আঞ্চলিক সংবাদ

April 19, 2025 9:30 PM April 19, 2025 9:30 PM

views 11

আকাশবাণী গুৱাহাটীৰ বাতৰি পৰিৱেশকসকলে শব্দৰ উচ্ছাৰণ, ভাষা আৰু ব্যাকৰণৰ শুদ্ধতাত গুৰুত্ব আৰোপ কৰি বাতৰি প্ৰস্তুত আৰু পৰিৱেশন কৰা প্ৰয়োজনঃ ড° নগেন শ‍ইকীয়া

আকাশবাণী গুৱাহাটীৰ বাতৰি পৰিৱেশকসকলে শব্দৰ উচ্ছাৰণ, ভাষা আৰু ব্যাকৰণৰ শুদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বাতৰি প্ৰস্তুত আৰু পৰিৱেশন কৰা প্ৰয়োজন বুলি বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° নগেন শ‍ইকীয়াই মন্তব্য কৰিছে। শ্ৰোতা ৰাইজৰ মতামত আৰু অভিমতক লৈ আজি প্ৰচাৰিত বিশেষ দৃষ্টিপাত অনুষ...

April 19, 2025 8:17 PM April 19, 2025 8:17 PM

views 8

ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ উদ্বোধনী অনুষ্ঠানলৈ প্ৰধানমন্ত্রীক আমন্ত্রণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ উদ্বোধনী অনুষ্ঠানৰ বাবে প্ৰধানমন্ত্রীক আমন্ত্রণ জনায়। মুখ্যমন্ত্ৰীয়ে শ্রীমোদীক অসম জৈৱ ইথানল প্রকল্প উদ্বোধন আৰু ৫ হাজাৰ ৭০০ কোটি টকা ব্যয় সাপ...

April 19, 2025 8:15 PM April 19, 2025 8:15 PM

views 11

যোগীঘোপাত নির্মিয়মাণ আন্তঃৰাষ্ট্ৰীয় বহুমুখী মাল্টিমডেল লজিষ্টিক পার্ক পৰিদৰ্শন ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকৰ

ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকে আজি অসম ভ্ৰমণ কৰি ভাৰতমালা প্ৰকল্পৰ অধীনত যোগীঘোপাত নির্মিয়মাণ আন্তঃৰাষ্ট্ৰীয় বহুমুখী মাল্টিমডেল লজিষ্টিক পার্ক পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ভূটানৰ ৰজাগৰাকীক আদৰণি জনায়। ভাৰতমালা প্ৰকল্পৰ অধীনত ...

April 19, 2025 8:13 PM April 19, 2025 8:13 PM

views 3

ৰাজ্যত কাইলৈ অগ্নি নির্বাপক সেৱা সপ্তাহৰ সামৰণি

ৰাজ্যত যোৱা ১৪ এপ্ৰিলৰ পৰা পালন কৰা অগ্নি নির্বাপক সেৱা সপ্তাহৰ কাইলৈ সামৰণি পৰিব। এই সময়ছোৱাত ৰাজ্যৰ অগ্নি আৰু আপদকালীন সেৱা সঞ্চালকালয়ে অগ্নিকাণ্ডৰ পৰা হাত সাৰি থাকিবৰ বাবে জনসাধাৰণক সজাগ কৰিবলৈ ভালেমান কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ লগতে ৰাইজক জুই লগা ঘটনাৰ পৰা হাত সাৰিবলৈ  বিভিন্ন পৰামৰ্শ জাৰি ক...

April 19, 2025 8:12 PM April 19, 2025 8:12 PM

views 2

অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰী প্ৰজ্ঞা পাৰমিতা আচাৰ্যৰ বিদেশত গৱেষণাৰ বাবে জলপানি লাভ

অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্ভিদ ৰোগ বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰী প্ৰজ্ঞা পাৰমিতা আচাৰ্যই বিদেশত গৱেষণাৰ বাবে জলপানি লাভ কৰিছে। বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰ-ছাত্ৰীৰ মাজত হোৱা প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁ মিডলেণ্ডছ ইন্টিগ্রেটিভ বায়' ছায়েন্স ট্রেইনিং পার্টনাৰশ্বিপৰ জলপানি লাভ কৰিছে। ছাত্ৰী...

