আঞ্চলিক সংবাদ

May 20, 2025 9:18 PM

views 38

এখন সুৰক্ষিত সমাজ গঢ়াৰ বাবে সহযোগিতাপূর্ণ, জনসাধাৰণকেন্দ্ৰীক আৰক্ষী বাহিনীৰ বিশেষ ভূমিকা আছেঃ মুখ্যমন্ত্ৰী

ৰাজ্যখনত আইন শৃংখলা পৰিস্থিতি শক্তিশালী কৰি তোলাৰ লগতে জৰুৰীকালিন সঁহাৰি ব্যৱস্থা অধিক সক্রিয় কৰি তোলাৰ কৌশল বিকাশৰ লক্ষ্যৰে আজি দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত আৰক্ষী অধীক্ষকৰ সন্মিলনৰ আয়োজন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি এখন সুৰক্ষিত সমাজ গঢ়াৰ বাবে স...

May 20, 2025 9:14 PM

views 22

৩৫ জন এন ডি এফ বিৰ সদস্যক আজি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কোকৰাঝাৰ জিলা আৰু ছেছন আদালতলৈ অনা হয়

এন ডি এফ বিৰ প্ৰাক্তন সদস্যৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে ৩৫ জন এন ডি এফ বিৰ সদস্যক আজি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কোকৰাঝাৰ জিলা আৰু ছেছন আদালতলৈ অনা হয়। চিবিআই আৰু এন আই এ-ৰ বিশেষ আদালতত বিচৰাধীন গোচৰ সংশ্লিষ্ট জিলা আৰু ছেছন আদালতলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত অনুযায...

May 20, 2025 8:37 PM

views 33

শক্তি সুৰক্ষাক অন্যতম গুৰুত্বপূৰ্ণ গোলকীয় প্ৰত্যাহ্বান বুলি কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লালে প্ৰকাশ কৰিছে

কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লালে শক্তি সুৰক্ষাক অন্যতম গুৰুত্বপূৰ্ণ গোলকীয় প্ৰত্যাহ্বান বুলি প্ৰকাশ কৰিছে। ব্রাজিলত অনুষ্ঠিত ব্ৰিক্‌ছ শক্তিমন্ত্ৰীসকলৰ বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰি মন্ত্ৰীগৰাকীয়ে দেশৰ নিকা শক্তি ক্ষেত্ৰৰ সাফল্যসমূহৰ ওপৰত আলোকপাত কৰে। শক্তিৰ উপলব্ধতা ত্বৰান্বিত কৰা, সেউজ হাইড্ৰ'জ...

May 20, 2025 8:28 PM

views 22

ডিব্ৰুগড় জিলাত সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্রধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত অহা জুন আৰু জুলাইৰ চাউল আগতীয়াকৈ আৱণ্টন

ডিব্ৰুগড় জিলাত সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে প্রধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত অহা জুন আৰু জুলাইৰ চাউল আগতীয়াকৈ আৱণ্টন দিছে। এই আৱণ্টন প্রক্রিয়া ত্বৰান্বিত কৰিবলৈ ডিব্ৰুগড় যোগান বিভাগৰ এটা দলে আজি ভাৰতীয় খাদ্য নিগমৰ চাউলখোৱাত...

May 20, 2025 8:26 PM

views 21

পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’-হামৰেণ সংযোগী পথৰ সোঁমাজত গছ বাগৰি পৰাৰ ফলত পথ যোগাযোগ ব্যাহত

যোৱা মাজনিশাৰে পৰা হোৱা প্ৰবল বৰষুণৰ ফলত পশ্চিম কাৰ্বি আংলঙৰ ডেৰাগাঁৱৰ সমীপৰ বৈঠালাংছ'- হামৰেণ সংযোগী পথৰ সোঁমাজত গছ বাগৰি পৰাৰ ফলত পথ যোগাযোগ ব্যাহত হয়। 

May 20, 2025 8:23 PM

views 15

হোজাই বন সুৰক্ষা বাহিনীৰ অভিযানত অবৈধভাৱে সৰবৰাহ কৰা চেগুণ কাঠ ভৰ্তি বাহন জব্দ

হোজাই বন সুৰক্ষা বাহিনীয়ে আজি পুৱা অভিযান চলাই জিলাখনৰ নন্দপুৰৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা চেগুণ কাঠ ভৰ্তি বাহন এখন জব্দ কৰে। জব্দ কৰা কাঠখিনি আনুমানিক বজাৰ মূল্য লক্ষাধিক টকা হ'ব বুলি অভিযানকাৰী বন বিষয়াগৰাকীয়ে প্ৰকাশ কৰে। বন সুৰক্ষা বাহিনীয়ে কাঠসমূহ নিজ কার্যালয়লৈ লৈ গৈ তদন্ত অব্যাহত ৰাখিছে।

May 20, 2025 8:21 PM

views 16

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী প্ৰশান্ত ফুকনৰ উপস্থিতিত মহকুমা ভূমি উপদেষ্টা সমিতিৰ বৈঠক

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি মহকুমা ভূমি উপদেষ্টা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। ৰাজ্যত শক্তি, দক্ষতা বিকাশ, নিয়োগ, উদ্যমিতা আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত ৰাজহুৱা প্ৰতিষ্ঠানৰ আন্তঃগাথনি আৰু তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ অধীনত চৰকাৰী ভূমি আৱণ্টনৰ বাবে লাভ কৰা প...

May 20, 2025 7:51 PM

views 15

নগাঁও জিলা আয়ুক্তৰ অধ্যক্ষতাত জিলা আয়ুক্তৰ কাৰ্যালয়ত জল আৰু অনাময় অভিযান সন্দৰ্ভত বৈঠক

নগাঁও জিলা আয়ুক্তৰ অধ্যক্ষতাত জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জল আৰু অনাময় অভিযান সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও, ধিং আৰু কলিয়াবৰ উপ-সংমণ্ডলত স্বচ্ছ ভাৰত অভিযান-গ্রামীণ আৰু জলজীৱন মিছনৰ অধীনত ঘৰে ঘৰে নলযোগে পানী সংযোগ প্রদান, পানীৰ গুণগত মান পৰীক্ষা আদি বিভিন্...

May 20, 2025 7:38 PM

views 29

ইণ্টেলিজেন্স ব্যুৰোৰ সঞ্চালক তপন ডেকাৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি

ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া তথা বর্তমান ইণ্টেলিজেন্স ব্যুৰোৰ সঞ্চালক তপন ডেকাৰ কাৰ্যকাল কেন্দ্ৰীয় চৰকাৰে আৰু এবছৰলৈ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় কৰ্মচাৰী প্ৰশাসন আৰু প্ৰশিক্ষণ মন্ত্ৰালয়ৰ অধীনস্থ কেবিনেট আৰু এষ্টাৰিছমেন্ট বিষয়া নিযুক্তি কমিটিয়ে আজি নতুন দিল্লীত জাৰি কৰা অধিসূচনা অনুযায়ী শ্রী...

May 20, 2025 7:18 PM

views 21

বানমুক্ত কৰাৰ লক্ষ্যৰে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ শিলসাঁকোৰ অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্রতিষ্ঠান উচ্ছেদ

গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ লক্ষ্যৰে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে আজি শিলসাঁকোৰ অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্রতিষ্ঠান শীর্ষক এখন শিক্ষা প্রতিষ্ঠান উচ্ছেদ কৰে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ উপস্থিতিত অসম চৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।