আঞ্চলিক সংবাদ

May 21, 2025 12:56 PM

views 22

দক্ষিণ শালমাৰাত ৰাহুল কুমাৰ গুপ্তাৰ সীমান্তৰ খহনীয়া আৰু সীমান্ত-সংযোগী পথ পৰিদৰ্শন

দক্ষিণ শালমাৰা মানকাচৰৰ হাটশিঙিমাৰীত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই আজি মানকাচৰ – বাংলাদেশ সীমান্তত উপস্থিত হৈ সীমান্তৱৰ্তী এলেকাৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া পৰিস্থিতিৰ বুজ লয়। আয়ুক্তগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়াৰ সৈতে কোকৰাদাঙা, কালাইৰ আলগা আৰু শিশুমাৰাত খহনীয়াপ্ৰৱণ এলেকা পৰিদৰ্শন কৰে। একেদৰে জি...

May 21, 2025 12:53 PM

views 22

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১২৮ নম্বৰ বেটেলিয়নৰ ডেল্টা কোম্পানীৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ

পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ'ত আজি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১২৮ নম্বৰ বেটেলিয়নৰ ডেল্টা কোম্পানীৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পাহাৰীয়া জিলাখনৰ বৈঠালাংছ'ৰ ৰঙাগড়াত অৱস্থিত কৰা-এৰপী মধ্য ইংৰাজী বিদ্যালয় আৰু স্বামী বিবেকানন্দ ইংৰাজী বিদ্যালয়ৰ চৌহদত প্ৰায় ৫০০ তামোল গছৰ প...

May 21, 2025 12:51 PM

views 29

লাচিত বৰফুকন পুলিচ একাডেমীত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

ৰাজ্যিক মন্ত্ৰীসভাৰ আজি দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত অনুষ্ঠিত এখন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি চাহ শ্ৰমিকৰ মজুৰি ২৫০ টকালৈ বৃদ্ধি কৰা হৈছে। ১০ অক্টোবৰৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী কৰা হ'ব। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড° ...

May 21, 2025 12:31 PM

views 28

মণিপুৰত ৫ দিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক পৰ্যায়ত পঞ্চম শ্বিকয়ি লিলি মহোৎসৱৰ আয়োজন

মণিপুৰৰ উখৰুল জিলাত কালিৰেপৰা ৫ দিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক পৰ্যায়ত পঞ্চম শ্বিকয়ি লিলি মহোৎসৱৰ আয়োজন কৰা হৈছে। ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই কালি শ্বিৰুয়ি গাঁৱৰ হেৰিটেজ গ্ৰাউণ্ডত আয়োজিত অনুষ্ঠানত এই মহোৎসৱৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে এই মহোৎসৱৰ ভৌগোলিক আৰু সাংস্কৃতিক গুৰ...

May 21, 2025 12:29 PM

views 30

ডিব্ৰুগড় পৌৰ নিগম পৰিষদৰ বৈঠকত সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড় পৌৰ নিগম পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰি চহৰখনৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁ চহৰখনৰ কৃত্রিম বান সমস্যাৰ সমাধান, নলা-নৰ্দমাৰ সু-ব্যৱস্থাপনা, বাট পথৰ উন্নীতকৰণ, চহৰৰ সৌন্দৰ্য বর্ধনকে ধৰি বিভিন্ন বিষয় লৈ আলোচনা কৰে। শ্ৰীসোণোৱালে লগতে...

May 21, 2025 12:27 PM

views 47

ৰাজ্যৰ অধিকাংশ ঠাইতে অহা ৭ দিনলৈ ধুমুহা-গাজনিৰে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা

ৰাজ্যৰ অধিকাংশ ঠাইতে অহা ৭ দিনলৈ ধুমুহা-গাজনিৰে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে কোনো কোনো অংশত অহা দুই-তিনিদিনলৈ ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে এই সময়ছোৱাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগেৰে ধুমুহা অহাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কে...

May 21, 2025 12:25 PM

views 10

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আনন্দৰাম বৰুৱাৰ ১৭৫ সংখ্যক জন্মবার্ষিকীত শ্রদ্ধা নিবেদন

পণ্ডিতপ্ৰৱৰ আনন্দৰাম বৰুৱাৰ ১৭৫ সংখ্যক জন্মবার্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। সংস্কৃত ভাষাৰ পণ্ডিতগৰাকীৰ সন্মানার্থে আজি কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ভাষা-কলা সংস্কৃতি সংস্থাৰ উদ্যোগত আজি এখন স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ উজান বজাৰৰ বিবে...

May 21, 2025 12:23 PM

views 38

অসম সাহিত্য সভাৰ সেতুবন্ধ যাত্ৰাৰ অধীনত অসমীয়া আৰু বাংলা ভাষা-সাহিত্যৰ সমন্বয় সাধনৰ প্ৰয়াস

ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে প্রতিবেশী ৰাজ্যৰ সৈতেও ভাষা-সাহিত্যৰ মাজত মিলন সেতু গঢ়াৰ লক্ষ্যৰে অসম সাহিত্য সভাই সেতুবন্ধ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত শেহতীয়াকৈ বৰাক উপত্যকাৰ তিনিওখন জিলাতে সেতুবন্ধ যাত্ৰাৰ অধীনত অসমীয়া আৰু বাংলা ভাষা- সাহিত্যৰ সমন...

May 21, 2025 12:21 PM

views 27

মিজোৰাম দেশৰ ভিতৰতে সম্পূৰ্ণৰূপে সাক্ষৰতাপ্রাপ্ত প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত

মিজোৰাম দেশৰ ভিতৰতে সম্পূৰ্ণৰূপে সাক্ষৰতাপ্রাপ্ত প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্রী লালডুমা কালি কেন্দ্ৰীয় শিক্ষা দপ্তৰৰ ৰাজ্যমন্ত্রী জয়ন্ত চৌধুৰীৰ উপস্থিতিত মিজোৰামক পূর্ণ সাক্ষৰতাপ্রাপ্ত ৰাজ্য হিচাপে ঘোষণা কৰে। আইজলৰ মিজোৰাম বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত অ...

May 20, 2025 9:23 PM

views 48

মণিপুৰৰ উখৰুল জিলাত আজিৰে পৰা ৫ দিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক পৰ্যায়ত পঞ্চম শ্বিৰুয়ি লিলি মহোৎসৱৰ আয়োজন

মণিপুৰৰ উখৰুল জিলাত আজিৰে পৰা ৫ দিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক পৰ্যায়ত পঞ্চম শ্বিৰুয়ি লিলি মহোৎসৱৰ আয়োজন কৰা হৈছে। ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই আজি চিৰুয়ি গাঁওৰ হেৰিটেজ গ্ৰাউণ্ডত আয়োজিত অনুষ্ঠানত এই মহোৎসৱৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে এই মহোৎসৱৰ ভৌগলিক আৰু সাংস্কৃতিক গুৰুত্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।