আঞ্চলিক সংবাদ

March 3, 2025 12:07 PM March 3, 2025 12:07 PM

views 8

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পূৰ্বৰ তুলনাত দেশী-বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পূৰ্বৰ তুলনাত শেহতীয়াকৈ দেশী-বিদেশী পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। চলিত পর্যটন বৰ্ষৰ বিগত ৫ টা মাহত আঢ়ৈ লক্ষাধিক পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰিছে। এই সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই ৬ কোটিতকৈ অধিক ৰাজহ সংগ্ৰহ কৰিছে। বিগত সময়ছোৱাত অতি কম দিনৰ ব...

March 3, 2025 12:04 PM March 3, 2025 12:04 PM

views 5

ৰাজ্যৰ নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ কাইলৈৰ পৰা পর্যায়ক্রমে ঘোষণা

ৰাজ্য চৰকাৰে বিভিন্ন পদৰ বাবে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ কাইলৈৰ পৰা পর্যায়ক্রমে ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি তেওঁ সামাজিক মাধ্যমযোগে সদৰি কৰা মতে কাইলৈ নিযুক্তি পৰীক্ষাৰ প্ৰথমটো ফলাফল ঘোষণা কৰা হ'ব। কাইলৈ অসম আৰক্ষীৰ গাড়ী চালকৰ পদত নিযুক্ত...

March 3, 2025 12:00 PM March 3, 2025 12:00 PM

views 12

বাজেট অধিৱেশনত অপ্রাদেশিকীকৃত শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণ আইন সংশোধন কৰা হ’ব : শিক্ষামন্ত্রী

অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনতে অপ্রাদেশিকীকৃত শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণ আইন সংশোধন কৰা হ'ব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয়, যে এই সংশোধনীৰ জৰিয়তে প্ৰাদেশিকীকৰণ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ চৰ্ত সালসলনি কৰা হ'ব। অৱশ্যে অৱশ্যে প্ৰাদেশিকীকৰণৰ বাবে ধাৰ্য্য ...

March 2, 2025 9:37 PM March 2, 2025 9:37 PM

views 11

তিনিচুকীয়াৰ সমগ্ৰ শিক্ষা কোষে ২০২৪-২৫ বৰ্ষৰ বাবে দিব্যাংগ শিশুৰ মাজত সহায়ক সঁজুলি বিতৰণ

তিনিচুকীয়াৰ সমগ্ৰ  শিক্ষা কোষে আজি ২০২৪-২৫ বৰ্ষৰ বাবে দিব্যাংগ শিশুৰ মাজত সহায়ক সঁজুলি বিতৰণ কৰে। এই উপলক্ষে পি এম শ্রী আদর্শ প্রাথমিক বিদ্যালয়ত আয়োজিত অনুষ্ঠানত জিলাখনৰ মুঠ ১৬২ জন বিশেষভাৱে সক্ষম ছাত্র-ছাত্ৰীক হুইল চেয়াৰ, ট্রাই চাইকেল, শিকন-শিক্ষণ সঁজুলি আদি প্ৰদান কৰা হয়। ইয়াৰে ৫৯ গৰাকী ছাত...

March 2, 2025 9:35 PM March 2, 2025 9:35 PM

views 9

বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক বাৰ্ষিক অধিবেশনৰ বাবে পৰিচালনা সমিতিসমূহ গঠন

চিৰাং জিলাৰ বিজনীত অহা বছৰৰ জানুৱাৰীত হ'বলগীয়া বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক বাৰ্ষিক অধিবেশনৰ বাবে আজি পৰিচালনা সমিতিসমূহ গঠন কৰা হয়। এই অধিবেশনৰ বাবে ২৪খন উপ-সমিতিৰ লগতে ৯১জন সদস্যৰে আদৰণি সমিতিখন গঠন কৰা হয়। ১৯৫২ চনৰ ১৬ নৱেম্বৰত চিৰাং জিলাৰ ৰনচাই ধামত বড়ো সাহিত্য সভাৰ জন্ম হৈছিল। এইবাৰ অধিবেশনৰ ...

March 2, 2025 9:23 PM March 2, 2025 9:23 PM

views 4

ছয়মাইলৰ উৰণ সেতু আৰু ডাউন টাউন হাস্পতালৰ মাজত সোমবাৰৰ পৰা নিশাৰ ভাগত যান-বাহনৰ চলাচলত প্ৰশাসনৰ বাধা আৰোপ

গুৱাহাটী মহানগৰীৰ ছয়মাইলত উৰণ সেতুৰ নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত কেতবোৰ প্ৰয়োজনীয় কাম-কাজ সূচলভাবে সম্পন্ন কৰাৰ উপৰি অঞ্চলটোৰে আহ-যাহ কৰা জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীৰ উপ-আয়ুক্তই নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ নিশা  ১১.৩০ বজাৰ পৰা পুৱতি নিশা  ৪-৩০ ব...

March 2, 2025 9:14 PM March 2, 2025 9:14 PM

views 5

ভাৰতীয় অলিম্পক সন্থাৰ সভাপতি এথলিট পি টি ঊষা ডিব্ৰুগড়ত উপস্থিত

ভাৰতীয় অলিম্পক সন্থাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ প্রখ্যাত এথলিট পি টি ঊষা আজি ডিব্ৰুগড়লৈ আহিছে। ডিব্ৰুগড় জিলা সন্থাৰ উদ্যোগত আউটড'ৰ ষ্টেডিয়ামত দৌৰবিদগৰাকীক আজি সম্বর্ধনা জ্ঞাপন কৰা হয়। এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশ লৈ এথলীটগৰাকীক তেওঁৰ উপস্থ...

March 2, 2025 9:07 PM March 2, 2025 9:07 PM

views 4

যশস্বী বাঁহীবাদক, লোকসংগীতৰ আজীৱন সাধক প্ৰভাত শৰ্মাৰ চতুৰ্থ মৃত্যু বার্ষিকীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন

যশস্বী বাঁহীবাদক, লোকসংগীতৰ আজীৱন সাধক প্ৰভাত শৰ্মাৰ চতুৰ্থ মৃত্যু বার্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। ষষ্ঠ দশকতে বাঁহীৰে অগণন শ্রোতা-দর্শকক মুগ্ধ কৰা প্ৰভাত শৰ্মাই বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাকে ধৰি বহু শিল্পীৰ গীতত বাঁহীৰ সুৰ তুলিছিল। থলুৱা বাদ্যযন্ত্ৰক লৈ ...

March 2, 2025 9:02 PM March 2, 2025 9:02 PM

views 97

জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম চন্দ্ৰ কুমাৰ আগৰৱালাৰ পূণ্যতিথিত ৰাজ্যবাসীৰ শ্ৰদ্ধা নিবেদন

জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম, প্ৰতিমাৰ খনিকৰ অভিধাৰে বিভূষিত কবি চন্দ্ৰ কুমাৰ আগৰৱালাৰ পূণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। অসমীয়া সাহিত্যত যুগৰ সূচনাকাৰী জোনাকী আলোচনীৰ প্ৰথমগৰাকী সম্পাদক আৰু সাহিত্য সংগঠন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠাপক সদস্য আগৰৱালাৰ জোনাকী কাকতত প্ৰকাশিত...

March 2, 2025 8:57 PM March 2, 2025 8:57 PM

views 2

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ হাইস্কুলসমূহত প্রধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পথ প্ৰশস্ত

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ হাইস্কুল সমূহত প্রধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে। ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইয়ে কালি সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰৰ জৰিয়তে প্রাদেশিকৃত হাইস্কুলসমূহত প্রধান...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।