April 13, 2025 12:13 PM April 13, 2025 12:13 PM
3
বুথ পৰ্যায়ৰ বিষয়া বি এল অ’ সকলক পঞ্চায়ত নিৰ্বাচনত পুলিং বিষয়া হিচাপে নিয়োজিত নকৰিবলৈ জিলা আয়ুক্তসকলক নির্দেশ
ৰাজ্যিক নির্বাচন আয়োগে বুথ পৰ্যায়ৰ বিষয়া বি এল অ' সকলক পঞ্চায়ত নিৰ্বাচনত পুলিং বিষয়া হিচাপে নিয়োজিত নকৰিবলৈ জিলা আয়ুক্তসকলক নির্দেশ দিছে। ৰাজ্যিক নির্বাচন আয়োগৰ সচিবে এই সন্দৰ্ভত পঞ্চায়ত নির্বাচন হ'বলগীয়া ২৭ খন জিলাৰ আয়ুক্তলৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে। জিলা আয়ুক্তসকলক ভোট গ্রহণব দায়ি...