April 21, 2025 6:48 PM April 21, 2025 6:48 PM
23
কামৰূপ জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত সজাগতা সভা
কামৰূপ জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত জিলাখনৰ কেইবাটাও অঞ্চলত আজি বানৰ সময়ত ল'বলগীয়া সাৱধানতা, ব্যৱস্থা আদি সন্দৰ্ভত প্ৰশিক্ষণ আৰু সজাগতা সভাৰ আয়োজন কৰা হয়। জিলাখনৰ চমৰীয়া, গৰৈমাৰী, ৰঙিয়া আৰু পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাজহুৱা হাট বজাৰ আৰু বিদ্যালয়সমূহত এই উপলক্ষে এন ডি আৰ এফ, ...