April 21, 2025 10:50 AM April 21, 2025 10:50 AM
14
ৰাষ্ট্ৰীয় পঞ্চায়ত পুৰস্কাৰ ২০২৫ত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্রতিষ্ঠান, অসমৰ তৃতীয় স্থান
■ ৰাষ্ট্ৰীয় পঞ্চায়ত পুৰস্কাৰ ২০২৫ৰ পঞ্চায়ত ক্ষমতা নির্মাণ সর্বোত্তম সংস্থা পুৰস্কাৰ শিতানত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্রতিষ্ঠান, অসমে তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। পঞ্চায়তৰ সামৰ্থ বৃদ্ধিৰ বাবে প্ৰতিষ্ঠানটোৱে এই সৰ্বভাৰতীয় পুৰস্কাৰ লাভ কৰিছে। ১৯৮৭ চনত প্ৰতিষ্ঠা হোৱা এই প্রতিষ্ঠানটো...