আঞ্চলিক সংবাদ

April 9, 2025 7:59 PM April 9, 2025 7:59 PM

views 14

কৌস্তভ গগৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন লোক অধিবক্তা নিযুক্তি

চৰকাৰৰ ন্যায়িক বিভাগে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন লোক অধিবক্তা হিচাপে কৌস্তভ গগৈক নিযুক্তি দিছে আৰু জয়ন্ত চুতীয়াক অতিৰিক্ত লোক অধিবক্তাৰ দায়িত্ব প্ৰদান কৰিছে। উল্লেখযোগ্য যে পূৰ্বৰ লোক অধিবক্তা মাখন ফুকনক কিছুদিন পূৰ্বে চৰকাৰে প্ৰচিকিউচন সঞ্চাকালয়ৰ সঞ্চালক হিচাপে নিযুক্তি দিয়াত উচ্চ ন্য...

April 9, 2025 7:57 PM April 9, 2025 7:57 PM

views 11

ৰাজ্যৰ বিভিন্ন ঠাইত অসমী ব’হাগী মেলা-২০২৫ অনুষ্ঠিত

অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু জিলা প্ৰশাসনসমূহৰ সহযোগত ৰাজ্যৰ বিভিন্ন ঠাইত অসমী ব’হাগী মেলা-২০২৫ অনুষ্ঠিত হৈছে। পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেণত আজি তিনিদিনীয়া কাৰ্যসুচীৰে এই মেলাৰ শুভাৰম্ভ কৰা হয়। স্থানীয় বিধায়ক ৰূপসিং তেৰণে আনুষ্ঠানিকভাৱে মুকলি কৰা এই মেলাত বিভিন্ন চৰকাৰী ...

April 9, 2025 7:06 PM April 9, 2025 7:06 PM

views 3

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিষয়াবৰ্গৰ সৈতে জয়ন্ত মল্ল বৰুৱাৰ বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি দুপৰীয়া দিছপুৰৰ জনতা ভৱনত বিভাগীয় বিষয়াবৰ্গ, অসম স্থাৱৰ সম্পত্তি আৰু আন্তঃগাঁথনি উন্নয়ন সংস্থাৰ প্ৰতিনিধিবর্গ আৰু অনলাইন গৃহ নির্মাণ অনুমতি ব্যৱস্থাৰ ছফ্টৱেৰ ডেভেলপাৰসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত অনলাইন গৃহ অনুমতি প্ৰক্ৰিয়াৰ সৈত...

April 9, 2025 7:04 PM April 9, 2025 7:04 PM

views 9

২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰুৰী মেৰামতিৰ বাবে মহানগৰ আৰক্ষীৰ কেতবোৰ নিষেধাজ্ঞা

 খানাপাৰা আৰু যোৰাবাটৰ মাজৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰুৰী মেৰামতিৰ বাবে এই পথছোৱাৰে যাতায়াত কৰা যান-বাহনসমূহৰ ক্ষেত্ৰত মহানগৰ আৰক্ষীয়ে কেতবোৰ বিধি নিষেধ আৰোপ কৰিছে। সেই অনুসৰি উজনি অসমৰ পৰা নামনি অসমলৈ অহা সকলোবোৰ মালবাহী ট্রাক কলিয়াবৰ তিনিআলি-তেজপুৰৰ মিছন চাৰিআলি-মঙলদৈ-বাইহাটা চাৰিআলি হৈ চলাচ...

April 9, 2025 7:02 PM April 9, 2025 7:02 PM

views 13

মিজোৰামত ৰাষ্ট্ৰীয় জনজাতি যুৱ মহোৎসৱৰ শুভাৰম্ভ

মিজোৰামৰ কেলছিহত থকা ৰাজ্যিক জনজাতীয় সম্পদ কেন্দ্ৰত কালি সন্ধিয়া ৰাষ্ট্ৰীয় জনজাতি যুৱ মহোৎসৱৰ শুভাৰম্ভ হৈছে। আদিবাসী মুক্তিযোদ্ধা বীৰচা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ বছৰজোৰাৰ সৈতে সংগতি ৰাখি এই জনজাতীয় মুক্তিযোদ্ধাসকলক সন্মান জনোৱাৰ লগতে দেশপ্ৰেমৰ অনুভাৱ শক্তিশালী কৰাৰ লক্ষ্যৰে এই মহোৎসৱৰ আয়োজন ক...