April 19, 2025 8:10 PM April 19, 2025 8:10 PM

views 3

শিৱসাগৰৰ কোঁৱৰপুৰ জুম্মা মছজিদত হজযাত্ৰীক সম্বৰ্ধনা

পৱিত্র হজযাত্ৰাৰ বাবে শিৱসাগৰৰ পৰা যাবলগীয়া হজযাত্ৰীসকলক আজি শিৱসাগৰৰ কোঁৱৰপুৰ জুম্মা মছজিদত সম্বৰ্ধনা জনোৱা হয়। উজনি অসম থলুৱা মুছলিম পৰিষদৰ উদ্যোগত অনুষ্ঠিত কাৰ্যসূচীত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সৰ্বমুঠ ৮৩গৰাকী হজযাত্ৰীক সম্বর্ধনা জনোৱা হয়। অনুষ্ঠানৰ শেষত বিশ্বশান্তিৰ কামনাৰে আল্লাহৰ ওচৰত সমূহীয...

April 19, 2025 8:09 PM April 19, 2025 8:09 PM

views 2

উচ্চতৰ মাধ্যমিক একাদশ শ্ৰেণীৰ পৰীক্ষাৰ গণিতৰ প্ৰশ্নকাকত ফাদিলৰ মূল অভিযুক্ত মহম্মদ আশিকক গ্ৰেপ্তাৰ

একাদশ শ্ৰেণীৰ পৰীক্ষাৰ গণিতৰ প্ৰশ্নকাকত ফাদিল কৰাৰ ঘটনাৰ মূল অভিযুক্ত মহম্মদ আশিকক আজি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই গ্ৰেপ্তাৰ কৰিছে। ইউ পি আইৰ সহায়ত ধনৰ লেনদেনৰ তথ্যৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। চিকিৎসা বিজ্ঞানৰ ছাত্ৰ মহম্মদ আশিক পূৰ্বেও চুৰি কাণ্ড আৰু অপহৰণৰ গোচৰত গ্ৰেপ্তাৰ...

April 19, 2025 8:06 PM April 19, 2025 8:06 PM

views 12

ভাৰতৰ প্ৰথমটো কৃত্রিম উপগ্রহ আর্যভট্টৰ ৫০ বছৰ সম্পূৰ্ণ

ভাৰতৰ প্ৰথমটো কৃত্রিম উপগ্রহ আর্যভট্টই আজি ৫০ বছৰ সম্পূৰ্ণ কৰিছে। প্ৰাচীন ভাৰতৰ প্ৰখ্যাত গণিতজ্ঞ আৰু জ্যোতির্বিজ্ঞানী আর্যভট্টৰ নামত ১৯৭৫ চনৰ আজিৰ দিনটোতেই কৃত্রিম উপগ্ৰহটো মহাকাশলৈ উৎক্ষেপণ কৰা হৈছিল। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই নিৰ্মাণ কৰা উপগ্ৰহটো তেতিয়াৰ ছোভিয়েট ৰাছিয়াৰ সহযোগত কাপুষ্টিন য়া...

April 19, 2025 8:03 PM April 19, 2025 8:03 PM

views 29

পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ মুঠ ৩৪৮ গৰাকী প্ৰাৰ্থী বিনাপ্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত

সমাগত পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ মুঠ ৩৪৮ গৰাকী প্রার্থী বিনাপ্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাটো নিশ্চিত হৈছে। কালি মনোনয়ন প্রত্যাহাৰৰ সময়সীমা উকলি যোৱাৰ পিছতে এন ডি এ ৩৭ খন জিলা পৰিষদৰ সমষ্টি আৰু ৩১১টা আঞ্চলিক পঞ্চায়ত সমষ্টিত বিনাপ্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। ৩৭ খন জি...

April 19, 2025 7:59 PM April 19, 2025 7:59 PM

views 14

ৰঙালী বিহুৰ ষষ্ঠ দিনটো বিভিন্ন স্থানত জীয়ৰী বা চেনেহী বিহু হিচাপে পালন

ৰঙালী বিহুৰ ষষ্ঠ দিনটো আজি বিভিন্ন স্থানত জীয়ৰী বা চেনেহী বিহু হিচাপে পালন কৰা হয়। গোৱালপাৰা জিলাতো আজি এই বিহুৰ কাৰ্যসূচী লোৱা হৈছে। ইপিনে জিলাখনৰ বৰদামাল আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে আজিৰ পৰা অনুষ্ঠানৰ আয়োজন কৰিছে। আজি ৰাভা জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰাগত খেল লেৱা টনা প্রতিযোগিতা অনুষ্ঠিত হয়। ই...