আঞ্চলিক সংবাদ

May 15, 2025 8:47 PM

views 13

চৰকাৰী শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ আয়ৰ প্ৰমাণ-পত্ৰ বৈধ নথি নহয়ঃ উচ্চ শিক্ষা বিভাগ

চৰকাৰী শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ ক্ষেত্ৰত এতিয়াৰে পৰা পিতৃ-মাতৃৰ আয়ৰ প্ৰমাণ পত্ৰ বৈধ নথি হিচাপে গ্ৰহণ কৰা নহ'ব বুলি অসম চৰকাৰ উচ্চ শিক্ষা বিভাগে জানিবলৈ দিছে। এই সন্দৰ্ভত জাৰি কৰা শেহতীয়া নিৰ্দেশনা অনুযায়ী বিনামূলীয়া নামভৰ্তিৰ যোগ্যতা বিবেচনা কৰাৰ ক্ষেত্ৰত একমাত্ৰ ৰেচন ...

May 15, 2025 8:45 PM

views 13

কামৰূপ জিলা পৰিষদৰ নৱ নিৰ্বাচিত সদস্যসকলক প্ৰমাণ-পত্ৰ প্ৰদান

কামৰূপ জিলাৰ অন্তৰ্গত জিলা পৰিষদৰ নৱ নিৰ্বাচিত সদস্যসকলক আজি আমিনগাওঁৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ত আয়োজিত এখন সভাত আনুষ্ঠানিকভাৱে প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্রই বিজয়ী প্রার্থীসকলক এই প্ৰমাণপত্ৰ প্ৰদান কৰে। অনুষ্ঠানত কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধার্থ গো...

May 15, 2025 8:43 PM

views 16

শোণিতপুৰৰ বৰচলাত চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ শৈক্ষিক কাৰ্যসূচী আৰম্ভ

শোণিতপুৰ জিলাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত নতুন যুগৰ সূচনা কৰি বৰচলাত চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ শৈক্ষিক কাৰ্যসূচী চলিত বৰ্ষত আৰম্ভ হৈছে। প্ৰথম বৰ্ষত মহাবিদ্যালয়খনে অসমীয়া, ইংৰাজী, মনোবিজ্ঞান, ভূগোল আৰু গণসংযোগৰ পাঠ্যক্ৰম আগবঢ়াব। উল্লেখযোগ্য যে চলিত বৰ্ষৰ পৰা ৰাজ্যত ৭ খন চৰকাৰী মহাবিদ্যালয়ত গণস...

May 15, 2025 8:41 PM

views 9

মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী চান্দেল জিলাত অসম ৰাইফলছৰ জোৱানৰে হোৱা সংঘৰ্ষত সন্দেহযুক্ত উগ্রপন্থী গোটৰ ১০জন সদস্য নিহত

মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী চান্দেল জিলাৰ খেনজয় মহকুমাৰ নিউ চোমতাল গাঁৱত অসম ৰাইফলছৰ জোৱানৰ সৈতে হোৱা সংঘৰ্ষত কমেও ১০ জন সন্দেহযুক্ত উগ্রপন্থী গোটৰ সদস্য নিহত হয়। সেনাৰ ইষ্টাৰ্ন কমাণ্ডে সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰা অনুসৰি চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত জোৱানসকলে এই অঞ্চলটোত অভিযান চলোৱা...

May 15, 2025 8:39 PM

views 24

ধেমাজিৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মীয়মাণ কালভাৰ্ট পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্য বাৰিষাৰ আগতে শেষ কৰাৰ নিৰ্দেশ মন্ত্ৰী ড০ ৰণোজ পেগুৰ

শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মন্ত্ৰী ড০ ৰণোজ পেগুৱে আজি ধেমাজিৰ চমৰাজানৰ ভজো গাঁৱত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিৰ্মাণ কৰা কালভাৰ্টটো পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ বুজ লয়। প্রতি বাৰিষা জীয়াধল নৈৰ সুঁতি ব্ৰহ্মজানৰ বাঢ়নী পানীয়ে যাতায়াত ব্যৱস্থাত সৃষ্টি কৰা সমস্যাৰ পৰিপ...

May 15, 2025 8:35 PM

views 19

নগাঁৱৰ ৰহা-বঢ়মপুৰ সমষ্টিত নির্মীয়মাণ মথাউৰিসমূহৰ কামকাজৰ অগ্ৰগতিৰ বুজ লয় জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই

আজি জলসম্পদ বিভাগৰ নগাঁও সংমণ্ডলত ৰহা আৰু বঢ়মপুৰ বিধানসভা সমষ্টিত নির্মীয়মাণ মথাউৰিসমূহৰ কামকাজৰ অগ্ৰগতিৰ বুজ লয়। হোজাই জিলাক বানমুক্ত কৰাৰ পদক্ষেপ হিচাপে কপিলী নৈৰ সোঁপাৰে খাৰিখানাৰ পৰা যোগীজানলৈ নিৰ্মাণ কৰি থকা নতুন মথাউৰি নিৰ্মাণ কাৰ্যৰ আজি মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে। প্ৰায় ৮৫ শতাংশ কাম সম্...

May 15, 2025 8:33 PM

views 30

কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত অহা ১৭, ১৮ আৰু ১৯ মে’ত অসম সাহিত্য সভাৰ সেতুবন্ধ কাৰ্যসূচী

অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিয়ে গ্ৰহণ কৰা সেতুবন্ধ কাৰ্যসূচী অহা ১৭, ১৮ আৰু ১৯ মে'ত কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত আয়োজন কৰা হৈছে। দেশৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত একতাৰ এনাজৰী সুদৃঢ় কৰিবলৈ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিয়ে সেতুবন্ধ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত...

May 15, 2025 8:29 PM

views 43

অসম ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ ৰবীন্দ্ৰ নৃত্য আৰু ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৪ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি অসম ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ দ্বাৰা আয়োজিত ৰবীন্দ্ৰ নৃত্য আৰু ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়। ৰাজ্যৰ ২০ টা কেন্দ্ৰৰ পৰা নিৰ্বাচিত হোৱা ৩৬০ গৰাকী অংশগ্ৰহণকাৰীৰ ভিতৰত ৰাজ্যিক পৰ্যায়ৰ চূড়ান্ত প্ৰতিযোগিতাত ২১ গৰাকী অ...

May 15, 2025 12:16 PM

views 27

বিদ্যালয় শিক্ষা বিভাগৰ বিষয়ববীয়াৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ পর্যালোচনা বৈঠক

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি দিছপুৰৰ জনতা ভৱনত বিদ্যালয় শিক্ষা বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ২০২৫-২৬ বৰ্ষৰ বাবে বাজেট ধার্য কৰা আঁচনিসমূহৰ সামগ্রিক পর্যালোচনা কৰা হয়। নৱম শ্ৰেণীৰ শিক্ষার্থীলৈ চাইকেল বিত...

May 14, 2025 9:03 PM

views 23

আপোন ঘৰ আঁচনিখনৰ সময়সীমা অহা বছৰৰ মাৰ্চলৈকে সম্প্ৰসাৰণৰ সিদ্ধান্ত

ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত কৰাৰ উদ্দেশ্যে ৰূপায়ণ কৰা আপোন ঘৰ আঁচনিখনৰ সময়সীমা অহা বছৰৰ মাৰ্চলৈকে সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে আঁচনিখনৰ অধীনত নতুনকৈ ৩ হাজাৰ ৬...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।