আঞ্চলিক সংবাদ

April 4, 2025 11:34 AM April 4, 2025 11:34 AM

views 4

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰাৰ কথা নিশ্চিত কৰি সংসদত সাংবিধানিক প্রস্তাৱ গ্ৰহণ

সংসদে মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰাৰ কথা নিশ্চিত কৰি এটা সাংবিধানিক প্রস্তাৱ গ্ৰহণ কৰিছে। ৰাজ্যসভাই যোৱানিশা এই প্ৰস্তাৱটোত অনুমোদন জনায়। এই প্ৰস্তাৱটো যোৱা ১৩ ফেব্ৰুৱাৰীত সংবিধানৰ ৩৫৬ অনুচ্ছেদ ১ নম্বৰ দফাৰ অধীণত মণিপুৰত ৰাষ্ট্ৰপতি শাসন বলৱৎকৰণৰ সৈতে জড়িত। লোকসভাত এই প্ৰস্তাৱ ইতিমধ্যে গৃহীত হৈ...

April 3, 2025 8:34 PM April 3, 2025 8:34 PM

views 16

খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ প্ৰথম দিনা সাঁতোৰত যোৰহাট জিলাৰ খেলুৱৈৰ ১৫টা পদক লাভ

খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতাসমূহ কালিৰেপৰা অনুষ্ঠিত হৈছে। কালি খেলৰ প্ৰথম দিনা সাঁতোৰত যোৰহাট জিলাৰ খেলুৱৈয়ে ১৫টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত ১৪ আৰু ১৭ বছৰ অনুৰ্ধৰ ৮টা শাখাৰ ভিতৰত ৫টাতে যোৰহাটৰ খেলুৱৈয়ে স্বর্ণ পদক জয় কৰাৰ লগতে ৮টা ৰূপ আৰু এটা ...

April 3, 2025 8:24 PM April 3, 2025 8:24 PM

views 13

তামুলপুৰ জিলাৰ পথালিকুছিৰ মাইনাও পথাৰত কাইলৈৰ পৰা ৩ দিনীয়াকৈ সদৌ বাথৌ মহাসভাৰ ৩২ সংখ্যক বাৰ্ষিক অধিৱেশন

তামুলপুৰ জিলাৰ পথালিকুছিৰ মাইনাও পথাৰত কাইলৈৰ পৰা তিনিদিনীয়াকৈ সদৌ বাথৌ মহাসভাৰ ৩২ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। বাথৌ মহাসভাৰ তামুলপুৰ জিলাৰ আতিথ্যত আয়োজিত এই অধিৱেশনৰ বাবে মাইনাও পথাৰত প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এই সভাৰ মুকলি অধিৱেশনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাসহ কেইবাগৰাকীও মন্ত্রী-...

April 3, 2025 8:22 PM April 3, 2025 8:22 PM

views 12

গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত কাইলৈৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ একবিংশতিতম কেন্দ্রীয় দ্বিবার্ষিক অধিৱেশন

গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ একবিংশতিতম কেন্দ্রীয় দ্বিবার্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। কাইলৈ পুৱা মূল তোৰণ উন্মোচন, পতাকা উত্তোলন, ছহিদ তৰ্পণ, সতীৰ্থ স্মৰণ আদি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অধিৱেশনতে পৰিষদৰ নতুন কেন্দ্রীয় সমিতি গঠন কৰ...

April 3, 2025 8:19 PM April 3, 2025 8:19 PM

views 8

শিলচৰৰ বামনগৰ বাইপাছত সংঘটিত এটা দুৰ্ঘটনাত দুজন ব্যক্তি নিহত, ৪ জন লোক গুৰুতৰভাৱে আহত

শিলচৰৰ বামনগৰ বাইপাছত আজি বিয়লি সংঘটিত এটা দুৰ্ঘটনাত দুজন ব্যক্তি নিহত হোৱাৰ লগতে চাৰিজন লোক গুৰুতৰভাৱে আহত হৈছে। ৰামনগৰৰ আই এছ বি টিৰ সমীপত মাটিভর্তি এখন ডাম্পাৰ আৰু যাত্রীবাহী অটোবিক্সাৰ মুখামুখি সংঘৰ্ষৰ ফলত হোৱা এই দুৰ্ঘটনাত আফছানা বেগম নামৰ এগৰাকী মহিলা আৰু তেওঁৰ ৭ বছৰীয়া পুত্ৰৰ থিতাতে মৃত্যু ...