April 9, 2025 7:01 PM April 9, 2025 7:01 PM

views 9

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন সমাৰোহ অনুষ্ঠিত

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন সমাৰোহ আজি বিশ্ববিদ্যালয়খনৰ যোৰহাটৰ মূল চৌহদত অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ পৌৰোহিত্যত অনুষ্ঠিত এই সমাৰোহত অসম কৃষি আয়োগৰ অধ্যক্ষ ড° হৰিশংকৰ গুপ্তাই সমাৱৰ্তনত ভাষণ দিয়ে। সমাৱৰ্তনত অৰণ্য মানৱ যাদৱ পায়েং আৰু গ...

April 9, 2025 6:59 PM April 9, 2025 6:59 PM

views 2

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত প্ৰায় এহেজাৰ শিল্পীৰ জিকিৰ পৰিৱেশন

অসম গৰিয়া পৰিষদৰ উদ্যোগত আজি গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত প্ৰায় এহেজাৰ শিল্পীয়ে জিকিৰ পৰিৱেশন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীসকলে পৰিৱেশন কৰা মোৰ মনত ভেদভাৱ নাই অ আল্লাহ শীৰ্ষক জিকিৰে কলাক্ষেত্ৰৰ বাকৰি মুখৰিত কৰি তোলে। অসম গৰিয়া পৰিষদৰ নেতৃবৃন্দই অসমীয়া সংস্কৃতিৰ গুৰ...

April 9, 2025 6:55 PM April 9, 2025 6:55 PM

views 14

ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্ৰস্তুতি অব্যাহত

ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্ৰাৰ্থীৰ মনোনয়ন দাখিলকে ধৰি অন্যান্য প্ৰস্তুতি অব্যাহত আছে। নিৰ্বাচনৰ মনোনয়ন দাখিলৰ পৰহিলৈ সামৰণি পৰিব। জিলা প্ৰশাসনসমূহে নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে আগতীয়াকৈ সকলো দিশ চোৱাচিতা কৰিছে। ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজতো নির্বাচনী তৎপ...

April 9, 2025 6:52 PM April 9, 2025 6:52 PM

views 18

দেশৰ ২৪খন চহৰত ৱাটাৰ মেট্ৰ’ৰ প্ৰযুক্তিগত সম্ভাৱনীয়তা অধ্যয়নত অনুমোদন

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ে গুৱাহাটী, ডিব্ৰুগড় আৰু তেজপুৰকে ধৰি দেশৰ ২৪খন চহৰত ৱাটাৰ মেট্ৰ'ৰ প্ৰযুক্তিগত সম্ভাৱনীয়তা অধ্যয়নত অনুমোদন জনাইছে। কেৰালাৰ কোচিস্থিত দেশৰ প্রথম ৱাটাৰ মেট্ৰ'ৰ সফলতাৰ পাছত আন ২৪খন চহৰত জলপথেৰে যাতায়তৰ সম্ভাৱনা অন্বেষণৰ ব্যতিক্রমী পদক্ষেপ লোৱা হৈছে।...

April 9, 2025 6:49 PM April 9, 2025 6:49 PM

views 3

দেশৰ ২৪খন চহৰত ৱাটাৰ মেট্ৰ’ৰ প্ৰযুক্তিগত সম্ভাৱনীয়তা অধ্যয়নত অনুমোদন

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ে গুৱাহাটী, ডিব্ৰুগড় আৰু তেজপুৰকে ধৰি দেশৰ ২৪খন চহৰত ৱাটাৰ মেট্ৰ'ৰ প্ৰযুক্তিগত সম্ভাৱনীয়তা অধ্যয়নত অনুমোদন জনাইছে। কেৰালাৰ কোচিস্থিত দেশৰ প্রথম ৱাটাৰ মেট্ৰ'ৰ সফলতাৰ পাছত আন ২৪খন চহৰত জলপথেৰে যাতায়তৰ সম্ভাৱনা অন্বেষণৰ ব্যতিক্রমী পদক্ষেপ লোৱা হৈছে।...