March 7, 2025 10:58 AM March 7, 2025 10:58 AM
2
মৰা ভৰলু নৈৰ ওপৰত নিৰ্মাণ কৰা পকী দলঙৰ উদ্বোধন কৰিব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ৰাধা গোবিন্দ বৰুৱা পথ আৰু ড° ভূপেন হাজৰিকা পথত মৰা ভৰলু নৈৰ ওপৰত নিৰ্মাণ কৰা পকী দলঙৰ উদ্বোধন কৰিব। উন্নত যোগাযোগ ব্যৱস্থাৰে সবল ভৱিষ্যত নিৰ্মাণৰ লক্ষ্যৰে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ সহায়ত দলংখন নিৰ্মাণ কৰা হৈছে। ১৫ কোটি টকা ব...