March 9, 2025 7:23 PM March 9, 2025 7:23 PM
11
গোলাঘাটৰ বৰপথাৰত চাওতাল জনগোষ্ঠীসকলৰ বাহা সন্মিলনৰ লাইখুঁটা স্থাপন
গোলাঘাটৰ সৰুপথাৰ সমজিলাৰ বৰপথাৰত দুদিনীয়াকৈ আয়োজন কৰা চাওতাল জনগোষ্ঠীসকলৰ বাহা সন্মিলনৰ আজি লাইখুঁটা স্থাপন কৰা হয়। বৰপথাৰ চাওতাল সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত অহা ১ আৰু ২ এপ্ৰিলত এই সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনত চাওতাল জনগোষ্ঠীৰ বিভিন্ন উপগোষ্ঠীৰ উপস্থিতিত পৰম্পৰাগত নৃত্য-গীত, চিত্রাংকন,...