আঞ্চলিক সংবাদ

May 22, 2025 6:57 PM

views 27

উদ্ভাৱনী চিন্তাধাৰাৰে মাজুলীক অধিক আকর্ষণীয় ৰূপত গঢ়ি তুলিবলৈ পৰ্যটন বিভাগক আহ্বান ৰঞ্জিত কুমাৰ দাসৰ

মাজুলীক পৰ্যটকৰ বাবে অধিক আকর্ষণীয় ৰূপত গঢ়ি তুলিবলৈ পৰ্যটন বিভাগে পৰম্পৰাগতভাৱে কৰি অহা কামৰ উপৰি উদ্ভাৱনী চিন্তাধাৰাৰে পদক্ষেপ ল'বলৈ পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আহ্বান জনাইছে। আজি জিলাখনৰ আয়ুক্ত কাৰ্যালয়ত বিভাগটোৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে এই কথা প্রকাশ কৰে। তেওঁ কয় যে মাজু...

May 22, 2025 6:42 PM

views 30

বজালী জিলাৰ আয়ুক্ত কাৰ্যালয়ত কেইবাটাও বিভাগৰ মুৰববী বিষয়াসকলৰ লগত প্ৰশান্ত ফুকনৰ পর্যালোচনা বৈঠক

ৰাজ্যৰ শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে আজি বজালী জিলাৰ আয়ুক্ত কাৰ্যালয়ত জিলাখনৰ আয়ুক্ত মৃদুল কুমাৰ দাস, জিলা উন্নয়ন আয়ুক্ত আশ্বৰাফুল আমিন আদিকে ধৰি কেইবাটাও বিভাগৰ মুৰববী বিষয়াসকলৰ লগত পর্যালোচনা বৈঠকত মিলিত হয়। জিলাখনৰ অভিভাৱক মন্ত্ৰী শ্ৰীফুকনে সমাজ কল্যাণ, লোক নির্মাণ, উদ্যোগ, কৃষি, শিক্ষা, ৰা...

May 22, 2025 6:39 PM

views 21

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিৰ ত্ৰিৰংগ যাত্রা অব্যাহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিৰ ত্ৰিৰংগ যাত্রা অব্যাহত আছে। মৰিগাঁৱৰ জাগীৰোডত উলিওৱা ত্ৰিৰংগ যাত্ৰাত আজি বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে। সেনাবাহিনীৰ পৰাক্ৰম আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নির্ণায়ক নেতৃত্বৰ প্ৰতি কৃতজ্ঞতা প্রকাশৰ অংশ হিচাপে উলিওৱা এই ত্ৰিৰংগ যাত্ৰাত মন্ত্রী পীযূষ হাজৰিকা, বিধায়ক ৰমা...

May 22, 2025 6:24 PM

views 36

মণিপুৰৰ উপত্যকা জিলাকেইখনৰ নাগৰিক সমাজৰ উমৈহতীয়া মঞ্চৰ ৪৮ ঘণ্টীয়া ধৰ্মঘট

মণিপুৰত নাগৰিক সমাজৰ উমৈহতীয়া সংগঠনে আহ্বান জনোৱা ধৰ্মঘটৰ ফলত উপত্যকাৰ জিলাসমূহৰ স্বাভাৱিক জীৱনযাত্রা ব্যাহত হৈছে। উখলত চলি থকা শ্বিৰই লিলি উৎসৱত ভাগ ল'বলৈ যোৱা ৰাজ্যিক জনসংযোগ বিভাগৰ এখন বাছৰ যাত্ৰীসকলৰ প্ৰতি সেনা বাহিনীৰ লোকে অৱজ্ঞাসূচক আচৰণ কৰাৰ প্ৰতিবাদত এই ৪৮ ঘণ্টীয়া ধৰ্মঘটৰ আহ্বান জনোৱা হৈছে...

May 22, 2025 3:40 PM

views 35

মণিপুৰত নাগৰিক সমাজৰ উমৈহতীয়া সংগঠনে আহ্বান জনোৱা ধৰ্মঘটৰ ফলত উপত্যকাৰ জিলাসমূহৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত

মণিপুৰত নাগৰিক সমাজৰ উমৈহতীয়া সংগঠনে আহ্বান জনোৱা ধৰ্মঘটৰ ফলত উপত্যকাৰ জিলাসমূহৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে। উখৰুলত চলি থকা শ্বিৰই লিলি উৎসৱত ভাগ ল'বলৈ যোৱা ৰাজ্যিক জনসংযোগ বিভাগৰ এখন বাছৰ যাত্ৰীসকলৰ প্ৰতি সেনা বাহিনীৰ লোকে অৱজ্ঞাসূচক আচৰণ কৰাৰ প্ৰতিবাদত এই ৪৮ ঘণ্টীয়া ধৰ্মঘটৰ আহ্বান দিয়া হৈ...

