকাশ কৰে। তেওঁ কয়, যে কৰ কাটল নিদিয়াকৈ গ্ৰামাঞ্চলত ক্ষুদ্র কৃষকৰ লগতে দুগ্ধ পামৰ সৈতে জড়িতসকলে গ্ৰামাঞ্চলৰ বজাৰত নিজৰ উৎপাদিত সামগ্রী বিক্রি ক...

April 2, 2025 1:40 PM

views 9

আজি পুৱাৰে পৰা ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত

ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ ৩৩ টা সমষ্টিত ভোটগ্রহণ চলি আছে। কামৰূপ জিলাৰ অন্তর্গত ১৪ টা পৰিষদীয় সমষ্টিত দিনৰ এঘাৰ বজালৈকে প্ৰায় ৪৯ শতাংশ ভোটগ্রহণ হোৱা বুলি ৰাজ্যিক নির্বাচন আয়োগৰ সূত্ৰই জনাইছে। গোৱৰ্ধন সমষ্টিত সর্বাধিক ৫৬ দশমিক ১-৫ শতাংশ আৰু জাৰিহাট সমষ্টিত সর্বনিম্ন ৪১ দশমিক ৯-২ শতাংশ ভোটদা...

April 2, 2025 12:25 PM

views 39

আজিৰে পৰা খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতা অনুষ্ঠিত

খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতা আজিৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'ব। ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত জিলা পৰ্যায়ত অনুষ্ঠিত খেলসমূহত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত খেলুৱৈসকলে ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতাৰ একাধিক শাখাত অংশগ্ৰহণ কৰিব। সৰুসজাই ক্রীড়া প্রকল্প, নেহৰু ...

April 2, 2025 11:55 AM

views 28

ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত যোৰহাটত কেইবাটাও ৰাজহুৱা প্ৰকল্পৰ উদ্বোধন

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি যোৰহাটত প্ৰায় ১১১ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও ৰাজহুৱা প্ৰকল্পৰ উদ্বোধন কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে ৫৮১ মিটাৰ দৈৰ্ঘ্যৰ কমাৰবন্ধা আলি ৰে'লৱে উৰণ সেতু, সম্পূর্ণ স্বয়ংক্রিয় পৰীক্ষা আৰু অত্যাধুনিক সা-সঁজুলি সম্পন্ন স্বয়ংক্রিয় যান-বাহন উপযোগিতা পৰীক্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।