April 11, 2025 11:17 AM April 11, 2025 11:17 AM
18
চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, উত্তীৰ্ণৰ হাৰ ৬৩.৯৮%
অসম ৰাজ্যিক শিক্ষা পৰিষদৰ অধীনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। উত্তীৰ্ণৰ হাৰ ৬৩.৯৮ শতাংশ। ঘোষিত ফলাফল অনুসৰি মেধাৰ তালিকাত যোৰহাটৰ প্ৰজ্ঞা একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আমিশী শইকীয়াই প্ৰথম, কামৰূপ মহানগৰৰ নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ সপ্তৰ্শ্ব বৰদলৈয়ে দ্বিতীয় আৰু যোৰহাটৰ প...