আঞ্চলিক সংবাদ

April 3, 2025 8:22 PM

views 29

গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত কাইলৈৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ একবিংশতিতম কেন্দ্রীয় দ্বিবার্ষিক অধিৱেশন

গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ একবিংশতিতম কেন্দ্রীয় দ্বিবার্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। কাইলৈ পুৱা মূল তোৰণ উন্মোচন, পতাকা উত্তোলন, ছহিদ তৰ্পণ, সতীৰ্থ স্মৰণ আদি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অধিৱেশনতে পৰিষদৰ নতুন কেন্দ্রীয় সমিতি গঠন কৰ...

April 3, 2025 8:19 PM

views 27

শিলচৰৰ বামনগৰ বাইপাছত সংঘটিত এটা দুৰ্ঘটনাত দুজন ব্যক্তি নিহত, ৪ জন লোক গুৰুতৰভাৱে আহত

শিলচৰৰ বামনগৰ বাইপাছত আজি বিয়লি সংঘটিত এটা দুৰ্ঘটনাত দুজন ব্যক্তি নিহত হোৱাৰ লগতে চাৰিজন লোক গুৰুতৰভাৱে আহত হৈছে। ৰামনগৰৰ আই এছ বি টিৰ সমীপত মাটিভর্তি এখন ডাম্পাৰ আৰু যাত্রীবাহী অটোবিক্সাৰ মুখামুখি সংঘৰ্ষৰ ফলত হোৱা এই দুৰ্ঘটনাত আফছানা বেগম নামৰ এগৰাকী মহিলা আৰু তেওঁৰ ৭ বছৰীয়া পুত্ৰৰ থিতাতে মৃত্যু ...

April 3, 2025 8:15 PM

views 19

কাইলৈৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে ঢকুৱাখনাত অসম বিজ্ঞান সমিতিৰ ৫৫ সংখ্যক বাৰ্ষিক অধিৱেশন

অসম বিজ্ঞান সমিতিৰ ৫৫ সংখ্যক বাৰ্ষিক অধিৱেশন কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ঢকুৱাখনাত অনুষ্ঠিত হ'ব। কাইলৈ পতাকা উত্তোলনেৰে প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ কৰা হ'ব। স্মৃতি তৰ্পণ, বিজ্ঞান প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰাৰ পাছত বিজ্ঞান সমিতিৰ প্রাক্তন সভাপতি নবীন শিক্ষাবিদ ড° মনোজ কুমাৰ পাটোৱাৰীয়ে তিনিওটা দ...

April 3, 2025 8:12 PM

views 26

জেংৰাইৰ কবি হিচাপে সুপৰিচিত বিশিষ্ট অসমীয়া সাহিত্যিক, প্রশাসনিক বিষয়া আৰু স্বাধীনতা সংগ্রামী, অজিত বৰুৱাৰ পুণ্য তিথি উপলক্ষে শ্রদ্ধা নিবেদন

জেংৰাইৰ কবি হিচাপে সুপৰিচিত বিশিষ্ট অসমীয়া সাহিত্যিক, প্রশাসনিক বিষয়া আৰু স্বাধীনতা সংগ্রামী, অজিত বৰুৱাৰ পুণ্য তিথি উপলক্ষে আজি শ্রদ্ধা নিবেদন কৰা হৈছে। কবিতাৰ লগতে গীত, উপন্যাস, সমালোচনা সাহিত্য, অনুবাদ, ৰম্য ৰচনাকে ধৰি কেইবাটাও শিতানত সাহিত্য সৃষ্টিৰে অসমীয়া সাহিত্য ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ...

April 3, 2025 7:54 PM

views 33

ৰাজ্যৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদ নিযুক্তি পৰীক্ষাৰ ফলাফল অহা মাহত ঘোষণা কৰা হ’বঃ শিক্ষামন্ত্রী

ৰাজ্যৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদ নিযুক্তি পৰীক্ষাৰ ফলাফল অহা মাহত ঘোষণা কৰা হ’ব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। কালি কাহিলিপাৰাৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ত মেধাৱী শিক্ষার্থীক টেবলেট বিতরণ অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰীগৰাকীয়ে এই কথা প্রকাশ কৰে। আৰোহণ আঁচনিৰ অধীনত শিক্ষাৰ্থ...

April 3, 2025 7:52 PM

views 43

ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ অসম চৰকাৰ আৰু ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানলৈ জাননী জাৰি

ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে ৰাজ্যৰ এটা ডিজিটেল পৰ্টেল চেনেলৰ এগৰাকী সাংবাদিকক গুৱাহাটীস্থিত অসম কো-অপাৰেটিভ এপেক্স বেংক লিমিটেডত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাক কেন্দ্ৰ কৰি আটক কৰা আৰু পাছত গ্ৰেপ্তাৰ কৰা ঘটনা সন্দৰ্ভত অসম চৰকাৰ আৰু ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানলৈ জাননী জাৰি কৰিছে। যোৱা ২৫ মাৰ্চত গুৱাহাটীৰ ...

April 3, 2025 7:44 PM

views 38

কাইলৈ পুৱা ৮ বজাৰ পৰা ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ ৩৩টা সমষ্টিৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোটগণনা

ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ ৩৩টা সমষ্টিৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ কাইলৈ পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰা হ'ব। গোৱালপাৰা আৰু আমিনগাঁৱত কাইলৈ ভোটগণনা কৰা হ'ব আৰু আবেলিৰ ভাগত ফলাফল ঘোষণা কৰা হ'ব। ভোটগ্রহণ হোৱা বেলট বাকচসমূহ বর্তমান জিলা আয়ুক্ত কাৰ্যালয়ত স্থাপন কৰা ষ্ট্রং ৰূমত কটকটীয়া নিৰাপত্তাৰ মাজত ...

April 3, 2025 7:30 PM

views 31

পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিল প্রক্রিয়া আৰম্ভ

অসমত অহা ২ আৰু ৭ মে'ত দুটা পৰ্যায়ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। ১১ এপ্ৰিললৈ মনোনয়ন পত্র দাখিল কৰিব পৰা যাব। ১২ এপ্রিলত মনোনয়ন পত্রসমূহ পৰীক্ষা কৰা হ'ব আৰু ১৭ এপ্রিল মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ধার্য কৰা হৈছে। সেইদিনাই নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰি...

April 3, 2025 9:40 PM

views 36

ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যৰ ২০২৪ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান

ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত ২০২৪ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহ প্ৰদান কৰে। অৱসৰপ্ৰাপ্ত সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল বাণা প্রতাপ কলিতালৈ অসম বৈভৱ সন্মান আগবঢ়োৱা হয়। সংগীত শিল্পী দ্বীপেন বৰুৱা, নাট্যকাৰ হেমন্ত দত্ত, ক্ৰ...

April 3, 2025 1:28 PM

views 24

২০২৪-২৫ পর্যটন বর্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ লাখৰো অধিক পৰ্যটকৰ আগমন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০২৪-২৫ পর্যটন বর্ষৰ বিগত ছমাহত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ৪ লাখৰো অধিক পৰ্যটকৰ আগমন হয়। ইয়াৰ ফলত উদ্যানখনত ১০ কোটি টকাতকৈ অধিক ৰাজহ সংগ্ৰহ হৈছে বুলি উদ্যান কর্তৃপক্ষই কালি এটা প্ৰেছ বিবৃতিযোগে প্রকাশ কৰে। বিবৃতিটোত উল্লেখ কৰা মতে যোৱা ছমাহত ১৭ হাজাৰ ৬৯৩ গৰাকী বিদেশী পর্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।