April 3, 2025 8:15 PM April 3, 2025 8:15 PM

views 7

কাইলৈৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে ঢকুৱাখনাত অসম বিজ্ঞান সমিতিৰ ৫৫ সংখ্যক বাৰ্ষিক অধিৱেশন

অসম বিজ্ঞান সমিতিৰ ৫৫ সংখ্যক বাৰ্ষিক অধিৱেশন কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ঢকুৱাখনাত অনুষ্ঠিত হ'ব। কাইলৈ পতাকা উত্তোলনেৰে প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ কৰা হ'ব। স্মৃতি তৰ্পণ, বিজ্ঞান প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰাৰ পাছত বিজ্ঞান সমিতিৰ প্রাক্তন সভাপতি নবীন শিক্ষাবিদ ড° মনোজ কুমাৰ পাটোৱাৰীয়ে তিনিওটা দ...

April 3, 2025 8:12 PM April 3, 2025 8:12 PM

views 13

জেংৰাইৰ কবি হিচাপে সুপৰিচিত বিশিষ্ট অসমীয়া সাহিত্যিক, প্রশাসনিক বিষয়া আৰু স্বাধীনতা সংগ্রামী, অজিত বৰুৱাৰ পুণ্য তিথি উপলক্ষে শ্রদ্ধা নিবেদন

জেংৰাইৰ কবি হিচাপে সুপৰিচিত বিশিষ্ট অসমীয়া সাহিত্যিক, প্রশাসনিক বিষয়া আৰু স্বাধীনতা সংগ্রামী, অজিত বৰুৱাৰ পুণ্য তিথি উপলক্ষে আজি শ্রদ্ধা নিবেদন কৰা হৈছে। কবিতাৰ লগতে গীত, উপন্যাস, সমালোচনা সাহিত্য, অনুবাদ, ৰম্য ৰচনাকে ধৰি কেইবাটাও শিতানত সাহিত্য সৃষ্টিৰে অসমীয়া সাহিত্য ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ...

April 3, 2025 7:54 PM April 3, 2025 7:54 PM

views 15

ৰাজ্যৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদ নিযুক্তি পৰীক্ষাৰ ফলাফল অহা মাহত ঘোষণা কৰা হ’বঃ শিক্ষামন্ত্রী

ৰাজ্যৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদ নিযুক্তি পৰীক্ষাৰ ফলাফল অহা মাহত ঘোষণা কৰা হ’ব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। কালি কাহিলিপাৰাৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ত মেধাৱী শিক্ষার্থীক টেবলেট বিতরণ অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰীগৰাকীয়ে এই কথা প্রকাশ কৰে। আৰোহণ আঁচনিৰ অধীনত শিক্ষাৰ্থ...

April 3, 2025 7:52 PM April 3, 2025 7:52 PM

views 20

ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ অসম চৰকাৰ আৰু ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানলৈ জাননী জাৰি

ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে ৰাজ্যৰ এটা ডিজিটেল পৰ্টেল চেনেলৰ এগৰাকী সাংবাদিকক গুৱাহাটীস্থিত অসম কো-অপাৰেটিভ এপেক্স বেংক লিমিটেডত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাক কেন্দ্ৰ কৰি আটক কৰা আৰু পাছত গ্ৰেপ্তাৰ কৰা ঘটনা সন্দৰ্ভত অসম চৰকাৰ আৰু ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানলৈ জাননী জাৰি কৰিছে। যোৱা ২৫ মাৰ্চত গুৱাহাটীৰ ...

April 3, 2025 7:44 PM April 3, 2025 7:44 PM

views 17

কাইলৈ পুৱা ৮ বজাৰ পৰা ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ ৩৩টা সমষ্টিৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোটগণনা

ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ ৩৩টা সমষ্টিৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ কাইলৈ পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰা হ'ব। গোৱালপাৰা আৰু আমিনগাঁৱত কাইলৈ ভোটগণনা কৰা হ'ব আৰু আবেলিৰ ভাগত ফলাফল ঘোষণা কৰা হ'ব। ভোটগ্রহণ হোৱা বেলট বাকচসমূহ বর্তমান জিলা আয়ুক্ত কাৰ্যালয়ত স্থাপন কৰা ষ্ট্রং ৰূমত কটকটীয়া নিৰাপত্তাৰ মাজত ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।