আঞ্চলিক সংবাদ

March 29, 2025 9:13 PM March 29, 2025 9:13 PM

views 4

যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ বাৰ্ষিক প্ৰযুক্তি সমাৰোহ টেকন’ভাছ মুকলি মন্ত্ৰী কেশৱ মহন্তৰ

ৰাজ্যৰ তথ্য প্রযুক্তি বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কেশৱ মহন্তই আজি যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ বাৰ্ষিক প্ৰযুক্তি সমাৰোহ টেকন’ভাছ মুকলি কৰে। কৃত্রিম বুদ্ধিমত্তাক মূল বিষয়বস্তু হিচাপে লৈ এই সমাৰোহৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ৰূপম বৰুৱাৰ লগতে কে...

March 29, 2025 9:11 PM March 29, 2025 9:11 PM

views 7

গেৰুকামুখত নির্মীয়মাণ সোৱনশিৰি জলবিদ্যুৎ প্রকল্পত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু

ধেমাজী জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখত নির্মীয়মান সোৱনশিৰি জলবিদ্যুৎ প্রকল্পত কৰ্মৰত অৱস্থাত আজি এগৰাকী শ্ৰমিকৰ মৃত্যু হয়। শ্রমিকজন গোগামুখৰ ওখমাটি বদতিৰ অবিনাশ দলে বুলি জানিব পৰা গৈছে। পাৱাৰ হাউছত কাম কৰি থকা অৱস্থাত সুউচ্চ স্থানৰ পৰা তললৈ পৰি যোৱাৰ ফলত শ্রমিকজনৰ মৃত্যু হয়। উল্লেখযোগ্য...

March 29, 2025 9:09 PM March 29, 2025 9:09 PM

views 6

লখিমপুৰ লালুক ক্রীড়া সন্থাৰ খেলপথাৰত সদৌ অসম আন্তঃজিলা ছিনিয়ৰ মহিলা হেণ্ডবল প্রতিযোগিতা

লখিমপুৰ লালুক ক্রীড়া সন্থাৰ খেলপথাৰত আজি একবিংশ অচ্যুত বৰুৱা সোৱৰণি সদৌ অসম আন্তঃজিলা ছিনিয়ৰ মহিলা হেণ্ডবল প্রতিযোগিতাৰ উদ্বোধন কৰা হয়। লখিমপুৰ জিলা হেণ্ডবল সন্থাৰ উদ্যোগত তথা লখিমপুৰ জিলা ক্রীড়া বিষয়াৰ কাৰ্যালয় আৰু লালুক ক্ৰীড়া সন্থাৰ সহযোগত আয়োজিত এই প্রতিযোগিতাত প্ৰতিযোগিতাখনৰ সভাপতি, সম্...

March 29, 2025 8:47 PM March 29, 2025 8:47 PM

views 2

পাঠশালাত ১০ লাখ টকা ব্যয় সাপেক্ষ ক্রীড়া সামগ্ৰী আৰু পাঠশালা টাউন ক্লাবৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ চেক প্ৰদান

পাঠশালাত ১০ লাখ টকা ব্যয় সাপেক্ষ ক্রীড়া সামগ্ৰী আৰু পাঠশালা টাউন ক্লাবৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি ৫ লাখ টকাৰ চেক প্ৰদান কৰে। বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ তত্ত্বাৱধানত অনুষ্ঠিত এটা অনুষ্ঠানত মন্ত্ৰী দাসে ভাষণ দি কয়, ...

March 28, 2025 7:34 PM March 28, 2025 7:34 PM

views 3

সমগ্ৰ ৰাজ্যতে অহা ১ এপ্ৰিলৰ পৰা ১৭ জুলাইলৈকে স্বাস্থ্য মেলা অনুষ্ঠিত

সমগ্ৰ ৰাজ্যতে অহা ১ এপ্ৰিলৰ পৰা ১৭ জুলাইলৈকে স্বাস্থ্য মেলা অনুষ্ঠিত হব। ইয়াৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ধেমাজি জিলাতো ৬৫ খন গাওঁ পঞ্চায়ত আৰু ২ খন পৌৰসভাত একোখনকৈ স্বাস্থ্য মেলা অনুষ্ঠিত হ'ব। ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সেইদিনা ধেমাজিৰ জামুগুৰি পাঁচআলি উচ...

March 28, 2025 7:32 PM March 28, 2025 7:32 PM

views 11

কৰ্মচাৰী আৰু পেঞ্চনভোগীসকললৈ মৰগীয়া বানচৰ আৰু এটা কিস্তি মঞ্জুৰ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে ইয়াৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকললৈ মৰগীয়া বানচৰ আৰু এটা কিস্তি মঞ্জুৰ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত এইবছৰৰ পহিলা জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ চাকৰিয়ালসকলৰ বাবে অতিৰিক্ত ২ শতাংশ মৰগীয়া বানচ মোকলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ ...

March 28, 2025 7:30 PM March 28, 2025 7:30 PM

views 4

কাইলৈ আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ‘আপুনি কেনে আছে’ শীৰ্ষক বিশেষ অন্তৰংগ অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ গুৱাহাটীৰ দিছপুৰ লাষ্টগেটৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন ভৱনত ‘আপুনি কেনে আছে’ শীৰ্ষক এটা বিশেষ অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে। দিনৰ চাৰে ১০ বজাৰ পৰা হ'বলগীয়া এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ছটা দশকৰ নজহা-নপমা স্মৃতি ৰোমন্থনৰ লগতে কেইবাগৰাকীও প...

March 28, 2025 7:29 PM March 28, 2025 7:29 PM

views 3

দিলোৱাৰ হুছেইন মজুমদাৰক আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ

গুৱাহাটীৰ এটা পোৰ্টেল চেনেলৰ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰক আজি বিয়লি আৰক্ষীয়ে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। চৰকাৰী বিষয়াৰ বিৰুদ্ধে আপত্তিজনক শব্দ ব্যৱহাৰৰ অভিযোগত এপেক্স বেংকৰ কাৰ্যালয়ৰ পৰা যোৱা ২৫ মাৰ্চত গ্ৰ...

March 28, 2025 7:27 PM March 28, 2025 7:27 PM

views 13

দুটা কিস্তিত ধন পৰিষোধৰ ব্যৱস্থা গুৱাহাটী পৌৰ নিগমৰ

গুৱাহাটী পৌৰ নিগমে তিনি বছৰতকৈ অধিক সময় ধৰি সম্পত্তি কৰ আদায় নিদিয়াসকলৰ বাবে দুটা কিস্তিত ধন পৰিষোধৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি তিনি বছৰতকৈ অধিক সময় ধৰি কৰ আদায় নিদিয়াসকলে সম্পত্তি কৰৰ মুঠ পৰিমাণৰ ৫০ শতাংশ কৰ কাইলৈ, পৰহিলৈ আৰু ৩১ মাৰ্চ অৰ্থাৎ সোমবাৰে নিগমৰ উজান বজাৰৰ কাৰ্যালয়ত জমা দিব পাৰিব। ...

March 28, 2025 7:25 PM March 28, 2025 7:25 PM

views 2

অহা দেওবাৰে সন্ধিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ অন্যতম প্রধান নগৰ-ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰূপে গঢ়ি তোলা হ'ব বুলি ঘোষণা কৰিছে। এই সম্পৰ্কত ডিব্ৰুগড়ৰ নাগৰিকসকলৰ অভিমতৰ ভিত্তিত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা দেওবাৰে সন্ধিয়া ৭ বাজি ৪৫ মিনিটত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। ...