আঞ্চলিক সংবাদ

May 14, 2025 9:00 PM

views 15

উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে তিনিটা নতুন ঐচ্ছিক বিষয় প্ৰৱৰ্তন

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এই বছৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কৃত্রিম বুদ্ধিমত্তা, বিত্তীয় সাক্ষৰতা আৰু সাংকেতিক ভাষা – এই তিনিটা নতুন ঐচ্ছিক বিষয় প্ৰৱৰ্তন কৰিছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু আই আই টি গুৱাহাটীৰ সঞ্...

May 14, 2025 8:57 PM

views 15

উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্য ভ্রমণসূচীৰে কেন্দ্ৰীয় মন্ত্রী শিৱৰাজ সিং চৌহান মিজোৰামত উপস্থিত

কেন্দ্রীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহান অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ চাৰিদিনীয়া ভ্রমণসূচীৰে আজি বিয়লি মিজোৰামত উপস্থিত হৈছে। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে কৃষি, উদ্যান শস্য, পশুপালন আৰু গ্ৰামোন্নয়নৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প পৰ্যালোচনা কৰাৰ লগ...

May 14, 2025 8:52 PM

views 35

দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত ৰাজ্যত এই পর্যন্ত ৫৮ জন লোকক গ্ৰেপ্তাৰ

জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্রমণক লৈ দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে এই পর্যন্ত ৫৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে। কালি শোণিতপুৰ আৰক্ষীয়ে ছুকুৰ আলী আৰু ফজল আলী নামৰ লোক দুজনক গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যম যোগে এই বিষয়ে প্ৰকাশ কৰি অসম আৰক্ষীয়ে ...

May 14, 2025 8:32 PM

views 25

ৰাজ্যৰ জনজাতীয় ভূমি কোনো কাৰণতে দখল কৰিবলৈ দিয়া নহ’ব : মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যখনৰ জনজাতীয় ভূমি কোনো কাৰণতে দখল কৰিবলৈ দিয়া নহ'ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। আজি মুখ্যমন্ত্ৰীয়ে সোণাপুৰৰ কচুতলীৰ উচ্ছেদিত অঞ্চলত প্ৰস্তাৱিত দশম অসম আৰক্ষী বেটেলিয়নৰ আধুনিক প্ৰশিক্ষণৰ সুবিধাসম্পন্ন চৌহদৰ বাবে আৱণ্টিত ভূমি পৰিদৰ্শন কৰি সাংবাদিকৰ আগত এই কথা প্ৰকাশ ক...

May 14, 2025 11:30 AM

views 4

পাকিস্তানত এতিয়া সন্ত্রাসবাদী শান্তিৰে লুকাই থাকিব পৰা কোনো ঠাই নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কঠোৰ বাৰ্তা

পাকিস্তানত এতিয়া সন্ত্রাসবাদীয়ে শান্তিৰে লুকাই থাকিব পৰা কোনো ঠাই নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কঠোৰ বাৰ্তা দিছে। তেওঁ কয় যে সন্ত্রাসবাদীক তেওঁলোকৰ ঘাটিতে নিঃশেষ কৰাৰ সামৰ্থ ভাৰতৰ আছে। পাঞ্জাবৰ আদমপুৰ বায়ু সেনা ঘাটিত কালি বাহিনীটোৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰি প্রধানমন্ত্ৰীয়ে এইদৰে প...

May 14, 2025 11:28 AM

views 36

ৰাজ্যৰ উন্নয়নৰ ভালেমান পদক্ষেপ সম্পর্কে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যৰ উন্নয়নৰ সৈতে জড়িত ভালেমান পদক্ষেপ সম্পর্কে আলোচনা কৰে। বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে অনুষ্ঠিত এই বৈঠকত ডিব্ৰুগড়ত স্থাপন হ'বলগীয়া ৰাজধানী পৰিষৰৰ কাম-কাজৰ মুখ্যমন্ত্ৰীয়ে বুজ লয়। তেওঁ লগতে সৰুসজাইত সেৱাভি...

May 14, 2025 11:26 AM

views 16

গুৱাহাটীৰ আদাবাৰীৰ অটল উদ্যানৰ পৰা কামাখ্যা মন্দিৰৰ নামনিলৈ অসম প্ৰদেশ বিজেপিৰ ত্ৰিৰংগা যাত্ৰা, উদ্ৱোধন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত সশস্ত্র বাহিনীৰ বীৰত্বক উদযাপনৰ উদ্দেশ্যে ৰাষ্ট্ৰজুৰি ১১ দিনীয়া শৌর্য সন্মান যাত্রা শীৰ্ষক ত্ৰিৰংগা যাত্ৰাৰ আয়োজন কৰা হৈছে। অসমৰ ভিন ভিন ঠাইত কালি ছাত্ৰ-ছাত্ৰীকে ধৰি বিভিন্ন শ্ৰেণীৰ ৰাইজে স্বতঃস্ফূর্তভাৱে শোভাযাত্ৰা উলিয়ায়। অসম প্রদেশ বিজেপিয়ে আজি বিয়লি আদাবাৰীৰ অট...

May 14, 2025 11:24 AM

views 16

জম্মু-কাশ্মীৰ সম্পৰ্কীয় যিকোনো বিষয়ত ভাৰত-পাকিস্তানে দ্বিপাক্ষিক আলোচনা কৰিবঃ ৰনধীৰ জয়ছোৱাল

জম্মু-কাশ্মীৰ সম্পৰ্কীয় যিকোনো বিষয়ত ভাৰত আৰু পাকিস্তানে দ্বিপাক্ষিক আলোচনা কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে প্রকাশ কৰিছে। কালি এখন সংবাদমেলত মুখপাত্রগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এই ক্ষেত্ৰত ভাৰতৰ নীতি অপৰিৱৰ্তিত হৈ আছে। সিন্ধু জলচুক্তিখন স্থগিত ৰখা ...

May 14, 2025 11:21 AM

views 14

পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণত শ্বহীদ মণিপুৰৰ দীপক চিমনগাখামৰ শেষকৃত্য সামৰিক মৰ্যাদাৰে সম্পন্ন

পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণত শ্বহীদ হোৱা মণিপুৰৰ দীপক চিমনগাখাম নামৰ জোৱানজনৰ শেষকৃত্য কালি সামৰিক মৰ্যাদাৰে ইম্ফলত সম্পন্ন কৰা হয়। ইম্ফললৈ জোৱানগৰাকীৰ নশ্বৰদেহ অনাৰ পাছত বীৰ টিকেন্দ্ৰজিত আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত শ্বহীদৰ প্ৰতি শেষ শ্রদ্ধা জ্ঞাপন কৰা হয়। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ উপৰি ...

May 14, 2025 11:20 AM

views 24

আকাশবাণীৰ বাতৰি বুলেটিনৰ সংশোধিত সময়সূচী আজি পুৱাৰ পৰা পুনৰ স্বাভাৱিক

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ যোৱা ৯ মে'ৰ পৰা বাতৰি বুলেটিনৰ সংশোধিত সময়সূচী আজি পুৱাৰ পৰা পুনৰ স্বাভাৱিক কৰা হৈছে। পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতে চলোৱা অপাৰেচন সিন্দূৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আকাশবাণীয়ে ইয়াৰ প্ৰতিঘ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।