আঞ্চলিক সংবাদ

April 17, 2025 10:36 AM April 17, 2025 10:36 AM

views 6

অক্টোবৰৰ ভিতৰত মাতৃ আৰু শিশু চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্রীৰ প্রকাশ

অক্টোবৰৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত নির্মীয়মান মাতৃ আৰু শিশু চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কালি গুৱাহাটীৰ কালাপাহাৰত নির্মীয়মান প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু জি ...

April 16, 2025 7:58 PM April 16, 2025 7:58 PM

views 11

দেশত টোলগে’ট ব্যৱস্থাৰ পৰিৱৰ্তে নতুন জি এন এছ এছ ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত কেন্দ্ৰৰ

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রণালয়ে পৰৱৰ্তী ১৫ দিনৰ ভিতৰত সমগ্ৰ দেশতে টোলগে’ট ব্যৱস্থাৰ পৰিৱৰ্তে নতুন জি এন এছ এছ ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছে। গ্লোবেল নেভিগেশ্বন ছেটেলাইট ছিষ্টেমৰ অধীনত যান-বাহনসমূহত এটা যতন সংযোগ কৰিব লাগিব আৰু এই যতনৰ পৰাই উপগ্ৰহৰ জৰিয়তে সংশ্লিষ্ট যান-বাহনৰ অৱস্থিতি...

April 16, 2025 7:52 PM April 16, 2025 7:52 PM

views 2

গুৱাহাটীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো চিকিৎ‍সালয় পৰিদৰ্শন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ বিৰুবাৰীত নির্মীয়মান প্ৰাগজ্যোতিষপুৰ চিকিৎ‍সা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণকাৰ্য ১৫ আগষ্টৰ পূৰ্বে সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য ৮০ শতাংশ সম্পূৰ্ণ হৈছে আৰু বহিঃবি...

April 16, 2025 7:47 PM April 16, 2025 7:47 PM

views 5

ৱকফ সংশোধনী আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানি গ্ৰহণ

ৱকফ সংশোধনী আইনৰ সাংবিধানিক বৈধতাৰ প্ৰশ্ন তুলি দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে আজি শুনানি গ্ৰহণ কৰে। ন্যায়ালয়ে এই গোচৰটোৰ শুনানি কাইলৈৰ পৰা প্ৰতি দিনে গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনক লৈ গঠিত খ...

April 16, 2025 7:41 PM April 16, 2025 7:41 PM

views 13

পঞ্চায়ত নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন

আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। বিয়লি ৩ বজাত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময় উকলি যোৱাৰ পাছত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব। ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰাৰ্থীসকলে নিৰ্বাচনৰ বাবে প্ৰচাৰ আৰম্ভ কৰিছে। জিলা আয়ুক্তসকলে ভিন ...

April 16, 2025 7:35 PM April 16, 2025 7:35 PM

views 30

আকাশবাণী ডিব্ৰুগড় কেন্দ্রত দীর্ঘদিন সেৱা আগবঢ়োৱা কেইবাগৰাকীও প্রাক্তন সতীর্থক বিহুৰ ওলগ

আকাশবাণী ডিব্ৰুগড় কেন্দ্রই আজি ৰঙালী বিহুৰ তৃতীয় দিনাখন কেন্দ্ৰটোত দীর্ঘদিন সেৱা আগবঢ়াই যোৱা কেইবাগৰাকীও প্রাক্তন সতীর্থক একোখনকৈ ফুলাম গামোছাৰে বিহুৰ ওলগ জনায়। আজিৰ অনুষ্ঠানত প্রবীণ অনাতাঁৰ সম্প্ৰচাৰক আৰু শিল্পী হীৰেণ গোঁহাই, চৈয়দ ছাদুল্লা, অঞ্জনা বৰুৱা, ভূপেন গগৈ, ত্রিবেণী দাস গগৈ, ৰূপজ্যোতি ...

April 16, 2025 7:29 PM April 16, 2025 7:29 PM

views 3

ৰাজ্যজুৰি ধৰ্মীয় ৰীতি-নীতিৰে গোসাঁই বিহু উদযাপন

ৰাজ্যবাসীয়ে আজি পৰম্পৰাগতভাৱে গোসাঁই বিহু পালন কৰে। বিভিন্ন সত্ৰ, নামঘৰ, মন্দিৰ, দেৱালয়কে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহত আজি জনসাধাৰণৰ ভিৰ পৰিলক্ষিত হয়। বিভিন্ন সত্ৰ-নামঘৰত আজি নাম-প্ৰসংগ, মন্দিৰসমূহত পূজা-অৰ্চনাকে ধৰি ভালেমান কার্যসূচী অনুষ্ঠিত হয়। শিৱসাগৰৰ তলাতল ঘৰৰ বাকৰিত দিনজোৰা কাৰ্যসূচীৰে আজি ম...

April 16, 2025 1:47 PM April 16, 2025 1:47 PM

views 10

পঞ্চায়ত নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন

আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন। বিয়নি ৩ বজাত মনোনয়ন পত্র প্রত্যাহাৰৰ সময় উকলি যোৱাৰ পাছত নিৰ্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্রকাশ কৰা হ'ব। ৰাজ্যৰ বিভিন্ন ঠাইত প্রার্থীসকলে নির্বাচনৰ বাবে প্ৰচাৰ আৰম্ভ কৰিছে। জিনা আয়ুক্তসকলে ভিন ...

April 16, 2025 1:30 PM April 16, 2025 1:30 PM

views 5

শিলচৰত ৱকফ আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত ৭ জন লোকক কাচাৰ আৰক্ষীৰ গ্রেপ্তাৰ

কাচাৰ আৰক্ষীয়ে শিলচৰৰ বেবেংগাত যোৱা দেওবাৰে ৱকফ আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সংক্ৰান্তত ৭ জন লোকক গ্রেপ্তাৰ কৰিছে। আৰক্ষী অধীক্ষক নোমান মাহাট্টাই প্রকাশ কৰা মতে, আৰক্ষীয়ে যোৱা নিশা শিলচৰ থানাৰ অধীনৰ ভাগাদহৰ আৰু কাশিপুৰ অঞ্চলত অভিযান চলাই এই ঘটনাত প্রাথমিকভাৱে জড়িত ৭ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ঘট...

April 16, 2025 1:12 PM April 16, 2025 1:12 PM

views 23

২০২৫ বৰ্ষত মে-জুন মাহত যোৱা বছৰৰ তুলনাত অধিক গৰমৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে চলিত বৰ্ষৰ জুনৰ পৰা ছেপ্তেম্বৰলৈ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালকপ্ৰধান ড০ মৃত্যুঞ্জয় মহাপাত্রই কয়, যে উত্তৰ পূ...