May 22, 2025 12:03 PM

views 29

বি টি আৰৰ কিতাপ ক্রয়ৰ নামত উত্থাপিত অনিয়মৰ অভিযোগ সন্দৰ্ভত ৬জনীয়া উচ্চ পৰ্যায়ৰ সমিতি গঠন

■ বি টি আৰৰ কিতাপ ক্রয়ৰ নামত কেইবা কোটি টকাৰ অনিয়ম হোৱা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত বি টি আৰ প্ৰশাসনে এখন ৬জনীয়া উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি তদন্তৰ নিৰ্দেশ দিছে। এই সমিতিত গুৱাহাটী উচ্চ ন্যায়ালয়ত বি টি আৰৰ স্থায়ী পৰামর্শদাতা শব্দৰাম ৰাভা অধ্যক্ষ হিচাপে থকাৰ লগতে বি টি আৰৰ সচিব ধীৰাজ সাউদ সদস...

May 22, 2025 11:53 AM

views 34

আৰক্ষীক অধিক জনমুখী, তৎপৰ আৰু দায়বদ্ধ কৰি তোলাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন পৰামৰ্শ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ আইন শৃংখলা সবলীকৰণ, অপবাধ অনুসন্ধান প্রক্রিয়া অধিক ক্ষিপ্ৰ কৰা আৰু আৰক্ষীৰ বাহিনীৰ সংস্কাৰত গুৰুত্ব আৰোপ কৰিছে। কালি দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত অনুষ্ঠিত দুদিনীয়া আৰক্ষী অধীক্ষক সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষীক অধিক জনমুখী, তৎপৰ আ...

May 22, 2025 11:46 AM

views 45

১ অক্টোবৰৰ পৰা চাহ শ্ৰমিকৰ দৈনিক মজুৰি ২২০ টকাৰ পৰা ২৫০ টকালৈ বৃদ্ধিৰ কথা প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

● ৰাজ্যত সংগীত মহোৎসৱ আয়োজনেৰে পৰ্যটনকেন্দ্রিক অর্থনীতি শক্তিশালী কৰাৰ উদ্দেশ্যে অসম মন্ত্রীসভাই কালি উন্নতমানৰ সংগীতানুষ্ঠান আয়োজনত অনুমোদন জনায়। এই অনুসৰি অহা ৮ ডিচেম্বৰত গুৱাহাটীত প্ৰথমখন বৃহৎ সংগীতানুষ্ঠানৰ আয়োজন কৰা হ'ব। আমেৰিকান ৰেপাৰ প'ষ্ট মেলনে এই অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব। মুখ্যমন্ত্...

May 22, 2025 11:34 AM

views 40

ৰাজ্যত নেৰেনেপেৰা বৰষুণৰ ফলত বিভিন্ন নৈ-উপনৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি

■ কেইবাদিন ধৰি ৰাজ্যত হৈ থকা নেৰেনেপেৰা বৰষুণৰ ফলত বিভিন্ন নৈ-উপনৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বৰষুণ অব্যাহত থাকিব। অহা তিনি- চাৰিদিনৰ ভিতৰত কেৰালাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলতো দক্ষিণ-পশ্চিম মৌচুমী বতাহ প্ৰৱেশ কৰিব। বতৰ বিজ্ঞান বিভাগৰ পূৰ্বান...

May 22, 2025 11:28 AM

views 42

দেশৰ মুঠ ১০৩টা ৰে’ল ষ্টেচনক আজি অমৃত ষ্টেচনলৈ উন্নীত

● নগাওঁ জিলাৰ হয়বৰগাওঁ ৰে'ল ষ্টেচনৰ লগতে দেশৰ মুঠ ১০৩টা ৰে'ল ষ্টেচনক আজি অমৃত ষ্টেচনলৈ উন্নীত কৰা হ'ব। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভার্চুৱেল ব্যৱস্থাৰে ষ্টেছনকেইটা মুকলি কৰিব। এই উপলক্ষে হয়বৰগাওঁ ৰে'ল ষ্টেছনত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই অংশগ্রহণ কৰিব। অনুষ্ঠানত ৰে'ল মন্ত্ৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।